VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুনৰোজ্জীৱিতকৰণৰ প্ৰচেষ্টাঃ ২০০ খনতকৈয়ো অধিক বিমান ক্ৰয় কৰিব এয়াৰ ইণ্ডিয়াই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 20, 2022
in অৰ্থনীতি
পুনৰোজ্জীৱিতকৰণৰ প্ৰচেষ্টাঃ ২০০ খনতকৈয়ো অধিক বিমান ক্ৰয় কৰিব এয়াৰ ইণ্ডিয়াই
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ পৰা ক্ৰয় কৰাৰ পাছতে এয়াৰ ইণ্ডিয়াক পুনৰোজ্জীৱিতকৰণৰ বাবে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটোৱে ৷ টাটা গ্ৰুপে ক্ৰয় কৰাৰ পাছত পুণৰোজ্জীৱিতকৰণৰ লগতে প্ৰতিদ্বন্দিসকলক প্ৰত্যাহ্বান জনাবলৈ বিশেষ পৰিকল্পনা লৈছে ৷ ইয়াৰ অংশ হিচাপে নতুনকৈ ২০০ খনৰো অধিক বিমান  ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে এয়াৰ ইণ্ডিয়াই ৷

প্ৰতিষ্ঠানটোৱে  এয়াৰবাছ এছ ইৰ এ৩২০নিঅ’ পৰিয়ালৰ জেট বা বয়িং কোম্পানীৰ ৭৩৭ মেক্স মডেলৰ অৰ্ডাৰ দিব পাৰে ৷ অথবা  দুয়োটা প্ৰতিষ্ঠানৰ পৰা বিমান ক্ৰয় কৰিব পাৰে ৷  ৩০০ খন ৭৩৭ মেক্স-১০ জেটৰ বাবে কৰা চুক্তিৰ মূল্য হ’ব ৪০.৫ বিলিয়ন ডলাৰ ৷ ভাৰতত ‘নেৰ’বডি’ বিমান  অৰ্ডাৰ লাভ  কৰাটো বয়িঙৰ বাবে এক অভ্যুত্থান হ’ব ৷  কিয়নো ক’ভিড মহামাৰীৰ পূৰ্বে বিশ্বৰ সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা বিমান বজাৰত প্ৰতিদ্বন্দ্বী এয়াৰবাছে আধিপত্য বিস্তাৰ কৰিছে।

৩০০ খন বিমানৰ উৎপাদন আৰু ডেলিভাৰীত বছৰ বছৰ বা আনকি এটা দশকৰো অধিক সময় লাগিব পাৰে। এয়াৰবাছে এমাহত প্ৰায় ৫০খন নেৰ’বডি জেট নিৰ্মাণ কৰে ৷ ২০২৩ চনৰ মাজভাগলৈকে এই সংখ্যা  ৬৫খনলৈ আৰু ২০২৫ চনৰ ভিতৰত ৭৫খনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।এয়াৰ ইণ্ডিয়াৰ মালিক টাটা গ্ৰুপে নতুন দিল্লীৰ পৰা আমেৰিকাৰ পশ্চিম উপকূললৈকে উৰণ কৰিব পৰা দীৰ্ঘ দূৰত্বৰ জেট বিমান এয়াৰবাছ এ৩৫০ ক্ৰয় কৰিব বুলিও প্ৰকাশ পাইছিল

Previous Post

৮ মাহত ৬ জন অধিনায়কৰ সালসলনি –প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কি ক’লে অভিজ্ঞতা সন্দর্ভত

Next Post

গর্ভৱতী প্ৰার্থীক দিয়া কি নির্দেশনাক লৈ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ইণ্ডিয়ান বেংক !!

Related Posts

মুদ্ৰাস্ফীতি, ইউক্ৰেইনৰ যুদ্ধ আৰু তীব্ৰ প্ৰতিযোগিতাই ‘নেটফ্লিক্স’ৰ গ্ৰাহকৰ বৃদ্ধিৰ ওপৰত পেলাইছে প্ৰভাৱ
অৰ্থনীতি

মুদ্ৰাস্ফীতি, ইউক্ৰেইনৰ যুদ্ধ আৰু তীব্ৰ প্ৰতিযোগিতাই ‘নেটফ্লিক্স’ৰ গ্ৰাহকৰ বৃদ্ধিৰ ওপৰত পেলাইছে প্ৰভাৱ

June 24, 2022
২০০ টকাৰ নোট ছপা কৰাৰ ব্যয় ৫০০ টকাৰ নোটৰ তুলনাত অধিক
অৰ্থনীতি

২০০ টকাৰ নোট ছপা কৰাৰ ব্যয় ৫০০ টকাৰ নোটৰ তুলনাত অধিক

June 23, 2022
বিশ্ববজাৰত এক মিশ্ৰিত প্ৰৱণতাৰ মাজত অপৰিৱৰ্তিত হৈ আছে তেলৰ মূল্য
অৰ্থনীতি

বিশ্ববজাৰত এক মিশ্ৰিত প্ৰৱণতাৰ মাজত অপৰিৱৰ্তিত হৈ আছে তেলৰ মূল্য

June 22, 2022
১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব ‘টিডিএছ’ৰ নতুন  নিয়ম
অৰ্থনীতি

১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব ‘টিডিএছ’ৰ নতুন নিয়ম

June 21, 2022
কিহৰ ভিত্তিত বৃদ্ধি হ’ব চৰকাৰী কৰ্মচাৰীৰ দৰমহা ?
অৰ্থনীতি

কিহৰ ভিত্তিত বৃদ্ধি হ’ব চৰকাৰী কৰ্মচাৰীৰ দৰমহা ?

June 18, 2022
“পৃথিৱীৰ আটাইতকৈ দৰিদ্ৰ দেশবোৰৰ ভিতৰত আৰু অধিক দৰিদ্ৰ হৈ পৰিছে এখন দেশ “
অৰ্থনীতি

“পৃথিৱীৰ আটাইতকৈ দৰিদ্ৰ দেশবোৰৰ ভিতৰত আৰু অধিক দৰিদ্ৰ হৈ পৰিছে এখন দেশ “

June 17, 2022
Next Post
গর্ভৱতী প্ৰার্থীক  দিয়া কি নির্দেশনাক লৈ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ইণ্ডিয়ান বেংক !!

গর্ভৱতী প্ৰার্থীক দিয়া কি নির্দেশনাক লৈ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ইণ্ডিয়ান বেংক !!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7