VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 17, 2023
in সংস্কৃতি
ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

কাইলৈ  বিশ্ব খনিকৰ বিশ্বকর্মা পূজা ৷ এই উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰস্তুতি ৷ ৰাজ্যৰ বজাৰসমূহ এতিয়া ভৰি পৰিছে পূজাৰ সামগ্ৰীৰে ৷ ৰং-বিৰঙী মালাৰ পৰা আৰম্ভ কৰি সৰু –বৰ মৃণ্ময় মূর্ত্তিলকৈ সকলো সামগ্ৰী বজাৰত উপলব্ধ হৈছে ৷ বিশেষকৈ মহানগৰীৰ মালিগাওঁ, ফাঁচীবজাৰ,কাছাৰী, চানমাৰি, নাৰেংগী, গণেশগুৰি , বশিষ্ঠ আদি অঞ্চলসমূহত বিশ্বকর্মা পূজাৰ সামগ্ৰীৰে ভৰি পৰিছে ৷

 

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীসকলে নির্মাণ কৰা মৃণ্ময় মূর্ত্তি ক্ৰয় কৰিবলৈ ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ সৰু আকৃতিৰ পৰা বৃহৎ আকৃতিলৈকে বিভিন্ন  প্ৰকাৰৰ মৃণ্ময় মূর্ত্তি বজাৰসমূহত উপলব্ধ হৈছে ৷ মৃণ্ময় মূর্ত্তিসমূহৰ মূল্য ১২০ টকাৰ পৰা ৪-৫ হেজাৰ পর্যন্ত নির্ধাৰণ কৰা হৈছে ৷

 

তদুপৰি গাড়ী সজোৱা ৰং-বিৰঙী ফুলৰ মালাৰে বজাৰ ভৰি পৰিছে ৷ এই ৰং-বিৰঙী প্লাষ্টিকৰ ফুলৰ মালাসমূহৰ দাম ৩০ টকাৰ পৰা ১০০ টকা পর্যন্ত নির্ধাৰণ কৰা হৈছে ৷ বিভিন্ন চৰকাৰী-বেচৰকাৰী কল –কাৰখানা, উদ্যোগ আদিত বিশ্বকর্মা  পূজাৰ প্ৰস্তুতি আৰম্ভ হৈছে ৷

 

Previous Post

মহানগৰীত চাঞ্চল্যকৰ ঘটনা, ষষ্ঠ মহলাৰ পৰা পৰি যুৱতীৰ মৃত্যু

Next Post

ক্ষন্তেকতে টুকুৰা্টুকুৰ হৈ পৰিল বিমান, ক’ত সংঘটিত হ’ল ভয়াৱহ দূর্ঘটনা!!

Related Posts

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ
সংস্কৃতি

৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

September 8, 2023
“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু  নাট কৰ্মশালাৰ শুভাৰম্ভণি
সংস্কৃতি

“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভাৰম্ভণি

September 7, 2023
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”
সংস্কৃতি

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”

September 2, 2023
জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা
সংস্কৃতি

জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা

August 28, 2023
অসমীয়া ভাষাৰ অতন্দ্ৰ প্ৰহৰী  দেৱেন দত্তৰ স্মৃতি ৰক্ষাৰ বাবেই  এক বিশেষ পদক্ষেপ ল’লে ইছমাইল হুছেইনে
সংস্কৃতি

অসমীয়া ভাষাৰ অতন্দ্ৰ প্ৰহৰী দেৱেন দত্তৰ স্মৃতি ৰক্ষাৰ বাবেই এক বিশেষ পদক্ষেপ ল’লে ইছমাইল হুছেইনে

August 21, 2023
Next Post
ক্ষন্তেকতে টুকুৰা্টুকুৰ হৈ পৰিল বিমান, ক’ত সংঘটিত হ’ল ভয়াৱহ দূর্ঘটনা!!

ক্ষন্তেকতে টুকুৰা্টুকুৰ হৈ পৰিল বিমান, ক’ত সংঘটিত হ’ল ভয়াৱহ দূর্ঘটনা!!

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7