VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বৰ সৰ্ববৃহৎ ৰাজপ্ৰসাদ হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে এইজন চুলতানৰ ৰাজপ্ৰসাদ

কোন তেওঁ? কিমান সম্পত্তিৰ অধিকাৰী এইজন চুলতান ?

voicedesk by voicedesk
August 21, 2023
in মুখ্য সংবাদ
বিশ্বৰ সৰ্ববৃহৎ ৰাজপ্ৰসাদ হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে এইজন চুলতানৰ ৰাজপ্ৰসাদ
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বত এনে বহু লোক আছে যিসকল অপৰিসীম সম্পত্তিৰ অধিকাৰী ৷ আজি আমি আপোনালোকক ক’বলৈ ওলাইছো তেনে এজন ব্যক্তিৰ কথা যি নিজৰ সম্পত্তিৰ বাবে সমগ্ৰ বিশ্ব বিখ্যাত ৷
তেওঁ হ’ল ব্ৰুনাইৰ চুলতান হাছানাল বলকিয়া ইবনি ওমৰ আলী ছাইফুদ্দিন তৃতীয় ৷ ৩০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক সম্পত্তি থকা বিশ্বৰ মাত্ৰ কেইজনমান ৰজাৰ ভিতৰত অন্যতম ব্ৰুনাইৰ চুলতান হাছানাল বলকিয়া ইবনি ওমৰ আলী ছাইফুদ্দিন তৃতীয়।
বিশ্বৰ অন্যতম ধনী ব্যক্তি হাছানাল বলকিয়াৰ জন্ম হৈছিল ১৯৪৬ চনৰ ১৫ জুলাইত ব্ৰুনাই চহৰত। ১৯৬৭ চনত যুক্তৰাজ্যৰ ৰয়েল মিলিটাৰী একাডেমী চেণ্ডহাৰ্ষ্টৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।
পিতৃয়ে পদত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত ১৯৬৭ চনৰ ৫ অক্টোবৰত তেওঁ ব্ৰুনাইৰ চুলতান হয়।
উল্লেখনীয় যে বিশ্বৰ সৰ্ববৃহৎ ৰাজপ্ৰসাদ হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে হাছানাল বলকিয়াৰ ৰাজপ্ৰসাদ। কেৱল এয়াই নহয়, তেওঁৰ ৰাজপ্ৰসাদৰ গম্বুজত লগোৱা হৈছে ২২ কেৰেট সোণৰ আৱৰণ । তথ্য অনুসৰি এই ৰাজপ্ৰসাদটোৰ ব্যয় ২৫৫০ কোটি টকা। ৰাজপ্ৰসাদত আছে পাঁচটা চুইমিং পুল, ২৫৭টা বাথৰুম আৰু ১৭০০ৰো অধিক কোঠা । ৰাজপ্ৰাসাদটোত ২০০টা ঘোঁৰাৰ আস্তাবলৰ লগতে আছে ১১০টা এয়াৰ কণ্ডিচনাৰযুক্ত গেৰেজ ।
দ্য ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি চুলতান বলকিয়াই ব্যক্তিগত ব্যৱহাৰৰ বাবে বয়িং ৭৪৭ বিমান ক্ৰয় কৰিবলৈ ৩ হাজাৰ কোটি টকা ব্যয় কৰিছে। এই জেটত আছে ১২ কোটি মাৰ্কিন ডলাৰৰ ৱাছ বেচিন । খবৰ অনুসৰি ব্ৰুনাইৰ চুলতানৰ ৭ হাজাৰ বাহনৰ বহৰ আছে, য’ত আছে ৩০০খন ফেৰাৰী আৰু ৫০০খন ৰ’লছ ৰয়েচ। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ব্যক্তিগত চিৰিয়াখানাৰ মালিক হাছানাল বলকিয়া, য’ত আছে ৩০টাকৈ বাঘ (বেংগল টাইগাৰ)।
আচৰিত যেন লাগিলেও সঁচা যে চুলতানে চুলি কটাৰ বাবে খৰচ কৰে ২০,০০০ মাৰ্কিন ডলাৰ ।

Previous Post

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

Next Post

কোন বাৰু সেইগৰাকী ব্যক্তি যাৰ জীৱনৰ আধাৰতনিৰ্মাণ কৰা হৈছে ৱেবচিৰিজ ‘তালী’ ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কোন বাৰু সেইগৰাকী ব্যক্তি যাৰ জীৱনৰ আধাৰতনিৰ্মাণ কৰা হৈছে ৱেবচিৰিজ ‘তালী’ ?

কোন বাৰু সেইগৰাকী ব্যক্তি যাৰ জীৱনৰ আধাৰতনিৰ্মাণ কৰা হৈছে ৱেবচিৰিজ ‘তালী’ ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7