VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁও-মৰিগাঁৱৰ বাৰপূজীয়াত অসম সাহিত্য সভাৰ ২০২৪ বৰ্ষৰ মধ্যকালীন অধিবেশনৰ আদৰণি সমিতি গঠন

voicedesk by voicedesk
May 15, 2023
in মুখ্য সংবাদ
নগাঁও-মৰিগাঁৱৰ বাৰপূজীয়াত অসম সাহিত্য সভাৰ ২০২৪ বৰ্ষৰ মধ্যকালীন অধিবেশনৰ আদৰণি সমিতি গঠন
0
SHARES
65
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১৪মে’:– নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী ঐতিহ্যপূৰ্ণ বাৰপূজীয়াত আগন্তুক ২০২৪চনত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ মধ্যকালীন অধিবেশন ৷ মৰিগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্ভূক্ত বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আহ্বানমৰ্মে আগন্তুক ২০২৪চনত বাৰপূজীয়াত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ বিশেষ মধ্যকালীন অধিৱেশনখনি ৷ এই উপলক্ষে ৰবিবাৰে বাৰপূজীয়াৰ দৌল মন্দিৰ প্ৰাঙ্গনত অধিৱেশন খনি সাফল্যমণ্ডিত কৰিবলৈ আদৰণি সমিতি গঠনৰ উদ্দেশ্যে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ সভাপতি ডাঃ প্ৰদীপ কুমাৰ ডেকাৰ সঞ্চালনাত অনু্ষ্ঠিত সভাখনিত পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ কোষাধ্যক্ষ মিহিৰ বৰুৱা, গুৱাহাটী মহানগৰ কাৰ্যালয় প্ৰশাসনিক বিষয়া প্ৰফুল্ল বৰ্মন, অজিত প্ৰসাদ শৰ্মা আৰু দেবেন্দ্ৰ নাথ বসুমতাৰী ৷

আনহাতে সভাত অসম সাহিত্য সভাৰ প্ৰচাৰ উপ সমিতিৰ কাৰ্যকৰী সভাপতি অজিত শৰ্মা,অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক সমিতিৰ সম্পাদক প্ৰতাপ হাজৰিকা, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া,অসম সাহিত্য সভাৰ বিশেষ আমন্ত্ৰিত সদস্য পিনাকী ভূষণ মহন্ত,অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য ৰতিমোহন নাথ,বিনু লস্কৰ ঠাকুৰীয়া,হোজাই জিলা সাহিত্য সভাৰ সম্পাদক বিৰাজ কুমাৰ বৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আনহাতে নগাঁও,মৰিগাঁও আৰু হোজাই জিলাৰ প্ৰায় তিনি শতাধিক সাহিত্য অনুৰাগী উপস্থিত থকা এই ৰাজহুৱা সভাতে অসম চৰকাৰৰ বিত্ত সচিব হেমন্ত কুমাৰ দেউৰীক সভাপতি,বিৰিঞ্চি কুমাৰ শৰ্মাক কাৰ্যকৰী সভাপতি,ডাঃ প্ৰদীপ কুমাৰ ডেকাক সাধাৰণ সম্পাদক তথা জয়কান্ত দাস আৰু কুশল বৰাক যুটীয়া সম্পাদক হিচাপে লৈ এখনি শক্তিশালী আদৰণি সমিতি গঠন কৰা হয় ।

Previous Post

ধিঙৰ নাম ডুমডুমীয়াৰ বেল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা, উখল-মাখল পৰিবেশ

Next Post

দিল্লীলৈ সিদ্ধাৰমাইয়া, কর্ণাটকত জন্মদিন উদযাপন শিৱকুমাৰৰঃকোন হ’ব কর্ণাটকৰ মুখ্যমন্ত্ৰী? আতৰা নাই বিভ্ৰান্তি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দিল্লীলৈ সিদ্ধাৰমাইয়া, কর্ণাটকত জন্মদিন উদযাপন শিৱকুমাৰৰঃকোন হ’ব কর্ণাটকৰ মুখ্যমন্ত্ৰী? আতৰা নাই বিভ্ৰান্তি

দিল্লীলৈ সিদ্ধাৰমাইয়া, কর্ণাটকত জন্মদিন উদযাপন শিৱকুমাৰৰঃকোন হ’ব কর্ণাটকৰ মুখ্যমন্ত্ৰী? আতৰা নাই বিভ্ৰান্তি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7