VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহিলাই মহিলাৰ বিৰুদ্ধে কৰা অপৰাধ অধিক গুৰুতৰ , কিয় ক’লে উচ্চতম ন্যায়ালয়ে

voicedesk by voicedesk
January 12, 2022
in আইন
মহিলাই মহিলাৰ বিৰুদ্ধে কৰা অপৰাধ অধিক গুৰুতৰ , কিয় ক’লে উচ্চতম ন্যায়ালয়ে
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

মহিলাৰ বিৰুদ্ধে মহিলাই কৰা নির্যাতনৰ অপৰাধ অধিক গুৰুতৰ ৷ এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ ৷ মঙলবাৰে যৌতুকৰ এটা  গোচৰত  শাহুৱেকক এখন আদালতে দোষী সাব্যস্ত কৰি প্ৰদান কৰা ৰায় বাহাল ৰাখি উচ্চতম ন্যায়ালয়ে এইদৰে কয়  ৷ ন্যায়াধীশ এম আৰ শ্বাহ আৰু বি ভি নাগাৰত্নৰ বিচাৰপীঠে কয়  যে যদিহে এগৰাকী মহিলাই আন এগৰাকী মহিলাক  অর্থাৎবোৱাৰীক সুৰক্ষিত নকৰে তেনেহলে তেঁও অধিক  অসুৰক্ষিত হৈ পৰে ।

বিচাৰপীঠখনে কয় “যেতিয়া এগৰাকী মহিলা অর্থাৎ শাহুৱেকে আন এগৰাকী মহিলা, অৰ্থাৎ বোৱাৰীক নিষ্ঠুৰ ভাৱে অত্যাচাৰ কৰাৰ দৰে অপৰাধ সংঘটিত কৰে, তেনে অপৰাধ অধিক   গুৰুতৰ ৷যদি এগৰাকী শাহুৱেকে আন এগৰাকী মহিলা  অৰ্থাৎ বোৱাৰীক সুৰক্ষা নিদিয়ে, তেন্তে বোৱাৰীগৰাকী অসুৰক্ষিত হৈ পৰে ৷” উল্লেখ্য যে  ভুক্তভোগী মহিলা গৰাকীৰ মাতৃয়ে এক অভিযোগ দাখিল কৰিছিল যে তেওঁৰ  কন্যাক জোঁৱায়েক আৰু পৰিয়ালে অমানৱীয় অত্যাচাৰ চলাইছিল ৷ অলংকাৰ বিচাৰি বোৱাৰীগৰাকীক শহুৰৰ পৰিয়ালে অকথ্য নির্যাতন চলাইছিল ৷ যাৰ বাবে বোৱাৰীগৰাকীয়ে গাত জুই লগাই আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল ৷ ২০০৬ চনত সংঘটিত এই ঘটনা সন্দর্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত নিম্ন আদালতে মৃত বোৱাৰীগৰাকীৰ শাহুৱেকক ভাৰতীয় দণ্ডবিধিৰ ৪৯৮(এ ) আৰু ৩০৬ ধাৰাৰ অধীনত  দোষী সাব্যস্ত কৰে ৷ পৰৱর্তী সময়ত দোষী সাব্যস্ত হোৱা মহিলা গৰাকীয়ে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহবান জনায় চেন্নাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ উচ্চ ন্যায়ালয়ে ৩০৬ ধাৰা প্ৰত্যাহাৰ কৰে যদিও ৪৯৮(এ) ধাৰা অধীনত দোষী সাব্যস্ত কৰি দিয়া ৰায় বাহাল ৰাখে ৷ যাৰ বাবে মহিলগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ কিন্তু উচ্চতম ন্যায়ালয়েও উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখে ৷ অর্থাৎ মহিলাগৰাকীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৯৮(এ) ৰ অধীনত লাভ কৰিব শাস্তি ৷

 

 

Previous Post

১০ ঘণ্টাজোৰা বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক, উত্তৰ প্ৰদেশৰ নির্বাচনক লৈ তৎপৰ গেৰুৱা দল

Next Post

কেৰোণ লাগিল মালাইকা –অৰ্জুনৰ সর্ম্পকত!! ব্ৰেক-আপৰ পাছত এসপ্তাহে ঘৰৰ পৰা ওলোৱা নাই অভিনত্ৰীগৰাকী

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
কেৰোণ লাগিল  মালাইকা –অৰ্জুনৰ সর্ম্পকত!! ব্ৰেক-আপৰ পাছত  এসপ্তাহে ঘৰৰ পৰা ওলোৱা নাই অভিনত্ৰীগৰাকী

কেৰোণ লাগিল মালাইকা –অৰ্জুনৰ সর্ম্পকত!! ব্ৰেক-আপৰ পাছত এসপ্তাহে ঘৰৰ পৰা ওলোৱা নাই অভিনত্ৰীগৰাকী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7