VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমীয়া ভাষাৰ অতন্দ্ৰ প্ৰহৰী দেৱেন দত্তৰ স্মৃতি ৰক্ষাৰ বাবেই এক বিশেষ পদক্ষেপ ল’লে ইছমাইল হুছেইনে

অসমীয়া ভাষাৰ পথদ্ৰষ্টা দেৱেন দত্তৰ স্মৃতি সংৰক্ষণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 21, 2023
in সংস্কৃতি
অসমীয়া ভাষাৰ অতন্দ্ৰ প্ৰহৰী  দেৱেন দত্তৰ স্মৃতি ৰক্ষাৰ বাবেই  এক বিশেষ পদক্ষেপ ল’লে ইছমাইল হুছেইনে
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমৰ এটা প’ষ্টে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ নিজৰ ফেচবুক একাউণ্ট যোগে সকলোকে এক বিশেষ কথা অৱগত কৰি এই প’ষ্ট আপলোড কৰিছে ইছমাইল হুছেইন নামৰ এজন অসমীয়াই ৷

ইছমাইল হুছেইন , বৰ্তমান সময়ত অসমৰ এক চিনাকি নাম ৷ যি গৰাকী ব্যক্তিয়ে আজি বহুদিনৰ পৰাই অসমৰ বহুকেইগৰাকী ব্যক্তিৰ স্মৃতি সংৰক্ষণৰ ক্ষেত্ৰত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যাৰ ফলত সেই মহান অসমীয়া সকল জীয়াই থাকিব আমাৰ মাজত , অসমীয়াৰ মাজত ৷

পূৰ্বে তেওঁ অসমীয়া সাহিত্যৰ আকাশৰ উজ্জ্বল জ্যোতিষ্ক হোমেন বৰগোঁহাঞিৰ স্মৃতি সংৰক্ষণ কৰি যেন তেওঁক জীৱন্ত কৰি ৰাখিছে আমাৰ সকলোৰে মাজত ৷ শেহতীয়াকৈ তেওঁ অসমীয়া ভাষাৰ অতন্দ্ৰ প্ৰহৰী তথা কটনীয়ান সকলৰ শ্ৰদ্ধাৰ দেৱেন দত্তৰ স্মৃতি ৰক্ষাৰ বাবেই ল’লে এক বিশেষ পদক্ষেপ ৷ যি কথা সামাজিক মাধ্যম ফেচবুক যোগে প্ৰকাশ কৰিছে ইছমাইল হুছেইনে নিজেই ৷

প’ষ্টটোত তেওঁ লিখিছে যে  দত্ত ছাৰৰ স্মৃতি সংৰক্ষণ কৰিছে তেওঁ ৷

যাৰ বাবে তেওঁ শ্মশান ৰক্ষক গৰাকীক ক’লে যে ব্যৱহৃত ফুলৰ মাজত থকা সেই কাপোৰখিনি শ্মশান ৰক্ষক গৰাকীয়ে কি কৰিব? উত্তৰত তেওঁ ক’লে যে অলপ পিছত জুইত জাপি দিয়া হ’ব ৷

এই কথা শুনি তেওঁ শ্মশান ৰক্ষকগৰাকীক সুধিলে যে তেওঁ এই কাপোৰখিনি ইয়াৰ পৰা নি সংৰক্ষণ কৰিব পাৰিবনে?

উত্তৰত ৰক্ষকজনে ক’লে যে নিশ্চয় পাৰিব তেওঁ এই কাম কৰিব৷কাৰণ পূৰ্বেও হোমেন বৰগোহাঞিৰ মৃত্যুৰ দিনাও তেওঁ যে এনেধৰণৰ কাম কৰিছিল সেই কথা শ্মশান ৰখীয়া গৰাকীয়ে পাহৰা নাছিল আৰু ইছমাইল হুছেইনো এই কথা শুনি আনন্দিত হৈছিল ৷

শ্মশান ৰখীয়াজনেও তেওঁৰ মোনাত কাপোৰখিনি ভৰাই দিছিল৷

দেৱন দত্তৰ কাপোৰ খিনি ঘৰলৈ আনি চাবোনেৰে ধুই শুকাই-মেলি ইস্ত্ৰী কৰি ইতিমধ্যে  তেওঁ তেওঁৰ  সংগ্ৰহালয়ত সংৰক্ষণ কৰিছে৷

ফটোত দেখিবলৈ পোৱা সাজকটা গলবস্ত্ৰ দুখন—দেৱেন দত্ত নামে এইজন অসমীয়াই বিগত দিনবোৰত সভা-সমিতিলৈ যাওঁতে পৰিধান কৰি গৈছিল যি হয়তো অসমবাসী সকলৰ অতি চিনাকী৷

সেয়েহে তেওঁ তেওঁৰ সেই চিনাকী বস্ত্ৰ দুবিধ জুইত জাপি দিয়াৰ সলনি তেওঁৰ  শিক্ষাগুৰুগৰাকীলৈ শ্ৰদ্ধা জনাই সাঁচি থ’লে ৷

অৱশ্যে প’ষ্টটোৰ শেষত কোনেও যেন এই ক্ষেত্ৰত একো দায়-দোষ নধৰে তাৰ বাবেও সকলোকে অনুৰোধ জনাইছে ইছমাইল হুছেইন নামৰ এইগৰাকী প্ৰকৃত অসমীয়াই!

Previous Post

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়

Next Post

“মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰ”ৰ প্ৰতিনিধিক মন্ত্ৰী বিমল বৰাৰ সম্বর্ধনা

Related Posts

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ
সংস্কৃতি

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ

September 17, 2023
৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ
সংস্কৃতি

৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

September 8, 2023
“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু  নাট কৰ্মশালাৰ শুভাৰম্ভণি
সংস্কৃতি

“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভাৰম্ভণি

September 7, 2023
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”
সংস্কৃতি

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”

September 2, 2023
জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা
সংস্কৃতি

জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা

August 28, 2023
এজন বা দুজন নহয়, ৫০০ৰো অধিক ভাস্কৰ্য্য শিল্পী থকা ভাৰতৰ এখন গাঁও ৷
সংস্কৃতি

এজন বা দুজন নহয়, ৫০০ৰো অধিক ভাস্কৰ্য্য শিল্পী থকা ভাৰতৰ এখন গাঁও ৷

August 19, 2023
Next Post
“মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰ”ৰ প্ৰতিনিধিক মন্ত্ৰী বিমল বৰাৰ সম্বর্ধনা

"মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰ"ৰ প্ৰতিনিধিক মন্ত্ৰী বিমল বৰাৰ সম্বর্ধনা

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7