VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শীতৰ দিনকেইটাতো যি উত্তাপ দিব পাৰে আপোনাক

শীত কালত শৰীৰ গৰম কৰি ৰাখিব পৰা কেইটামান বৈদ্যুতিক গেজেট

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 6, 2022
in অৰ্থনীতি
শীতৰ দিনকেইটাতো যি  উত্তাপ দিব পাৰে আপোনাক
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

শীতকাল অহা বুলি ক’লেই হয়তো আমাৰ বেছিভাগৰে এনে লাগে যেন একো কাম নকৰি কেৱল বিচনাত উম লৈ শুই থাকিম ৷অৱশ্যে সেয়া মাত্ৰ ভবা কথা ৷ কাৰণ প্ৰচণ্ড শীতেই হওঁক বা উৎকত গৰম ,সকলোৱে কাম কৰিবই লাগিব ৷ সেয়েহে হয়তো বিজ্ঞানে এনে বহু বস্তু অৱিষ্কাৰ কৰিছে যি  শীতৰ দিনকেইটাতো  আমাৰ অৱসাদ দূৰ কৰাৰ লগতে শীতৰ মাজতো কিছু উত্তাপ দিব পাৰে ৷

নিজকে গৰম কৰি ৰাখিবলৈ ব্যৱহাৰ কৰিব পৰা তেনে কিছুমান গেজেটৰ বিষয়ে আপোনাক জনাবলৈ বিচাৰিছোঁ ৷

বৈদ্যুতিক কম্বল– এই বৈদ্যুতিক কম্বলখনত এটা ৰিম’ট আছে যিয়ে ব্যৱহাৰকাৰীক উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই কম্ব্যল ব্যৱহাৰকাৰী গৰাকীয়ে বিচনাত এইখন কম্বল ব্যৱহাৰ কৰিলে হয়তো হেলাৰঙে আওকান কৰিব পাৰিব পুহমাহৰ প্ৰচণ্ড শীতকো ৷ জানিব পৰা মতে ইয়াৰ মূল্য: ১,৭৯৯ টকা

বৈদ্যুতিক ফুট ৱাৰ্মাৰ – এই বৈদ্যুতিক ফুট ৱাৰ্মাৰৰ মূল্য ১,৬৭০ টকা৷ উল্লেখনীয় যে বুঢ়া বয়সত বিষ নিৰাময়ৰ বাবে ডিজাইন কৰা হৈছে এই ইলেক্ট্ৰিক ফুট ৱাৰ্মাৰৰ । ই ৱাটাৰ প্ৰুফ আৰু এই ফুট ৱাৰ্মাৰ উৎপাদক কোম্পানীয়ে দাবী কৰা অনুসৰি ই এজন ব্যক্তিৰ শৰীৰ গৰম কৰি ৰখাৰ বাবে আটাইতকৈ সুবিধাজনক উপায়।

টাচস্ক্ৰীণৰ সৈতে ৱাটাৰপ্ৰুফ গ্ল’ভছ– এই গ্ল’ভছ যোৰৰ মূল্য: ১,০৭১ টকা ৷এই  গ্ল’ভছত হিট লক কৰিব পৰা  বৈশিষ্ট্য আছে যিয়ে বায়ুক আৱদ্ধ কৰি তাপীয় বাধা সৃষ্টি কৰে আৰু আপোনাৰ হাত গৰম কৰি ৰাখে।

তৎক্ষণাত পানী গৰম কৰা যন্ত্ৰ–  পানী সোনকালে  গৰম কৰিব পৰা  এই যন্ত্ৰ পাকঘৰ আৰু স্নানাগাৰ দুয়োটাৰে বাবে উপযোগী  ৷ ইয়াৰ ৩ লিটাৰ পানী গৰম কৰিব পৰাৰ  ক্ষমতা আছে।

 ইমাৰ্চন ৰড- এই পানী গৰম কৰিব পৰা বৈদ্যুতিক ৰডডালৰ মূল্য  ভিন ভিন ৷ ১৫০০ৱাটৰ এডাল ইমাৰ্জন ৰডে ১ মিনিটত পানী গৰম কৰিব পাৰে। ইমাৰ্চন ৰডত শ্বকপ্ৰুফ ডিজাইন আৰু তামৰ উপাদান থাকে যিয়ে অতি সোনকালে শীতল পানী উষ্ণতৰ কৰি তুলিব পাৰে ৷

Previous Post

সোণ কিনিবলৈ যাব নালাগে দোকানলৈ, স্থাপন হ’ল দেশৰ প্ৰথমতো সোণৰ এটিএম, কেনেদৰে উলিয়াব পাৰিব স্বর্ণ ?

Next Post

কৰোণা ভাইৰাছ মানৱসৃষ্ট- বিজ্ঞানীৰ দাবীত নতুন চাঞ্চল্য

Related Posts

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
অৰ্থনীতি

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

August 21, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
Next Post
কৰোণা ভাইৰাছ মানৱসৃষ্ট- বিজ্ঞানীৰ দাবীত নতুন চাঞ্চল্য

কৰোণা ভাইৰাছ মানৱসৃষ্ট- বিজ্ঞানীৰ দাবীত নতুন চাঞ্চল্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
শিলচৰত আৰম্ভ  অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

শিলচৰত আৰম্ভ অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7