VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ধিঙৰ নাম ডুমডুমীয়াৰ বেল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা, উখল-মাখল পৰিবেশ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 15, 2023
in মুখ্য সংবাদ
ধিঙৰ নাম ডুমডুমীয়াৰ বেল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা, উখল-মাখল পৰিবেশ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১৪মে’:–নগাঁও জিলাৰ ধিঙৰ নাম ডুমডুমীয়াৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰত ৰবিবাৰে গুৰু আসন প্ৰতিষ্ঠা কাৰ্যসূচী ভাগ দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । এই উপলক্ষে পুৱাৰে পৰা অঞ্চলটোৰ ভকত বৈষ্ণৱ,আইমাতৃসকলৰ উপস্থিতিত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় । কাৰ্য্যসূচী অনুসৰি পুৱা ৭ বজাত ধৰ্মধ্বজা উত্তোলন আৰু পুৱা ৮ বজাত খোল প্ৰসংগৰ পাছত গায়ন বায়ন,আয়তীৰ মংগল ধ্বনিৰে উত্তৰ কমলাবাৰী শাখা সত্ৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে । লগে লগে নামাচাৰ্য(আতৈ) মণিৰাম কেওঁটৰ সহিতে উপস্থিত সমস্ত ভকত বৈষ্ণৱ আইমাতৃৰ নাম কীৰ্তনৰে মুখৰিত হৈ পৰে নামডুমডুমীয়াত সত্ৰ । উল্লেখ্যযে,উত্তৰ কমলাবাৰী সত্ৰৰ বিংশতিতম সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে অহা ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত পঞ্চদশ বৰ্ষত ভৰি দিব ।

তেখেতৰ শিষ্য,প্ৰশিষ্য,শুভাকাংখীসকলৰ তৎপৰতাত পঞ্চদশ বৰ্ষৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ ৫০খন স্থানত নৱ প্ৰজন্মক আধ্যাত্মিক দৰ্শনৰ লগত সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে এলানি কাৰ্যসূচী হাতত লোৱা হৈছে । সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ পঞ্চদশ বৰ্ষজোৰা কাৰ্যসূচীৰ প্ৰথমটো কাৰ্যসূচী হিচাপে ৰবিবাৰে বিয়লি ধিঙৰ নামডুমডুমীয়া উত্তৰ কমলাবাৰী শাখা সত্ৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰত “যুৱ মানসিকতাৰ উত্তৰণত মানসিক চিন্তন” শীৰ্ষক আলোচনাচক্ৰও অনুষ্ঠিত হয় । নামডুমডুমীয়া সত্ৰৰ নামলগোৱা তথা সমাজ সংগঠক প্ৰফুল্ল বৰুৱাই আঁত ধৰা গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট কবি, সাহিত্যিক দিলীপ কুমাৰ নাথে কয় যে শব্দ ব্ৰহ্ম যদি আমি সম্পূৰ্ণ ৰূপত আয়ত্ব কৰিব পাৰোঁ,তেতিয়া আমি পৰম ব্ৰহ্মক জানিব পাৰিম। শিক্ষাই মুক্তি দান কৰে । কিন্ত আমাৰ যি শিক্ষা ব্যৱস্থা আছে, সেয়াই মুক্ত দানৰ পথ দেখুৱাব নোৱাৰে । ধৰ্মই সত্য,সত্যই ধৰ্ম। সত্যৰ পথেৰে পৰম ব্ৰহ্মক পাৰ পাৰি। ইফালে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে কয় যে তিনি বস্ত্ৰ পিন্ধিলেই ভকত নহয় । ভকত হ’বলৈ আমাৰ আত্মাৰ উত্তৰণ হব লাগিব। আমি কিমান শৃংখল হৈছোঁ। আমাৰ আহাৰ,বাক্যত শৃংখলাতা থাকিব লাগিব। নেপাই বুলি ক’লেই নহ’ব,কিয় নেপাই, বৈজ্ঞানিক বিশ্লেষণ কৰি বুজাই দিব পাৰিব লাগিব । আমাৰ মন মগজু-শৰীৰ একাত্ম হব লগিব । আমি আধ্যাত্মিক চিন্তা চৰ্চা কৰি জীৱন সুন্দৰ কৰিব পাৰোঁ। ওপৰ ডুমডুমীয়া সত্ৰৰ ড° অচ্যুৎ শইকীয়াই ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বটদ্ৰৱাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱা,ওপৰ ডুমডুমীয়া সত্ৰৰ বাপ্তি শইকীয়াৰ লগতে ধিঙৰ নামডুমডুমীয়া সত্ৰৰ ভকত-বৈষ্ণৱ,আইমাতৃসকল উপস্থিত থাকে ।

Previous Post

কামলৈ যাওঁতে সন্তানটিক মাক-দেউতাকে ক’ত থৈ যাব?

Next Post

নগাঁও-মৰিগাঁৱৰ বাৰপূজীয়াত অসম সাহিত্য সভাৰ ২০২৪ বৰ্ষৰ মধ্যকালীন অধিবেশনৰ আদৰণি সমিতি গঠন

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
নগাঁও-মৰিগাঁৱৰ বাৰপূজীয়াত অসম সাহিত্য সভাৰ ২০২৪ বৰ্ষৰ মধ্যকালীন অধিবেশনৰ আদৰণি সমিতি গঠন

নগাঁও-মৰিগাঁৱৰ বাৰপূজীয়াত অসম সাহিত্য সভাৰ ২০২৪ বৰ্ষৰ মধ্যকালীন অধিবেশনৰ আদৰণি সমিতি গঠন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7