ঘৰ ভাড়ালৈ দিয়া লোৱাৰ ক্ষেত্ৰত অসমত নতুন আইন বলবৎ কৰা হৈছে
- চুক্তি পত্ৰৰ দ্বাৰা হে ঘৰ ভাড়াত দিব পাৰিব ঘৰৰ গৰাকীয়ে।
- ঘৰ ভাড়াত দিলে চৰকাৰক অৱগত কৰাব লাগিব
- কিমান টকাত ঘৰ ভাড়ালৈ দিছে জনাব লাগিব চৰকাৰক
- চৰকাৰে এটা ইউনিক আইডেণ্টিফিকেচন নাম্বাৰ দিব
- চুক্তি পত্ৰখন আপলোড কৰা হʼব চৰকাৰী ৱেবচাইটত
- মালিক আৰু ভাড়াতীয়া উভয় পক্ষৰে PAN আৰু আধাৰ নাম্বাৰ জনাব লাগিব