VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২০২২ চনৰ চতুৰ্থ ত্ৰৈমাসিকত ২০ লাখতকৈ অধিক আইফোন বিক্ৰী কৰিছিল ‘এপলে’

মুম্বাইত নিৰ্মিত 'এপল'ৰ প্ৰথমটো খুচুৰা বিক্ৰী কেন্দ্ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 5, 2023
in অৰ্থনীতি
২০২২ চনৰ চতুৰ্থ ত্ৰৈমাসিকত  ২০ লাখতকৈ অধিক আইফোন বিক্ৰী কৰিছিল ‘এপলে’
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ জনপ্ৰিয় স্মাৰ্টফোন নিৰ্মাতা এপলে অৱশেষত বুধবাৰে শ্বেয়াৰ কৰিলে  দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত  উন্নয়নৰ কাম চলি থকা প্ৰতিষ্ঠানটোৰ প্ৰথমটো খুচুৰা বিক্ৰী কেন্দ্ৰৰ ফটো।

এই পদক্ষেপৰ জৰিয়তে কোম্পানীটোৱে কেন্দ্ৰীয় চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ প্ৰকল্পক সমৰ্থন কৰাৰ লগতে গেজেটসমূহৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে এখোজ আগুৱাই যোৱাৰ লক্ষ্য লৈছে।

কোম্পানীটোৱে জনোৱা মতে, মুম্বাইৰ জিঅ’ ৱৰ্ল্ড ড্ৰাইভ মলত অৱস্থিত মুম্বাইৰ কালি পিলি টেক্সিৰ ভিত্তিত নিৰ্মাণ কৰা এই প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখনে গ্ৰাহকে অন্বেষণ কৰিব পৰা এপলৰ বিভিন্ন সামগ্ৰী আৰু সেৱাৰ যোগান ধৰিব ৷

ইয়াৰ বিজ্ঞাপনত এপলৰ পৰম্পৰাগত অভিবাদনত পথচাৰীসকলক  “হেল্ল’ মুম্বাই” বুলি কোৱা হৈছে।

কোম্পানীটোৱে ঘোষণা কৰিছে যে এপলৰ এই ভাৰতীয় খুচুৰা বিপণীখন চলিত মাহৰ ভিতৰতে কাৰ্যক্ষম হ’ব। ইয়াৰ উপৰিও কোম্পানীটোৱে ইতিমধ্যে দিল্লীত আন এখন খুচুৰা বিপণী খুলিবলৈ পৰিকল্পনা কৰিছে। এপলৰ চিইঅ’ টিম কুকেও উল্লেখ কৰে যে ভাৰতত বৃদ্ধি পাইছে কোম্পানীটোৰ ব্যৱসায় ।

তেওঁ কয় যে তেওঁলোকে ত্ৰিমাসিক ৰাজহৰ অভিলেখ গঢ়িছিল আৰু বছৰৰ পিছত বছৰ ধৰি অতি শক্তিশালীভাৱে এই সংখ্যা বৃদ্ধি পাইছিল ৷

মন কৰিবলগীয়া যে ২০২২ চনৰ চতুৰ্থ ত্ৰৈমাসিকত এপলে ১৮% বিক্ৰী বৃদ্ধি কৰি ২০ লাখতকৈ অধিক আইফোন বিক্ৰী কৰিছিল। ২০২২ চনত আইফোনৰ বজাৰ অংশীদাৰিত্ব ৫.৫ শতাংশ হ’ব, যিটো পূৰ্বৰ বছৰৰ তুলনাত প্ৰায় ১১% বৃদ্ধি হ’ব।

Previous Post

২৮৭ টকা প্ৰতি ডলাৰত!!পাকিস্তানৰ মুদ্ৰাৰ অৱনতিৰ লগে লগে অৱনতি ঘটিছে বিত্তীয় সংকট

Next Post

কামৰূপ জিলাৰ ৮০ খন চৰকাৰী চিকিৎসালয়ত কাইলৈৰ পৰা আৰম্ভ হ’ব স্বাস্থ্য সেৱা উৎসৱ।

Related Posts

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী
অৰ্থনীতি

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী

June 9, 2023
আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ
অৰ্থনীতি

আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ

June 8, 2023
৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?
অৰ্থনীতি

৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?

June 7, 2023
কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
অৰ্থনীতি

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

May 18, 2023
Next Post
কামৰূপ জিলাৰ ৮০ খন চৰকাৰী চিকিৎসালয়ত কাইলৈৰ পৰা আৰম্ভ হ’ব স্বাস্থ্য সেৱা উৎসৱ।

কামৰূপ জিলাৰ ৮০ খন চৰকাৰী চিকিৎসালয়ত কাইলৈৰ পৰা আৰম্ভ হ'ব স্বাস্থ্য সেৱা উৎসৱ।

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7