VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পত্নীসহ দিল্লীৰ অক্ষৰধাম মন্দিৰতপূজা-অর্চনা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

voicedesk by voicedesk
September 10, 2023
in মুখ্য সংবাদ
পত্নীসহ দিল্লীৰ অক্ষৰধাম মন্দিৰতপূজা-অর্চনা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ অক্ষৰধাম মন্দিৰত পূজা কৰিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাক। তেওঁৰ লগত আছিল তেওঁৰ পত্নী অক্ষ্তা মূৰ্তি। দেওবাৰে পুৱা মন্দিৰত পূজা কৰা দেখা গ’ল সপত্নীক  ছুনাকক। তেওঁলোকে আৰতিতো অংশগ্ৰহন কৰে । দিল্লীত অৱতৰণ কৰাৰ সময়ত ছুনাকে কয় যে তেওঁ দেশৰ কিছুমান মন্দিৰ পৰিদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে । উদ্যোগপতি নাৰায়ণমূর্তিৰ জোঁৱাই ছুনাকে দেওবাৰে পৰিকল্পনা অনুসৰি অক্ষৰধাম মন্দিৰলৈ যায়৷

 

ছুনাকৰ এই মন্দিৰ-ভ্ৰমণৰ বাবে কাষৰীয়া অঞ্চলটোত পুৱাৰে পৰা নিৰাপত্তা  ব্যৱস্থা কটকটীয়া কৰা হৈছিল। নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে ছুনাক। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। ভাৰত ভ্ৰমণৰ সময়ত ছুনাকে কয় যে তেওঁ এজন ‘গৌৰৱান্বিত হিন্দু’। ভাৰতীয় মূলৰ ৰাজনীতিবিদগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি তেওঁৰ “অসীম সন্মান” আছে বুলিও কয়।

 

দেওবাৰে মন্দিৰত পূজা আগবঢ়োৱাৰ অন্তত আন ৰাষ্ট্ৰপতিৰ সৈতে ৰাজঘাটলৈ গৈ গান্ধী স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জনায় ছুনাকে। ইয়াৰ পূৰ্বে যোৱা মে’ মাহত জাপানৰ হিৰোছিমাত অনুষ্ঠিত জি-৭ৰ বৈঠকত মোডী আৰু ছুনাকৰ মাজত মুখামুখি আলোচনা হৈছিল। ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্যৰ বিষয়ে সেই সময়ত দুয়োজন ৰাষ্ট্ৰপ্ৰধানৰ মাজত আলোচনা হৈছিল।

​

 

Previous Post

চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ

Next Post

ৰাজস্থানত গৰমৰ অভিলেখঃ ৭৪ বছৰৰ অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ৰাজস্থানত গৰমৰ অভিলেখঃ ৭৪ বছৰৰ অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই

ৰাজস্থানত গৰমৰ অভিলেখঃ ৭৪ বছৰৰ অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7