VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সামাজিক মাধ্যম যোগে পত্নীক শুভকামনা জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰৰ

কিয় সীমান্ত শেখৰে প্ৰীতি কংকনাক দিলে শুভকামনা ? কি এই সুখবৰ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 21, 2022
in সংস্কৃতি
সামাজিক মাধ্যম যোগে পত্নীক শুভকামনা জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰৰ
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় সামাজিক মাধ্যম  প্লেটফৰ্ম ফেচবুকত বহুল ভাৱে সমাদ্ৰিত হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰৰ এটা প’ষ্ট ৷ পত্নী তথা জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাৰ এটি সুখবৰ অনুৰাগী সকলক জনাই সামাজিক মাধ্যমৰ যোগেদি পত্নীক শুভকামনা জ্ঞাপন কৰিলে সীমান্ত শেখৰে ৷ ফেচবুকত প্ৰীতি কংকনাই হিন্দী ভাষাত কৰা এটা বাণিজ্যিক বিজ্ঞাপনৰ ভিডিঅ’ আপলোড কৰি কণ্ঠশিল্পী গৰাকীয়ে লিখিলে যে   ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বাণিজ্যিক বিজ্ঞাপনত অভিনয় কৰাৰ  বাবে এইয়া তেওঁৰ সহধৰ্মিণী প্ৰীতি কংগনাৰ প্ৰথমটো খোজ ৷  বলিউদৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোশনৰ সৈতে প্ৰীতিয়ে এটা বাণিজ্যিক বিজ্ঞাপনত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে। সেয়েহে তেওঁ প্ৰীতিক যাঁচিছে অলেখ শুভেচ্ছা।লগতে তেওঁৰ  ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা তেওঁৰ পত্নী  যাতে আৰু আগবাঢ়ি যায় ৷

সীমান্ত শেখৰৰ এই প’ষ্ট টোৱে ৬৪ হাজাৰতকৈও অধিক দৰ্শন লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে প’ষ্টটোত প্ৰায় ৩৬০০জন লোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লগতে ২৫বাৰকৈ শ্বেয়াৰ হৈছে এই প’ষ্ট ৷

অৱশ্যে বাণিজ্যক বিজ্ঞাপনটোত কোনো ডায়লগ নাথাকিলেও অসমৰ মোহময়ী অভিনেত্ৰী প্ৰীতিকংকনাৰ অভিনয়ে নিশ্চয় আকৰ্ষণ কৰিছে সকলোকে ৷ বলীউডৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোশনৰ লগত কৰা এই বিজ্ঞাপনেই হয়তো হ’ব পাৰে অসমীয়া অভিনেত্ৰী গৰাকীৰ বাবে এক সুৱৰ্ণ সুযোগ ৷

এই ক্ষেত্ৰত  এগৰাকী অসমীয়া অভিনেত্ৰী হিচাপে প্ৰীতি কংকনাৰ এই সফলতাত যেন সুখী হৈছে তেওঁলোকৰ প্ৰতিগৰাকী অনুৰাগী ৷ সেয়েহে প’ষ্টটোত তেওঁলোকৰ মন্তব্য তথা বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰি সেয়ে প্ৰীতি কংকনাক যাঁচিছে অলেখ অযুত শুভকামনা ৷

Previous Post

উত্তৰ প্ৰদেশৰ আটাইতকৈ আকৰ্ষণীয় পৰ্যটন স্থলী হ’ল ‘পিলিভীত বাঘ সংৰক্ষিত বনাঞ্চল’

Next Post

আগন্তুক গ্ৰন্থমেলাত উপলব্ধ হ’ব কবিতা দত্ত গোস্বামী অনুদিত গ্ৰন্থ “পদুম পাতত জীৱন”

Related Posts

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’
সংস্কৃতি

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’

January 28, 2023
ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান  ঠাইৰ বিষয়ে
সংস্কৃতি

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান ঠাইৰ বিষয়ে

January 25, 2023
গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব  কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন
সংস্কৃতি

গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন

January 23, 2023
আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা  কি এই গোল ধনা অনুষ্ঠান?
সংস্কৃতি

আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা কি এই গোল ধনা অনুষ্ঠান?

January 21, 2023
ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ ‘জোনবিল মেলা ‘
সংস্কৃতি

ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ ‘জোনবিল মেলা ‘

January 19, 2023
ইউনেস্কোৰ  বিশ্ব ঐতিহ্য  ছালভাডৰ চহৰ “সুখৰ ৰাজধানী” হিচাপে  জনাজাত
সংস্কৃতি

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ছালভাডৰ চহৰ “সুখৰ ৰাজধানী” হিচাপে জনাজাত

January 19, 2023
Next Post
আগন্তুক গ্ৰন্থমেলাত উপলব্ধ হ’ব কবিতা দত্ত গোস্বামী অনুদিত গ্ৰন্থ “পদুম পাতত জীৱন”

আগন্তুক গ্ৰন্থমেলাত উপলব্ধ হ'ব কবিতা দত্ত গোস্বামী অনুদিত গ্ৰন্থ "পদুম পাতত জীৱন"

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7