VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ব্যয় সংকোচনঃ আমাজনে বর্খাস্ত কৰিব ১৮ হেজাৰ কর্মচাৰী, আদায় দিব লাগিব ৫২০০ কোটি টকা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 6, 2023
in অৰ্থনীতি
ব্যয় সংকোচনঃ আমাজনে বর্খাস্ত কৰিব ১৮ হেজাৰ কর্মচাৰী,   আদায় দিব লাগিব  ৫২০০ কোটি টকা
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

ব্যয় সংকোচনৰ বাবে আগশাৰীৰ প্ৰতিষ্ঠান আমাজনে কর্মচাৰী বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কর্মচাৰীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ক্ষেত্ৰতো এই বহুজাতিক সংস্থাটোৱে বিপুল পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হ’ব । সমগ্ৰ বিশ্বতে ১৮ হাজাৰৰো অধিক কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সমান্তৰালকৈ কোম্পানীটোৰ পকেটৰ পৰা খৰচ হ’ব ৫২০০ কোটি টকা। এই তথ্য আমাজনে নিজেই প্ৰকাশ কৰিছে।

ইতিমধ্যে সমগ্ৰ বিশ্বতে চাকৰিৰ পৰা বৰ্খাস্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে। ভাৰতত প্ৰায় ১০০০ কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত হ’ব পাৰে। চাকৰিৰ পৰা বৰ্খাস্ত কৰা কর্মচাৰীসকলক সহায় কৰিবলৈ আমাজন কৰ্তৃপক্ষই এককালীন ধন প্ৰদান কৰিব । চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰি এই কথা কয়  প্ৰতিষ্ঠানটোৰমুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে।

আমাজনে চাকৰিৰ পৰা বৰ্খাস্ত কৰা সকলো কর্মচাৰীক ৫ মাহৰ দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰিও চাকৰিৰ পৰা বৰ্খাস্ত কর্মচাৰীক স্বাস্থ্য সুবিধা আৰু অন্যান্য প্ৰয়োজনীয় সুবিধা প্ৰদান কৰা হ’ব। চাকৰিৰ পৰা বৰ্খাস্ত কৰা কর্মচাৰীসকলক সহায় কৰিবলৈ আমাজনৰ ৬৪ কোটি ডলাৰ খৰচ হ’ব। ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমাণ ৫২০০ কোটি টকা।

কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ আমাজনে নিজৰ কিছুমান কাৰ্যালয় বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে বুলিও প্ৰকাশ পাইছে। ব্লুমবাৰ্গে প্ৰকাশ কৰা অনুসৰি কোম্পানীটোৱে কেলিফৰ্ণিয়াত এটা খালী কাৰ্যালয় বিক্ৰী কৰিছে। ১৬ মাহ পূৰ্বে ক্ৰয় কৰা হৈছিল  কাৰ্যালয়টো।

 

Previous Post

ক্ৰমাৎ সুস্থ হৈছে ৰবীন্দ্ৰ জাদেজা, শীঘ্ৰে পৰিধান কৰিব ভাৰতীয় দলৰ জার্চী

Next Post

অসমীয়া সংস্কৃতিৰ ঐতিহ্য সৰ্থেবাৰীৰ “মাঘী পূৰ্ণিমাৰ সভা”

Related Posts

স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে  কিমান টকা খৰচ হ’ব জানেনে ?
অৰ্থনীতি

স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে কিমান টকা খৰচ হ’ব জানেনে ?

March 29, 2023
প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ
অৰ্থনীতি

প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ

March 28, 2023
ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম
অৰ্থনীতি

ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম

March 24, 2023
কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?
অৰ্থনীতি

কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?

March 23, 2023
আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই
অৰ্থনীতি

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?
অৰ্থনীতি

পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?

March 17, 2023
Next Post
অসমীয়া সংস্কৃতিৰ ঐতিহ্য সৰ্থেবাৰীৰ “মাঘী পূৰ্ণিমাৰ সভা”

অসমীয়া সংস্কৃতিৰ ঐতিহ্য সৰ্থেবাৰীৰ "মাঘী পূৰ্ণিমাৰ সভা"

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7