VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশিষ্ট অভিনেত্ৰী চেতনা দাসক অসম গৌৰৱ বঁটা প্ৰদান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 9, 2021
in সমাজ, সংস্কৃতি
বিশিষ্ট অভিনেত্ৰী চেতনা দাসক অসম গৌৰৱ বঁটা প্ৰদান
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ অসমৰ উদ্যোগত সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত অগ্ৰণী ভূমিকাৰে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে কেইবাজনো বিশিষ্ট ব্যক্তিক বঁটাৰে সন্মানিত কৰা হ’য়।

 এই সভাত সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসমৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাসক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰে।

বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰা বিশিষ্ট অভিনেত্ৰী গৰাকীয়ে কৰ’না হৈ মৃত্যু হোৱা প্ৰয়াত স্বামীক স্মৰণ কৰাৰ লগতে তেওঁ এই দুখৰ মাজতো হাঁহি থকাৰ দৰে সকলোকে হাঁহি থাকিবলৈ আহ্বান জনায়।

ভাষণ প্ৰসংগত অভিনেত্ৰী গৰাকীয়ে স্বামীৰ লগতে নিজও ক‘ভিডত আক্ৰান্ত হৈ লাভ কৰা অভিজ্ঞতা বৰ্ণনা কৰি এই ক্ষেত্ৰত সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অন্যতম মন্ত্ৰী পীয়ুষ হাজৰিকাই কৰা সহায়ৰ শলাগ লয়।

উক্ত অনুষ্ঠানত আৰু কেইবাগৰাকী লেখক-লেখিকা আৰু সাংবাদিককো বঁটা প্ৰদান কৰা হ‘য়।

Previous Post

ঘোষণা হ’ল নতুন এছ অ’ পি: কিছু শিথিলতাৰে সৈতে সান্ধ্য আইনৰ সময় সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ

Next Post

টকিঅ’ অলিম্পিকত পদক জয়েৰে গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহায়ে ভৰি দিলে স্বদেশৰ মাটিত

Related Posts

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ
সংস্কৃতি

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ

September 17, 2023
৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ
সংস্কৃতি

৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

September 8, 2023
“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু  নাট কৰ্মশালাৰ শুভাৰম্ভণি
সংস্কৃতি

“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভাৰম্ভণি

September 7, 2023
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”
সংস্কৃতি

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”

September 2, 2023
জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা
সংস্কৃতি

জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা

August 28, 2023
অসমীয়া ভাষাৰ অতন্দ্ৰ প্ৰহৰী  দেৱেন দত্তৰ স্মৃতি ৰক্ষাৰ বাবেই  এক বিশেষ পদক্ষেপ ল’লে ইছমাইল হুছেইনে
সংস্কৃতি

অসমীয়া ভাষাৰ অতন্দ্ৰ প্ৰহৰী দেৱেন দত্তৰ স্মৃতি ৰক্ষাৰ বাবেই এক বিশেষ পদক্ষেপ ল’লে ইছমাইল হুছেইনে

August 21, 2023
Next Post
টকিঅ’ অলিম্পিকত পদক জয়েৰে গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহায়ে  ভৰি দিলে স্বদেশৰ মাটিত

টকিঅ’ অলিম্পিকত পদক জয়েৰে গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহায়ে ভৰি দিলে স্বদেশৰ মাটিত

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7