VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 9, 2023
in অৰ্থনীতি
কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াৰ হস্তক্ষেপত বিমান ভাড়া ১৪ৰ পৰা ৬১ শতাংশলৈ হ্ৰাস কৰা হৈছে। জ্যোতিৰাদিত্য সিন্দিয়াই কয় ‘দিল্লীৰ পৰা শ্ৰীনগৰ, লেহ, পুনে আৰু মুম্বাইলৈ সংযোগী বিমানৰ ভাড়া হ্ৰাস পোৱা’ত মই সুখী।’ আন পথসমূহতো বিমান ভাড়া হ্ৰাস কৰা হৈছে বুলিও তেওঁ কয়।

 

মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই কয় যে এই পদক্ষেপ অসামৰিক বিমান সেৱা সঞ্চালকালয়  (Directorate General of Civil Aviation)ৰ পৰামৰ্শৰ ভিত্তিত কৰা হৈছে। মে’ মাহৰ আৰম্ভণিতে গ’-ফাৰ্ষ্টৰ সেৱা বন্ধ হৈ পৰে। যোৱা সপ্তাহত ওড়িশাত সংঘটিত হোৱা ৰেল দুৰ্ঘটনাৰ পিছত বৃদ্ধি পাইছে বিমানৰ টিকটৰ ভাড়া। এনে পৰিস্থিতিত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সোমবাৰে বিমান সংস্থাসমূহক সক্ৰিয় হ’বলৈ কয় যাতে টিকটৰ মূল্য  নিয়ন্ত্ৰণত থাকে।

 

দৰাচলতে ডিজিচিএই বিমান সংস্থাক বালেশ্বৰ কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাৰ পিছতহে টিকটৰ মূল্য বৃদ্ধি নকৰিবলৈ কয়। কিন্তু ইয়াৰ ফল পোৱা নগ’ল বুলি অভিযোগ উত্থাপন হৈছিল। এই সপ্তাহত কলকাতাৰ পৰা চেন্নাইলৈ ভাড়া ৫০ হাজাৰ টকা পর্যন্ত বৃদ্ধি পাইছে । যিটো স্বাভাৱিকতকৈ প্ৰায় পাঁচগুণ। বেংগালুৰু বিমানৰ ভাড়াৰ ক্ষেত্ৰতো একেই কথা। যদিও কোম্পানীকেইটাই দাবী কৰিছে, কেন্দ্ৰই নিৰ্ধাৰণ কৰা নীতি অনুসৰি ভাড়া নিৰ্ধাৰণ কৰি আছে। কিন্তু ইয়াৰ বাবে বিৰোধীয়ে মোদী চৰকাৰক সমালোচনা কৰে। এইবাৰ মন্ত্ৰীৰ হস্তক্ষেপত ভাড়া নিয়ন্ত্ৰণ কৰা হ’ব ৷

Previous Post

ট্ৰাম্পৰ বিৰুদ্ধে গোপন নথি-পত্ৰ “চুৰি” কৰাৰ অভিযোগ! নির্বাচনৰ প্ৰাকক্ষণত ৰুজু হ’ব নেকি গোচৰ !!

Next Post

‘আদিপুৰুষ’ত কেঁচি চলাব নোৱাৰিলে চেন্সৰ ব’ৰ্ডে! ভাল নম্বৰ লৈ চেন্সৰ ব’র্ডৰ পৰীক্ষাত উত্তীর্ণ বিতৰ্কিত ছবি

Related Posts

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
অৰ্থনীতি

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

August 21, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ
অৰ্থনীতি

লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ

August 3, 2023
Next Post
‘আদিপুৰুষ’ত কেঁচি চলাব নোৱাৰিলে চেন্সৰ ব’ৰ্ডে! ভাল নম্বৰ লৈ চেন্সৰ ব’র্ডৰ পৰীক্ষাত উত্তীর্ণ বিতৰ্কিত ছবি

‘আদিপুৰুষ’ত কেঁচি চলাব নোৱাৰিলে চেন্সৰ ব’ৰ্ডে! ভাল নম্বৰ লৈ চেন্সৰ ব’র্ডৰ পৰীক্ষাত উত্তীর্ণ বিতৰ্কিত ছবি

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7