VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৰ্মচাৰীক আচৰিত কৰি মালিকে দিলে ৮০লাখ টকাৰ বৰদিনৰ বোনাছ

হঠাৎ ভাগ্য উদয় ১০জন কৰ্মচাৰীৰ ,ক'ত এই আচৰিত ঘটনা ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 14, 2022
in অৰ্থনীতি
কৰ্মচাৰীক আচৰিত কৰি মালিকে দিলে  ৮০লাখ টকাৰ বৰদিনৰ বোনাছ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

গীনা ৰাইন হাৰ্ট নামৰ এগৰাকী  মহিলা যি  ‘ৰয়হিল’ নামৰ তেওঁৰ কোম্পানীটোত কৰ্মৰত  দহজন কৰ্মচাৰীক বৰদিন উদযাপনৰ প্ৰাকমূহুৰ্তত  বোনাছ দিয়াৰ পিছত এতিয়া সংবাদ শীৰ্ষত স্থান লাভ কৰিছে  ৷ কিয়নো এই বনাছ কৰ্মচাৰী সকলৰ বাবে কোনো লটাৰীখেল জিকাতকৈ কম নাছিল ৷ কাৰণ সেই দহজন কৰ্মচাৰীৰ প্ৰত্যেকেই ব’নাছ  হিচাপে লাভ কৰিছিল গাইপতি ৮০লাখ টকা ৷ ৰাইনহাৰ্টে বৰদিন উদযাপনৰ আগমূহুৰ্তত এখন সভাত নিজৰ ১০গৰাকী কৰ্মচাৰীক এই বোনাছ প্ৰদান কৰে ৷ এই মহানুভৱতাৰ বাবে এতিয়া সমগ্ৰ দেশতে চৰ্চিত হৈ পৰিছে গীনা ৰাইন হাৰ্ট  । এইদৰে কোটিপতি ৰাইনহাৰ্টে তেওঁৰ কোম্পানী ৰয় হিলৰ ১০ জন কৰ্মচাৰীক এটা ষ্ট্ৰ’কতে ধনী কৰি তোলে।

অষ্ট্ৰেলিয়াৰ ৰাইনহাৰ্ট ‘হেনকক প্ৰচপেকটিং’ নামৰ এটা মাইনিং আৰু কৃষিভিত্তিক প্ৰতিষ্ঠানৰ কাৰ্যকৰী অধ্যক্ষ ৷ যাৰ পিতৃয়ে এই প্ৰতিষ্ঠানটো স্থাপন কৰিছিল ৷ তথ্য অনুসৰি ৩৪বিলিয়ন ডলাৰ সম্পত্তিৰ অধিকাৰী তেওঁ অষ্ট্ৰেলিয়াৰ ভিতৰতে সকলোতকৈ সম্পদশালী  মহিলা ৷

উল্লেখযোগ্য যে বোনাছ দিয়াৰ আগতে ৰাইনহাৰ্টে নিজৰ কৰ্মচাৰী সকলক এটি  গুৰুত্বপূৰ্ণ ঘোষণাৰ বাবে সাজু হৈ থাকিবলৈ কৈছিল কিন্তু ইয়াৰ পিছত তেওঁ কৰ্মচাৰী সকলক ইমান মোটা অংকৰ বোনাছ দিয়া কথাই তেওঁৰ কৰ্মচাৰীসকলক যেন আচৰিত  কৰি তুলিলে৷ তেওঁ এখন সভা আহ্বান কৰি কৰ্মচাৰী সকলক জনালে যে তেওঁ এনে ১০টা নাম ঘোষণা কৰিব যি ১লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় ৮২,০০০০০টকাৰ বোনাছ লাভ কৰিব ৷ আচৰিত কথা যে বোনাছ পোৱা দহজন কৰ্মচাৰীৰ ভিতৰত এজনে মাত্ৰ তিনিমাহ আগতহে কৰ্মচাৰী হিচাপে যোগদান কৰিছিল ৷

জানিবপৰা মতে ৰাইনহাৰ্টৰ কোম্পানীটোৱে বিগত প্ৰায় এবছৰত ব্যৱসায়ত ৩.৩ আৰব ডলাৰ অৰ্থাৎ ১৯০ আৰৱ টকাতকৈও অধিকলাভ কৰিবলৈ সক্ষম হৈছিল ৷ সেইকাৰণেই ৰাইনহাৰ্টে নিজৰ কৰ্মচাৰী সকলক ধন্যবাদ জনাই কয় যে কিয়নো কোম্পানীটোৱে ইমান ভাল প্ৰদৰ্শন কৰিছে কাৰণে অষ্ট্ৰেলিয়াৰো যথেষ্ট লাভ হৈছে ৷

Previous Post

প্লাষ্টিকৰ বৰষুণ –কুৱলীয়ে কিদৰে পেলাব নেতিবাচক প্ৰভাৱ, উদ্বেগ প্ৰকাশ বিজ্ঞানী মহলৰ

Next Post

আপুনি বাৰু জানেনে যে পেলেছ দুৰ্গ হৈছে ৰোমানিয়াৰ প্ৰথমটো অট্টালিকা যাৰ ভেটি কংক্ৰিটৰ?

Related Posts

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
অৰ্থনীতি

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

May 18, 2023
বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত  ভাৰতীয় মূলৰ  ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা
অৰ্থনীতি

বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত ভাৰতীয় মূলৰ ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা

May 4, 2023
দেউলীয়া হোৱাৰ দিশে  স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান
অৰ্থনীতি

দেউলীয়া হোৱাৰ দিশে স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান

May 3, 2023
কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি
অৰ্থনীতি

কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি

May 3, 2023
Next Post
আপুনি বাৰু জানেনে যে পেলেছ দুৰ্গ হৈছে ৰোমানিয়াৰ প্ৰথমটো অট্টালিকা যাৰ ভেটি কংক্ৰিটৰ?

আপুনি বাৰু জানেনে যে পেলেছ দুৰ্গ হৈছে ৰোমানিয়াৰ প্ৰথমটো অট্টালিকা যাৰ ভেটি কংক্ৰিটৰ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7