মুখ্য সংবাদ

গৰুখুঁটিত প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰভাৱে জপিয়াই পৰা বিজয় বনিয়াৰ কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চ’ছিয়েল মিডিয়াত

চৰকাৰৰ নিৰ্দেশ অনুযায়ী বৃ্হস্পতি বাৰে দৰং জিলাৰ ঢলপুৰৰ গৰুখুঁটিত ৪,৫০০ বিঘা মাটিত বে-দখলকাৰীৰ উচ্ছেদ অভিযান চলিছিল।এই উচ্ছেদ অভিযান চলাৰ সময়তে...

Read more

সম্পূৰ্ণ এটা বছৰ পাৰ হ’ল উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী ৰ’পৱে’ৰ

গুৱাহাটী তথা উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে’ সম্পূৰ্ণ কৰিলে এটা বছৰ। ব্ৰহ্মপুত্ৰ নদীৰ দুয়োটা পাৰ সংযোগ কৰা এই ৰ’পৱ” হৈছে দেশৰ...

Read more

উচ্ছেদক লৈ জ্বলিছে গৰুখুটিঃদুজন প্ৰতিবাদকাৰীৰ মৃত্যু, প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত আহত হৈছে আৰক্ষী বিষয়া আৰু সাংবাদিক

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ছিপাঝাৰৰ গৰুখুটিত ৪,৫০০ বিঘা ভূমিত চলা উচ্ছেদ অভিযানত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হৈছে ।উচ্ছেদ অভিযানত বাধা প্ৰদান...

Read more

২০২২ ৰ নতুন শিক্ষা নীতি অনুসৰি ৰাজ্যত বন্ধ হ’ব ৩ হাজাৰ চৰকাৰী বিদ্যালয়

 বিদ্যালয় সমূহত আশানুৰূপ নামভৰ্তি নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত পুনৰ ৩ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ পথত আগবাঢ়িছে।২০২২ চনত কাৰ্যকৰী হোৱাকৈ নতুন...

Read more

বিশ্ব গঁড় দিৱস উপলক্ষে বোকাখাতত ২,৪৭৯ টা গঁড়ৰ খৰ্গ দাহঃমুখ্যমন্ত্ৰীৰ ঘোষণা,গঁড়ৰ খৰ্গত কোনো ঔষধি গুণ নাই

আজি বোকাখাতৰ ৰাজহুৱা খেল পথাৰত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২,৪৭৯ টা গঁড়ৰ খৰ্গ দাহ কৰিছে।আফ্ৰিকাৰ পিছতেই...

Read more

দালালৰাজৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাঃ২৪ ঘন্টাত ৫২০ জন মাটিৰ দালাল পৰিল আৰক্ষীৰ জালত

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি প্ৰয়োগ কৰা বিজেপি চৰকাৰে ড্ৰাগছৰ পিছতেই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলাইছে তীব্ৰ অভিযান।বিভিন্ন সময়ত সাধাৰণ...

Read more

কলিকতাত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হয় ছয় জন লোকৰঃ প্ৰৱল বৰষুণৰ ফলত জলমগ্ন কেইবাটাও অঞ্চল

মংগলবাৰে দক্ষিণ বেংগলত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হয় ৬ জন লোকৰ। প্ৰাপ্ত তথ্য মতে সোমবাৰে ৰাতিপুৱাৰ পৰা প্ৰবল বৃষ্টিপাত হোৱাৰ ফলত...

Read more

সুদীৰ্ঘ ৬২ দিনৰ পাছত জামিনত মুক্তি পালে শিল্পা চেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাই

অৱশেষত সুদীৰ্ঘ দুমাহৰ পাছত সোমবাৰে জামিন পালে শিল্পা চেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাই। উল্লেখযোগ্য যে মুম্বাই আদালতে সোমবাৰে ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ...

Read more

আফগানিস্তানত আই পি এলৰ প্ৰদৰ্শন নিষিদ্ধঃ ষ্টেডিয়ামত মহিলাৰ দ্বাৰা প্ৰদৰ্শিত নৃত্য আৰু মহিলা দৰ্শকৰ উপস্থিতিৰ বাবেই এনে সিদ্ধান্ত

তালিবান ক্ৰীড়া, সংগীত আদিকে ধৰি যিকোনো ধৰণৰ মনোৰঞ্জনৰ তীব্ৰ বিৰোধিতাৰ বাবে জনাজাত। ২০০১ চনত সমাপ্ত হোৱা পূৰ্বৱৰ্তী তালিবান শাসনকালত তালিবান...

Read more

ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ৰাজ্যসভাত অসমৰ খালী হৈ থকা একমাত্ৰ আসনখনৰ বাবে মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মনোনয়ন পত্ৰ দাখিল...

Read more
Page 526 of 543 1 525 526 527 543