VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গৰুখুঁটিত প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰভাৱে জপিয়াই পৰা বিজয় বনিয়াৰ কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চ’ছিয়েল মিডিয়াত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 24, 2021
in সমাজ, মুখ্য সংবাদ
গৰুখুঁটিত প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰভাৱে জপিয়াই পৰা বিজয় বনিয়াৰ কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চ’ছিয়েল মিডিয়াত
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ নিৰ্দেশ অনুযায়ী বৃ্হস্পতি বাৰে দৰং জিলাৰ ঢলপুৰৰ গৰুখুঁটিত ৪,৫০০ বিঘা মাটিত বে-দখলকাৰীৰ উচ্ছেদ অভিযান চলিছিল।এই উচ্ছেদ অভিযান চলাৰ সময়তে বে-দখলকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ সংঘাত আৰম্ভ হয়।

প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ, গুলীবৰ্ষণ কৰিবলৈ বাধ্য হৈছিল।সাধাৰণতে এনে উচ্ছেদ অভিযানত প্ৰতিবাদ এক স্বাভাৱিক ঘটনা যদিও গৰুখুঁটিত পৰিস্থিতি অধিক ভয়ানক হোৱা পৰিলক্ষিত হৈছিল।

দুয়োপক্ষৰ মাজত হোৱা যুদ্ধসদৃশ পৰিবেশত বহুকেইজন আৰক্ষীৰ লোক আহত হোৱাৰ লগতে দুজনকৈ প্ৰতিবাদীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হয়।ইয়াৰ মাজতে অন্য এক ভিডিঅ‘য়ে সম্প্ৰতি খবৰৰ শিৰোনাম দখল কৰাৰ লগতে চ’ছিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ লগত হাতত কেমেৰা লৈ থকা এজন ব্যক্তিয়ে বে-দখলকাৰী লোকক আক্ৰমণ কৰা দৃশ্যই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য।

জানিব পৰা মতে হাতত কেমেৰা লৈ থকা এই লোকজন হ’ল আৰক্ষী তথা প্ৰসাশনে ঘটনাস্থলীলৈ ফটো সংগ্ৰহৰ বাবে লৈ যোৱা বিজয় শংকৰ বনিয়া।যি আৰক্ষীৰ লগত সহযোগ কৰি মাটিত পৰি থকা এজন মৃত ব্যক্তিক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা গৈছে।

একমাত্ৰ আৰক্ষীৰ ওপৰত কৰ্তৃত্ব থকা এই সংঘাতত কি যুক্তিত এই ফটোগ্ৰাফাৰজনে এনে বৰ্বৰ কাৰ্য কৰিলে সেই লৈ বৃ্হস্পতিবাৰে চ’ছিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে একাংশ সাধাৰণ ৰাইজে।

একাংশ চ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মতে ফটোগ্ৰাফাৰ জনৰ এই কাৰ্য মানৱ জাতিক লজ্জানত কৰা এটা দুখঃজনক ঘটনা।আকৌ অন্য একাংশৰ মতে মানৱ সভ্যতাৰ এক স্খলিত ৰূপ এই কাৰ্য। অৰ্থাৎ অভিযুক্ত ফটোগ্ৰাফাৰজনৰ গ্ৰেপ্তাৰৰ দাবী তুলি অন্য এক আন্দোলনৰ সূচনা কৰিলে চ’ছিয়েল মিডিয়াৰ একাংশ ব্যৱহাৰকাৰীয়ে।

অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত ফটোগ্ৰাফাৰ বিজয় শংকৰ বনিয়াক।টুইটযোগে এই কথা সদৰি কৰিছে অসম আৰক্ষীৰ বিশেষ মহা নিৰ্দেশক জি পি সিঙে।যদিও আজিও এই ঘটনাক লৈ সমালোচনাৰ অন্ত পৰা নাই চ’ছিয়েল মিডিয়াৰ মজিয়া।তেনেক্ষেত্ৰত এই অভিযুক্ত ফটোগ্ৰাফাৰজনক চৰম শাস্তি প্ৰদানৰ দাবী তুলিছে একাংশ ৰাইজে।

Previous Post

বন্ধ হৈছে ফুড ডেলিভাৰী এপ জ’মেটোৰ এক বিশেষ পৰিসেৱাঃ ই- মেইল যোগে প্ৰেৰণ কৰিছে বাতৰি

Next Post

প্রশিক্ষক ৰবি শাস্ত্রীৰ পৰামর্শমতে কোহলীয়ে ত্যাগ কৰিছিল টি-২০ৰ নেতৃত্ব

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
প্রশিক্ষক ৰবি শাস্ত্রীৰ পৰামর্শমতে কোহলীয়ে ত্যাগ কৰিছিল টি-২০ৰ নেতৃত্ব

প্রশিক্ষক ৰবি শাস্ত্রীৰ পৰামর্শমতে কোহলীয়ে ত্যাগ কৰিছিল টি-২০ৰ নেতৃত্ব

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7