VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামৰূপ জিলাৰ ৮০ খন চৰকাৰী চিকিৎসালয়ত কাইলৈৰ পৰা আৰম্ভ হ’ব স্বাস্থ্য সেৱা উৎসৱ।

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 5, 2023
in মুখ্য সংবাদ
কামৰূপ জিলাৰ ৮০ খন চৰকাৰী চিকিৎসালয়ত কাইলৈৰ পৰা আৰম্ভ হ’ব স্বাস্থ্য সেৱা উৎসৱ।
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ অসমৰ লগতে কাইলৈৰ পৰা অহা ৮ এপ্ৰিললৈ কামৰূপ জিলাৰো সৰ্বমুঠ ৮০ খন স্বাস্থ্য সেৱা প্ৰতিষ্ঠান “স্বাস্থ্য সেৱা উৎসৱ, ২০২৩”ৰ জৰিয়তে মূল্যায়ন কৰা হ’ব।

উল্লেখ্য যে সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম হিচাপে আৰম্ভ হ’বলগীয়া “স্বাস্থ্য সেৱা উৎসৱ”ৰ জৰিয়তে সামগ্ৰিকভাৱে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিতকৰণৰ পদক্ষেপ লোৱা হৈছে। এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানৰ মূল্যায়ন কৰিব। এই মূল্যায়ন কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনৰ ২১ খন জিলা চিকিৎসালয়, ১৬খন মহকুমা চিকৎসালয়, ২০৫ খন সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু ১,০১০ খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰকে ধৰি সৰ্বমুঠ ১,২৫২ খন চৰকাৰী স্বাস্থ্য কেন্দ্ৰক সামৰি লোৱা হ’ব।

এই কাৰ্যসূচীৰ অধীনত কামৰূপ জিলাৰো সৰ্বমুঠ ৮০ খন স্বাস্থ্য প্ৰতিষ্ঠানৰ মূল্যায়ন কৰা হ’ব। এই মূল্যায়নে জিলাখনৰ তোলাৰাম বাফনা জিলা অসামৰিক চিকিৎসালয়কে ধৰি ১ খন উপ-সংমণ্ডল অসামৰিক চিকিৎসালয়, ১৩ খন সামূহিক স্বাস্থ্য কেন্দ্ৰ, ৬৫ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক সামৰি ল’ব। এই মূল্যায়নত ১০৭ গৰাকী বাহ্যিক মান নিৰ্ধাৰণকাৰী (External Assessor) আৰু ৭ গৰাকী শীৰ্ষ পৰ্যায়ৰ বহ্যিক মূল্যায়কে (External Evaluator) তেওঁলোকৰ বাবে নিৰ্ধাৰণ কৰা জিলাখনৰ চৰকাৰী চিকিৎসালয় পৰিদৰ্শন কৰি সামগ্ৰিক স্বাস্থ্য সেৱাৰ মূল্যায়ন কৰিব। বিভিন্ন বিভাগৰ জেষ্ঠ বিষয়াই বাহ্যিক মান নিৰ্ধাৰণকাৰী হিচাপে চিকিৎসালয় সমূহ পৰিদৰ্শন কৰাৰ উপৰি ৰাজ্য চৰকাৰৰ সচিব, আতিৰিক্ত সচিব, যুটীয়া সচিব পৰ্যায়ৰ ৭ গৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াই বাহ্যিক মূল্যায়কৰ ভূমিকা পালন কৰিব। বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণৰ জৰিয়তে বাহ্যিক মান নিৰ্ধাৰণকাৰী বিষয়া সকলক ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে। ইয়াৰ লগতে জিলাৰ বিধায়ক সকলকো এই স্বাস্থ্য উৎসৱত অংশগ্ৰহণ কৰাৰ বাবে জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আমন্ত্ৰণ জনোৱা হৈছে।

Previous Post

২০২২ চনৰ চতুৰ্থ ত্ৰৈমাসিকত ২০ লাখতকৈ অধিক আইফোন বিক্ৰী কৰিছিল ‘এপলে’

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7