VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ক্ৰমাৎ সুস্থ হৈছে ৰবীন্দ্ৰ জাদেজা, শীঘ্ৰে পৰিধান কৰিব ভাৰতীয় দলৰ জার্চী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 6, 2023
in ক্ৰীড়া
ক্ৰমাৎ সুস্থ হৈছে ৰবীন্দ্ৰ জাদেজা, শীঘ্ৰে পৰিধান কৰিব ভাৰতীয় দলৰ জার্চী
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

এটা সময়ত আঁঠুৰ আঘাতৰ বাবে তেওঁৰ ক্ৰিকেট কেৰিয়াৰ শেষ হ’বলৈ ওলাইছিল। অস্ত্ৰোপচাৰৰ পৰা সুস্থ হৈ উঠি ভাৰতীয় দললৈ ঘূৰি আহিছে ৰবীন্দ্ৰ জাদেজা। যোৱা বছৰ টি-২০ বিশ্বকাপত তেওঁ  খেলিব পৰা নাছিল। কিন্তু সেই দুখ পাহৰি অষ্ট্ৰেলিয়া ছিৰিজত নিজকে প্ৰমাণ কৰিবলৈ উঠিপৰি লাগিছে  এইগৰাকী ভাৰতীয় অল-ৰাউণ্ডাৰ। দেওবাৰে ব’ৰ্ডৰ ৱেবছাইটত দিয়া সাক্ষাৎকাৰত তেওঁ দললৈ প্ৰত্যাৱর্তনৰ বাবে চেষ্টা কৰাৰ কথা প্ৰকাশ কৰিছে ৷

জাদেজাই কয়, ‘প্ৰায় পাঁচ মাহৰ পিছত পুনৰ ভাৰতীয় দলৰ জাৰ্চি পিন্ধি বৰ সুখী। মই বৰ উত্তেজিত আৰু সুখী। পুনৰ ৰাষ্ট্ৰীয় দললৈ ঘূৰি আহিবলৈ উৎসাহিত। এই প্ৰত্যাৱৰ্তনৰ লগত বহু উত্থান-পতন জড়িত হৈ আছে। পাঁচ মাহ ক্ৰিকেট খেলিব নোৱাৰাটো বৰ হতাশাজনক। সোনকালে সুস্থ হ’বলৈ চেষ্টা কৰিছো যাতে মই ভাৰতৰ হৈ খেলিবলৈ পুনৰ আৰম্ভ কৰিব পাৰো।’

জাদেজাই স্বীকাৰ কৰে যে বিশ্বকাপৰ পিছত অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত কঠিন আছিল। লগতে ডাক্তৰৰ পৰামৰ্শ শুনাটো প্ৰয়োজনীয় বুলিও কয়। তেওঁ কয় “আঁঠুৰ সমস্যা হৈছিল। গতিকে আজি বা কাইলৈ ​​অস্ত্ৰোপচাৰ কৰিব লাগিবই। বিশ্বকাপৰ আগতে বা পিছত সিদ্ধান্ত ল’ব লাগিছিল। ডাক্তৰে বিশ্বকাপৰ পিছত কৰিবলৈ পৰামৰ্শ দিলে। কাৰণ মোৰ বিশ্বকাপত খেলাৰ সম্ভাৱনা প্ৰায় নাছিল। গতিকে মই সিদ্ধান্ত লৈ অস্ত্ৰোপচাৰ কৰিবলৈ মান্তি হ’লোঁ।”

কিন্তু জাডেজাৰ মতে অস্ত্ৰোপচাৰৰ পিছৰ দিনবোৰ যথেষ্ট কঠিন আছিল। তেওঁ কয়, “অস্ত্ৰোপচাৰৰ পিছত অবিৰতভাৱে ৰিহাব আৰু ব্যায়ামৰ প্ৰয়োজন হয়। সেয়া যথেষ্ট কঠিন কাম। টিভিত খেলখন চাই থাকোঁতে বাৰে বাৰে মোৰ আঘাতৰ কথা মনত পৰিছিল ৷”

জাদেজাই নেশ্যনেল ক্ৰিকেট একাডেমী আৰু তাত থকা চিকিৎসকসকলক ধন্যবাদ জনায়। জাদেজাই কয়, ‘আঘাতৰ পিছত দুমাহ ধৰি মই বাহিৰলৈ ওলাই যাব নোৱাৰিলোঁ। মই ভালদৰে খোজ কাঢ়িব পৰা নাছিলো। বৰ কঠিন সময় আছিল। সেই সময়ত পৰিয়াল আৰু বন্ধু-বান্ধৱীসকলে কাষত থিয় দিছিল। এনচিএৰ প্ৰশিক্ষকসকলেও বহুত সহায় কৰিছে।’

যোৱা মাহত ৰঞ্জিৰ মেচত সৌৰাষ্ট্ৰৰ হৈ খেলিছিল জাদেজাই।  খেলখনত তেওঁ ৮টা উইকেট দখল কৰে।

 

Previous Post

কেৱল পূজা-অর্চনাতে নহয়, জবা ফুলৰ ব্যৱহাৰৰ আছে বহু উপকাৰিতা, জবা ফুলৰ চাহ সেৱন কৰিলে কেনেদৰে হ’ব উপকৃত ?

Next Post

ব্যয় সংকোচনঃ আমাজনে বর্খাস্ত কৰিব ১৮ হেজাৰ কর্মচাৰী, আদায় দিব লাগিব ৫২০০ কোটি টকা

Related Posts

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ  মৃত্যু, শোক প্ৰকাশ  এআইএফএফৰ
ক্ৰীড়া

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ মৃত্যু, শোক প্ৰকাশ এআইএফএফৰ

March 21, 2023
কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !
ক্ৰীড়া

কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !

March 20, 2023
বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন
ক্ৰীড়া

বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন

March 18, 2023
ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব  নতুন ষ্টেডিয়াম ?
ক্ৰীড়া

ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব নতুন ষ্টেডিয়াম ?

March 17, 2023
বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?
ক্ৰীড়া

বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?

March 16, 2023
অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত
ক্ৰীড়া

অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত

March 16, 2023
Next Post
ব্যয় সংকোচনঃ আমাজনে বর্খাস্ত কৰিব ১৮ হেজাৰ কর্মচাৰী,   আদায় দিব লাগিব  ৫২০০ কোটি টকা

ব্যয় সংকোচনঃ আমাজনে বর্খাস্ত কৰিব ১৮ হেজাৰ কর্মচাৰী, আদায় দিব লাগিব ৫২০০ কোটি টকা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7