VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মৃত্যুৰ পিচতো চাৰিজনকৈ লোকক দৃষ্টি শক্তি প্ৰদান কৰি জনতাৰ মনত সাঁচ বহুৱালে দক্ষিণৰ অভিনেতা পুনিত ৰাজকুমাৰে

মানৱদৰদী অভিনেতা গৰাকীৰ পিতৃ মাতৃয়েও কৰিছিল নেত্ৰদান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 3, 2021
in মনোৰঞ্জন, মুখ্য সংবাদ, সমাজ
মৃত্যুৰ পিচতো চাৰিজনকৈ লোকক দৃষ্টি শক্তি প্ৰদান কৰি জনতাৰ মনত সাঁচ বহুৱালে দক্ষিণৰ অভিনেতা পুনিত ৰাজকুমাৰে
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

মানুহৰ  কথা চিন্তা কৰা দক্ষিণ ভাৰতৰ এজন অভিনেতা  পুনিত কুমাৰ৷ মৃত্যুৰ পিচতো যি দৃষ্টিশক্তি দিলে চাৰিজনকৈ লোকক ৷২৯ অক্টোবৰত ইহলীলা সম্বৰণ কৰা পুনিত কুমাৰে মৃত্যুৰ আগতেই চকুযোৰ দান কৰি থৈ গৈছিল৷ সেয়েহে তেওঁৰ মৃত্যুৰ পিচতো তিনিজন পুৰুষ আৰু এগৰাকী মহিলাই  দৃষ্টি শক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ বিগত দুদিনত নাৰায়ণা নেত্ৰালয়ত তেওঁলোকৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়৷ পুনিতৰ পিতৃ ডক্তৰ ৰাজকুমাৰ আৰু মাতৃ পৰ্বতাম্মায়ো মৃত্যুৰ পূৰ্বে তেওঁলোক দুয়োজনৰে চকু দান কৰি থৈ গৈছিল৷

পুনিতক মৃত বুলি ঘোষণা কৰাৰ পিছতেই  তেওঁৰ সহোদৰ ৰাঘবেন্দ্ৰই নেত্ৰালয়ৰ ডক্তৰ ৰাজকুমাৰ আইবেংকক খবৰ দিয়ে আৰু চিকিৎসকে প্ৰয়াত অভিনেতা জনৰ চকুৰ প্ৰয়োজনীয় অংশ সংগ্ৰহ কৰি চাৰিগৰাকীকৈ লোকক দৃষ্টি শক্তি প্ৰদান কৰে৷ নিজৰ মৃত্যুৰ পিচতো ২০ৰ পৰা ৩০ বছৰ বয়সৰ চাৰিও গৰাকী ব্যক্তিক   মানৱ দৰদী অভিনেতা গৰাকীয়ে জীৱন কাললৈ পোহৰ দি থৈ গ’ল যাৰ ফলত তেওঁ সৰ্বসাধাৰণ মানুহৰ দৃষ্টিত এজন অভিনেতাই নহয় এজন প্ৰকৃত মানুহ হৈ ৰ’ল৷

Previous Post

ঘৰ‌ ভাড়ালৈ দিয়া লোৱাৰ ক্ষেত্ৰত অসমত নতুন আইন বলবৎ

Next Post

ভাৰতৰ তীৰ্থ স্থান গংগাই গঢ়িলে বিশ্ব ৰেকৰ্ড

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
“ক্ৰিকেটাৰৰ সিতে  বিয়াত বহাত মোৰ কোনো  অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?
মনোৰঞ্জন

“ক্ৰিকেটাৰৰ সিতে বিয়াত বহাত মোৰ কোনো অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
Next Post
ভাৰতৰ তীৰ্থ স্থান গংগাই গঢ়িলে বিশ্ব ৰেকৰ্ড

ভাৰতৰ তীৰ্থ স্থান গংগাই গঢ়িলে বিশ্ব ৰেকৰ্ড

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7