VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মানোলো ভালদেছৰ ক্লিঅ ডোৰাডো হৈছে চৌদিআৰবৰ  আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাহিৰত উপস্থাপন কৰা এক আকৰ্ষণীয় শিল্পকৰ্ম

চফৰ হৈছে  চৌদিআৰবৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ২৪ জন চৌদি আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ ৬৪ টাতকৈও অধিক শিল্পকৰ্মৰ এক মুখ্য নতুন সংযোজন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 5, 2022
in সংস্কৃতি
মানোলো ভালদেছৰ ক্লিঅ ডোৰাডো হৈছে চৌদিআৰবৰ  আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাহিৰত উপস্থাপন কৰা এক আকৰ্ষণীয় শিল্পকৰ্ম
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

মানোলো ভালদেছৰ ক্লিঅ ডোৰাডো হৈছে চৌদিআৰবৰ  আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাহিৰত উপস্থাপন কৰা এক আকৰ্ষণীয় শিল্পকৰ্ম।আনহাতে চাফাৰ হৈছে  চৌদিআৰবৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ২৪ জন চৌদি আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ ৬৪ টাতকৈও অধিক শিল্পকৰ্মৰ এক মুখ্য নতুন সংযোজন।যি  শিল্প কৰ্মই চৌদিআৰবৰ ঐতিহ্যমণ্ডিত সংস্কৃতিকেই যেন  আলোকপাত কৰিছে  ৷

আৰবী ভাষাত  চফৰ  মানে ভ্ৰমণ – চৌদি আৰবৰ প্ৰৱেশদ্বাৰত থকা ভাস্কৰ্য, ফটোগ্ৰাফী, বস্ত্ৰ, চিত্ৰ আৰু ডিজাইন সমূহক প্ৰতিফলিত কৰাৰ  বাবে যি হ’ল এক উপযুক্ত নাম। সমগ্ৰ বিশ্বতে দীৰ্ঘদিন ধৰি শৈল্পিক যাত্ৰাৰ বাবে এক নাম  চৌদি আৰব  ৷ আনহাতে  সাংস্কৃতিক ক্ষেত্ৰতো ই এক ঐতিহাসিক কেন্দ্ৰ, যাক এতিয়া কলা আৰু সৃজনশীলতাৰ মৰুদ্যান হিচাপে পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰা  হৈছে।  ই সদায় ব্যৱসায়ী আৰু তীৰ্থযাত্ৰীসকলকো আদৰণি জনাই আহিছে ।আনহাতে  চফৰ কলা সংগ্ৰহে  শিল্পীসকলৰ সমসাময়িক দৃষ্টিভংগীৰ জৰিয়তে অতীতৰ বৰ্ণনাবোৰকো সংযোগ কৰি ৰাখিছে  ৷

গুৰুত্বপূৰ্ণ যে চৌদি আৰু আন্তৰ্জাতিক শিল্পী যেনে ডানা আৱাৰটানি, শ্বেইখা আল মাজৰু আৰু জাহৰা আল ঘামদি  চৌদি আৰৱৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক থকা শিল্পীৰ লগতে ষ্টিফেনি নেভিল, চেন্দ্ৰা বুট্ৰোছ আৰু নিডানিন উডৱৰ্কৰ দৰে উদীয়মান শিল্পীসকলৰ দ্বাৰা এই শিল্প কৰ্ম  উপস্থাপন কৰা হৈছে।

 

‘আমাৰ জীৱন্ত পৰম্পৰা’ শীৰ্ষক এটা অংশত, মাদ্ৰাছাট এড্ডিৰাৰ শিল্পীসকলে অৰ্ডাৰ অফ নেচাৰক ডিজাইন সঁজুলি হিচাপে অনুসন্ধান কৰিছে যি  পৰম্পৰাগত কলা আৰু সংস্কৃতিৰ বাবে ভাষা কেনেদৰে অন্তৰ্নিহিত হয় তাকো প্ৰতিফলিত কৰে। তেওঁলোকৰ চিত্ৰবোৰে   অঞ্চলটোত বিস্তৃত বিভিন্ন পৰম্পৰাগত কাৰুশিল্পৰ পৰা উদ্ভৱ হোৱা বিভিন্ন আৰ্হি প্ৰদৰ্শন কৰে। যি আল চাদু বয়নৰ দৰে বস্ত্ৰ কৌশলৰ আধাৰ আৰু  ইউনেস্কোৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত এক নতুন সংযোজন ৷

 

Previous Post

‘দ্য অড কাপল’ আৰু ‘লিগেচী’ খ্যাত  প্ৰবীণ অভিনেতা তথা লেখক জন হটচকিছ

Next Post

ৰঙিয়াত দুৰ্গাপুজা উপলক্ষে মুছলিম পৰিয়ালৰ প্ৰসংশনীয় পদক্ষেপ

Related Posts

অসমীয়াৰ ঐতিহ্য জাপি
মুখ্য সংবাদ

অসমীয়াৰ ঐতিহ্য জাপি

April 27, 2023
দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিংবদন্তি শিল্পী ‘চেলিন ডিয়ন’
সংস্কৃতি

দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিংবদন্তি শিল্পী ‘চেলিন ডিয়ন’

April 11, 2023
চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’
সংস্কৃতি

চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’

April 6, 2023
মুম্বাইৰ বান্দ্ৰাত মুকলি কৰা হ’ল  নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ , ২০০০ আসনযুক্ত এই কেন্দ্ৰত কি কি থাকিব ?
সংস্কৃতি

মুম্বাইৰ বান্দ্ৰাত মুকলি কৰা হ’ল নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ , ২০০০ আসনযুক্ত এই কেন্দ্ৰত কি কি থাকিব ?

April 1, 2023
অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
সংস্কৃতি

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

March 25, 2023
২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ  বিশেষ অনুষ্ঠান
সংস্কৃতি

২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ বিশেষ অনুষ্ঠান

March 24, 2023
Next Post
ৰঙিয়াত দুৰ্গাপুজা উপলক্ষে মুছলিম পৰিয়ালৰ প্ৰসংশনীয় পদক্ষেপ

ৰঙিয়াত দুৰ্গাপুজা উপলক্ষে মুছলিম পৰিয়ালৰ প্ৰসংশনীয় পদক্ষেপ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

ট্ৰাম্পৰ বিৰুদ্ধে গোপন নথি-পত্ৰ “চুৰি” কৰাৰ অভিযোগ! নির্বাচনৰ প্ৰাকক্ষণত ৰুজু হ’ব নেকি গোচৰ !!

ট্ৰাম্পৰ বিৰুদ্ধে গোপন নথি-পত্ৰ “চুৰি” কৰাৰ অভিযোগ! নির্বাচনৰ প্ৰাকক্ষণত ৰুজু হ’ব নেকি গোচৰ !!

June 9, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7