VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঐশ্বৰ্যই ইনষ্টাগ্ৰামত মাত্ৰ এজন ব্যক্তিক অনুসৰণ কৰে! তেওঁ কোন, অনুমান কৰিব পাৰিবনে?

voicedesk by voicedesk
March 17, 2023
in মনোৰঞ্জন
ঐশ্বৰ্যই ইনষ্টাগ্ৰামত মাত্ৰ এজন ব্যক্তিক অনুসৰণ কৰে! তেওঁ কোন, অনুমান কৰিব পাৰিবনে?
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

 

কোটি কোটি দৰ্শকৰ হৃদয়ৰ ৰাণী ঐশ্বৰ্য ৰায় বচ্চন। পঞ্চাশ বছৰ বয়সতো পৰ্দাত তেওঁৰ উপস্থিতিৰ উন্মাদনা এতিয়াও একেই। ছ’চিয়েল মিডিয়াত তেওঁৰ অনুৰাগীৰ সংখ্যাও কম নহয়। কিন্তু ঐশ্বৰ্যই মাত্ৰ এজন ব্যক্তিক সামাজিক মাধ্যমত ‘অনুসৰন’ কৰে।  কিন্তু সেই ব্যক্তিজন কোন জানেনে ?

 

ঐশ্বৰ্য ৰায় বচ্চনে ১৯৯৪ চনত আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়লাভ কৰি দেশক গৌৰৱান্বিত কৰে ৷ অভিনয় জীৱন আৰম্ভ কৰাৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি নাচালে। সফল মডেলিঙৰ পিছত ঐশ্বৰ্যই এক উজ্জ্বল অভিনয় কেৰিয়াৰ উপভোগ কৰি আছে। অভিষেক বচ্চনৰ সৈতেও  তেওঁৰ সুন্দৰ সংসাৰ ৷ ৪৯ বছৰ বয়সতো তেওঁ দৰ্শকৰ হৃদয়ত একে মৰম ধৰি ৰাখিবলৈ সক্ষম হৈছে ৷

 

সময়ৰ লগে লগে ঐশ্বৰ্যৰ পৰ্দাত উপস্থিতি কমি আহিল। অৱশ্যে কন্যা আৰাধ্যাক জন্ম দি ডাঙৰ-দীঘল কৰাৰ পিছত ১১ বছৰৰ পাছত পুনৰ পৰ্দালৈ ঘূৰি আহে অভিনেত্ৰীগৰাকী। ‘পনিয়িন চেলভান ১’ ছবিখনতো তেওঁক দেখি দৰ্শক আপ্লুত হৈছিল।

 

নিয়মীয়াকৈ ছ’চিয়েল মিডিয়াতো সক্ৰিয় হৈ থাকে অভিনেত্ৰীগৰাকী। ছছিয়েল মিডিয়াতো তেওঁ সক্ৰিয় ৷১১৬ লাখ লোকে ইনষ্টাগ্ৰামত ঐশ্বৰ্যক ফ’ল’ কৰে। কিন্তু ঐশ্বৰ্য নিজে মাত্ৰ এজন মানুহক অনুসৰণ কৰে। কোন হ’ব পাৰে সেইজন ব্যক্তি! স্বামী অভিষেক বচ্চনক তেওঁ সামাজিক মাধ্যমত অনুসৰণ কৰে ৷

অভিষেক-ঐশ্বৰ্য ১৫ বছৰ ধৰি একেলগে আছে। ‘উমৰাও জন’ৰ শ্বুটিংৰ সময়ত অভিষেকে ঐশ্বৰ্যক বিয়াৰ প্ৰস্তাৱ দিছিল। ২০০৭ চনৰ ২০ এপ্ৰিলত নিউয়ৰ্কত বিবাহপাশত আবদ্ধ হয় এই দম্পতীহাল।

 

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব নতুন ষ্টেডিয়াম ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব  নতুন ষ্টেডিয়াম ?

ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব নতুন ষ্টেডিয়াম ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7