VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?

voicedesk by voicedesk
March 28, 2023
in জীৱন
বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?
0
SHARES
50
VIEWS
Share on FacebookShare on Twitter

বিৰাট কোহলিৰ পৰা  আয়ুষ্মান খুৰানালৈকে , আল্লু অৰ্জুনৰ পৰা ৰণবীৰ সিঙলৈ  সকলোৰে  ফেশ্বনত দাড়িৰ আছে বিশেষ গুৰুত্ব ৷ বিশেষকৈ যিসকলে মাজে মাজে নিজৰ চেহেৰাৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰে, তেওঁলোকৰ বহুতেই এই দাড়িৰ প্ৰতি অতি আকৰ্ষিত। কেতিয়াবা ভ্যান ডাইক, কেতিয়াবা ৰয়েল আৰু কেতিয়াবা চাৰ্কল দাড়ি  ৰাখি নিজৰ লুক পৃথক কৰিবলৈ চেষ্টা কৰে ৷ ডাঠ দাড়িয়ে যেনেকৈ ৰূপ সলনি কৰে, তেনেকৈয়ে ব্যক্তিত্বৰ ওপৰতো এক বেলেগ ছাপ দিয়ে। কিন্তু গ্ৰীষ্মকালৰ বাবে ফেশ্বনৰ সৈতে আপোচ কৰিব নিবিচাৰিলে দাড়িৰ অতিৰিক্ত যত্ন ল’ব লাগিব। গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?

১) গৰমৰ দিনত দাড়ি নিয়মিতভাৱে ট্ৰিম কৰিব লাগে। শীতকালত দাড়ি গজিলে বিশেষ ক্ষতি নহয়। কিন্তু গ্ৰীষ্মকালত যদি দাড়ি বেছিকৈ গজে তেন্তে ই সমস্যাত পৰিণত হ’ব পাৰে, গতিকে সপ্তাহত এবাৰ ট্ৰিম কৰক।

 

২) এই সময়ত তেলেৰে নিয়মিতভাৱে দাড়িৰ মালিচ কৰিব লাগিব। ইয়াৰ দ্বাৰা দাড়ি বা তাৰ গুৰিৰ ওপৰত বেক্টেৰিয়া গজিবলৈ নিদিয়ে। তেল মালিচ নকৰিলে দাড়িৰ তলৰ ছালখন সংক্ৰমিত হ’ব পাৰে।

 

৩) শীতকাল শেষ হ’ল বুলিয়েই মইশ্ব’ৰাইজাৰ লগোৱা বন্ধ নকৰিব। গৰমৰ দিনতো ছালখন মইশ্ব’ৰাইজ কৰাটো প্ৰয়োজন! ৰুক্ষ দাড়ি একেবাৰে ভাল দেখা নাযায়। গতিকে মইশ্ব’ৰাইজাৰ আৰু দাড়িৰ তেল ব্যৱহাৰ কৰাটো নিশ্চিত কৰক।

 

৪) গ্ৰীষ্মকালত দীঘল দাড়ি ৰাখিব বিচাৰেনে? কিন্তু ইয়াৰ বাবে অধিক পানী খাব লাগে। দিনটোত কমেও ৩ লিটাৰ পানী সেৱন কৰিব লাগিব। অন্যথা দাড়িৰ গুৰি শুকাই অস্বস্তিৰ সৃষ্টি কৰিব পাৰে।

 

৫) ৰ’দত ওলাই যাব বিচাৰিলে গালত ছানস্ক্ৰীণ লগাব লাগে। দাড়ি থাকিলে ছানস্ক্ৰীণ কেনেকৈ লগাব তাক লৈ চিন্তা হয় ৷ এই ক্ৰীম দাড়িৰ তলৰ ছালত লগাব লাগে। ই দাড়িৰ তলৰ ছালখন কোমল কৰি ৰাখিব, দাড়িও চিকচিকিয়া হ’ব।

 

Previous Post

২০০১ চনৰ লোক গণনাৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিৰোধিতা চিপিআই(এম)ৰ

Next Post

গামোছা বিতৰ্কত কি কলে বাংলা সাহিত্য সভাই

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
গামোছা বিতৰ্কত কি কলে বাংলা সাহিত্য সভাই

গামোছা বিতৰ্কত কি কলে বাংলা সাহিত্য সভাই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7