সীমা সমস্যা সমাধানৰ বাবে প্ৰধান মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, ৰাজ্যৰ উন্নয়নৰ গতি ক্ষিপ্ৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীসহ কেইবাজনো মন্ত্ৰীৰ লগতো আলোচনা
চুবুৰীয়া ৰাজ্যৰে হোৱা সীমা সংঘাতৰ অন্ত পেলাবলৈ সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি...