VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আৰু কেইদিনমান পাছতে এবছৰ সম্পূর্ণ কৰিব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই, সামৰিক সাহায্য বিচাৰি ইউৰোপত জেলেনস্কি

voicedesk by voicedesk
February 10, 2023
in মুখ্য সংবাদ
আৰু কেইদিনমান পাছতে এবছৰ সম্পূর্ণ কৰিব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই, সামৰিক সাহায্য বিচাৰি ইউৰোপত জেলেনস্কি
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ আৰু কেইদিনমান পাছতে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই অতিক্ৰম কৰিব এটা বছৰ ৷ । ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ এবছৰ পাৰ হ’ব। তাৰ ঠিক আগতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিয়ে সামৰিক আৰু অন্যান্য সাহায্য বিচাৰি ইউৰোপ ভ্ৰমণ কৰা কার্যই উদ্বিগ্নতাৰ সৃষ্টি কৰিছে ৷

 

বুধবাৰে তেওঁ ভ্ৰমণৰ প্ৰথম দিনাই লণ্ডনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকক সাক্ষাৎ কৰে। ইয়াৰ পিছত তেওঁ পেৰিছত উপস্থিত হয় ৷। বুধবাৰে নিশা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ অতিথি হিচাপে কটায় জেলেনস্কিয়ে। তাত মেক্ৰন আৰু জাৰ্মান চ্যান্সেলৰ অলাফ শ্বলজৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰে। ফ্ৰান্স আৰু জাৰ্মানীৰ শীৰ্ষ নেতাৰ সৈতে আলোচনাৰ অন্তত জেলেনস্কিয়ে কয় যে সময়সা-সম্পদ শেষ হৈ গৈ আছে। অৱশ্যে এই যুদ্ধত খেলখন ঘূৰাই অনাৰ ক্ষমতা ফ্ৰান্স আৰু জাৰ্মানীৰ হাতত আছে। আমি যিমান সোনকালে দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ পাম, যুদ্ধ বিমান পাম, সিমান সোনকালে ৰাছিয়াৰ আগ্ৰাসনৰ অন্ত পেলাব পাৰিম।”

 

ফ্ৰান্স আৰু জাৰ্মানীৰ দৰে ব্ৰিটেইনেও জেলেনস্কিক সমৰ্থন কৰাৰ বাৰ্তা দিছে। দুয়োখন দেশৰ শীৰ্ষ নেতাসকলৰ যৌথ সংবাদমেলত ছুনোকে ,‘মই মুকলিকৈ জনাইছো যে ব্ৰিটেইনে ৰাছিয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ ইউক্ৰেইনক যুদ্ধ বিমান আৰু অস্ত্ৰ যোগান ধৰিব।“ ইয়াৰ উপৰিও সুনাকে নাটোৰ যুদ্ধ বিমান আৰু ইউক্ৰেইনৰ পাইলটসকলক অত্যাধুনিক বিমান উৰণৰ প্ৰশিক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

 

পেৰিছ আৰু লণ্ডন ভ্ৰমণৰ পিছত আজি পুৱা বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত উপস্থিত হয় ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি। লগত উপস্থিত হয় ৰাষ্ট্ৰোতি  মেক্ৰন। তাত ইউৰোপীয় সংঘৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰি ইউৰোপীয় সংসদলৈও যোৱাৰ কথা আছে জেলেনস্কি। ইউক্ৰেইনৰ ইউৰোপীয় ইউনিয়নত যোগদানৰ সন্দৰ্ভত আলোচনা আগবঢ়াই নিব বিচাৰিছে জেলেনস্কিয়ে। এতিয়ালৈকে ইউৰোপীয় ইউনিয়নে ইউক্ৰেইনলৈ ৭২ বিলিয়ন ডলাৰৰ সাহায্য প্ৰেৰণ কৰিছে।

 

যুদ্ধ আৰম্ভ হোৱাৰ পিছত জেলেনস্কিৰ এয়া  দ্বিতীয়টো বিদেশ ভ্ৰমণ। ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত ৱাশ্বিংটনলৈ গৈছিল জেলেনেস্কি। আমেৰিকা ভ্ৰমণৰ পিছত ইউৰোপৰ ভ্ৰমণ অধিক বন্ধুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

Previous Post

এগৰাকী সাহসী ছোৱালী, যিয়ে ১৭ ঘণ্টা জুৰি ধ্বংসস্তূপৰ পৰা নিৰাপত্তা দিলে ভায়েকক

Next Post

জম্মু আৰু কাশ্মীৰত প্ৰথমবাৰৰ বাবে লিথিয়াম সংৰক্ষণ পোৱা গৈছে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
জম্মু আৰু কাশ্মীৰত প্ৰথমবাৰৰ বাবে লিথিয়াম সংৰক্ষণ পোৱা গৈছে

জম্মু আৰু কাশ্মীৰত প্ৰথমবাৰৰ বাবে লিথিয়াম সংৰক্ষণ পোৱা গৈছে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7