VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এগৰাকী সাহসী ছোৱালী, যিয়ে ১৭ ঘণ্টা জুৰি ধ্বংসস্তূপৰ পৰা নিৰাপত্তা দিলে ভায়েকক

এগৰাকী সাহসী ছোৱালী, যিয়ে ১৭ ঘণ্টা জুৰি ধ্বংসস্তূপৰ পৰা নিৰাপত্তা দিলে ভায়েকক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 10, 2023
in জীৱন
এগৰাকী সাহসী ছোৱালী, যিয়ে ১৭ ঘণ্টা জুৰি ধ্বংসস্তূপৰ পৰা নিৰাপত্তা দিলে ভায়েকক
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

 

সাহসী ভগ্নী’ , মৃত্যুৰ উপত্যকাত ১৭ ঘণ্টা ধৰি ভাতৃক দিলে নিৰাপত্তা । বিশ্বজুৰি এক ভাইৰেল ভিডিঅ’ দেখিলে আপোনাৰো গা- ৰ নোম শিঁয়ৰি উঠিব । হয় মই কবলৈ লৈছোঁ এটা জীয়া কাহিনী । তুৰ্কী আৰু ইয়াৰ চুবুৰীয়া দেশ চিৰিয়াত বিধ্বংসী ভূমিকম্পই জোকাৰি যোৱাত বহু হৃদয় বিদাৰক ছবি পোহৰলৈ আহিছে ।

দুয়োখন দেশতে হোৱা তীব্ৰ ভূমিকম্পই কেৱল মাত্ৰ ধ্বংসৰ চিহ্ন এৰি গৈছে । বুধবাৰে ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১৫,০০০ অতিক্ৰম কৰিছে । তাৰ মাজতে সামাজিক মাধ্যমত এটা হৃদয়বিদাৰক ভিডিঅ’পোহৰলৈ আহিছে ।ভিডিঅ’টোত এগৰাকী সাত বছৰীয়া চিৰিয়ান শিশুয়ে ধ্বংসস্তূপত তাইৰ সৰু ভায়েকক সুৰক্ষা দিয়া দেখা পোৱা গৈছে । ধ্বংসাৱশেষৰ তলত সোমাই যোৱাৰ স্বত্বেও শিশুটিয়ে ভায়েকক নিৰন্তৰ সুৰক্ষিত অনুভৱ কৰাই আছে ।

ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে ৭ বছৰীয়া শিশুটিয়ে ১৭ ঘণ্টা নিজে ধ্বংসাৱশেষৰ তলত সোমাই থকাৰ পিছতো তেওঁৰ ভাতৃৰ মুৰত হাতেৰে ধৰি নিৰাপত্তা দি আছিলে । বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “এই সাহসী ছোৱালীজনীৰ বাবে অন্তহীন প্ৰশংসা।”

তেওঁলোক ১৭ ঘণ্টা জুৰি ধ্বংসাৱশেষৰ তলত সোমাই আছিলে আৰু সেই ১৭ ঘণ্টা তেওঁ ভাতৃক নিৰাপত্তা দি আছিল । মই ভিডিঅ’টো শ্বেয়াৰ কৰা কাকো দেখা নাই । যদি তাইৰ কিবা হৈছে, সকলোৱে ইয়াক ভাগ বতৰা কৰিব!

Previous Post

ৰাখে হৰি মাৰে কোনে !!ছিৰিয়াত ধ্বংসাৱশেষৰ তলতে জন্ম হোৱা শিশু জীৱন্তে উদ্ধাৰ , প্ৰাণ গ’ল সদ্যাজাতটোৰ পৰিয়ালৰ সকলো সদস্যৰ

Next Post

আৰু কেইদিনমান পাছতে এবছৰ সম্পূর্ণ কৰিব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই, সামৰিক সাহায্য বিচাৰি ইউৰোপত জেলেনস্কি

Related Posts

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?
জীৱন

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?

March 20, 2023
নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে
জীৱন

নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে

March 18, 2023
ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা,  গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?
জীৱন

ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা, গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?

March 17, 2023
সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া
জীৱন

সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া

March 16, 2023
গৰমৰ দিনত সঘনাই  পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?
জীৱন

গৰমৰ দিনত সঘনাই পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?

March 16, 2023
ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা
জীৱন

ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা

March 15, 2023
Next Post
আৰু কেইদিনমান পাছতে এবছৰ সম্পূর্ণ কৰিব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই, সামৰিক সাহায্য বিচাৰি ইউৰোপত জেলেনস্কি

আৰু কেইদিনমান পাছতে এবছৰ সম্পূর্ণ কৰিব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই, সামৰিক সাহায্য বিচাৰি ইউৰোপত জেলেনস্কি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7