VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২০০ টকাৰ নোট ছপা কৰাৰ ব্যয় ৫০০ টকাৰ নোটৰ তুলনাত অধিক

জানো আহক কোনখন নোটৰ মুদ্ৰণৰ ব্যয় কিমান?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 23, 2022
in অৰ্থনীতি
২০০ টকাৰ নোট ছপা কৰাৰ ব্যয় ৫০০ টকাৰ নোটৰ তুলনাত অধিক
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

দেশত ক্ৰমান্বয়ে বৰ্ধিত মুদ্ৰাস্ফীতিৰ বাবে দৈনন্দিন ব্যৱহাৰ্য দ্ৰব্য যেনে খাদ্য আৰু পানীয়ৰ মূল্য আকাশচুম্বী হৈছে। এনে পৰিস্থিতিত পানীত হাঁহ নচৰা অৱস্থা হৈছে সাধাৰণ মানুহৰ ৷লগতে দেশৰ সৰ্ববৃহৎ বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰবিআই) নোটবোৰ প্ৰিণ্ট কৰাটোও  হৈ পৰিছে ব্যয়বহুল।

শেহতীয়াকৈ, তথ্যৰ অধিকাৰে (আৰটিআই) প্ৰকাশ কৰিছে যে ২০০ টকাৰ নোট ছপা কৰাৰ ব্যয় ৫০০ টকাৰ নোটৰ তুলনাত অধিক হৈছে। ইয়াৰ উপৰিও, ৰিজাৰ্ভ বেংকে সকলো নোট ছপা কৰাৰ বাবে হোৱা ব্যয়ৰ বিষয়েও অৱগত কৰিছে।

শেহতীয়াকৈ আৰটিআইয়ে এই কথা প্ৰকাশ কৰিছে যে বৰ্তমান সময়ত  ২০০ টকাৰ নোট এখন মুদ্ৰণ কৰাটো ৫০০ টকাতকৈ বহু বেছি ব্যয়বহুল হৈ পৰিছে। আৰটিআইৰ এক প্ৰশ্নৰ উত্তৰত আৰবিআইয়ে কৈছিল যে আজিকালি ১০ টকাৰ নোট ছপা কৰাটো ২০ টকাতকৈ অধিক ব্যয়বহুল হৈ পৰিছে। ইয়াৰ কাৰণ হৈছে কাগজৰ বৰ্ধিত মূল্য। ইয়াৰ বাহিৰেও আৰ.বি.আই.-য়ে কয় যে বৰ্তমান তেওঁলোকে ২,০০০ টকাৰ নোট ছপা কৰা প্ৰায় বন্ধ কৰি দিছে।

জানো আহক কোনখন নোটৰ মুদ্ৰণৰ ব্যয় কিমান?

১০,০০০ টকাৰ নোট ছপা কৰাৰ ব্যয় – ৯৬০ টকা

২০ টকাৰ ১০০০ নোট ছপা কৰাৰ ব্যয় – ৯৫০ টকা

৫০ টকাৰ ১০০০ নোট ছপা কৰাৰ ব্যয় – ১১৩০ টকা

১০০ টকা ১০০০ নোট ছপা কৰাৰ ব্যয় – ১৭৭০ টকা

১০০০ টকাৰ নোট মুদ্ৰণৰ ব্যয় – ২,৩৭০ টকা

৫০০ টকা হাজাৰ নোট মুদ্ৰণৰ ব্যয় – ২২৯০ টকা

বৰ্ধিত মুদ্ৰাস্ফীতিৰ মাজত নোটৰ ব্যয়ো বৃদ্ধি পাইছে।এই ক্ষেত্ৰত ৫০ টকাৰ নোটৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ মতে, ২০২০-২১ বিত্তীয় বৰ্ষত ৫০ টকাৰ হাজাৰ নোট ছপা কৰাৰ ব্যয় আছিল ৯২০ টকা, যি ২০২১-২২ বৰ্ষত ২৩ শতাংশ বৃদ্ধি হৈ ১,১৩০ টকালৈ বৃদ্ধি পাইছে। একে সময়তে আটাইতকৈ কম প্ৰভাৱ পৰিছে ২০ টকাৰ নোটৰ ওপৰত।কাৰণ ২০২০-২১ বিত্তীয় বৰ্ষত, ২০ টকাৰ নোট ছপা কৰাৰ ব্যয় আছিল ৯৪০ টকা, যি ৯৫০ টকালৈ বৃদ্ধি পাইছিল। অৱশ্যে এই সময়ছোৱাত ৫০০ টকাৰ নোটৰ ওপৰত কোনো ধৰণৰ  প্ৰভাৱ পৰা দেখা পোৱা নাই।

Previous Post

বিধায়ক বাঢ়িছে একনাথ ছিন্দেৰ শিবিৰত, ক্ৰমাৎ শক্তিহীন উদ্ধৱ থাকৰে

Next Post

সাঁতোৰবিদ মিখাইল ৰোমানচুক, বন্দুকৰ সলনি যি খেলেৰে দেখুৱালে যে ইউক্ৰেইনৰ লোকসকল দুৰ্বল নহয়

Related Posts

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ‘ৰিটেইল ইউনিট’ৰ অধ্যক্ষ হিচাপে মনোনীত হ’ব  ঈশা আম্বানী
অৰ্থনীতি

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ‘ৰিটেইল ইউনিট’ৰ অধ্যক্ষ হিচাপে মনোনীত হ’ব ঈশা আম্বানী

June 29, 2022
আকৌ বৃদ্ধি পালে নেকি সোণ-ৰূপৰ দাম ?
অৰ্থনীতি

আকৌ বৃদ্ধি পালে নেকি সোণ-ৰূপৰ দাম ?

June 28, 2022
কিয়  পালন কৰা হয়  বিশ্ব   এমএছএমই   দিৱস ?
অৰ্থনীতি

কিয় পালন কৰা হয় বিশ্ব এমএছএমই দিৱস ?

June 27, 2022
মুদ্ৰাস্ফীতি, ইউক্ৰেইনৰ যুদ্ধ আৰু তীব্ৰ প্ৰতিযোগিতাই ‘নেটফ্লিক্স’ৰ গ্ৰাহকৰ বৃদ্ধিৰ ওপৰত পেলাইছে প্ৰভাৱ
অৰ্থনীতি

মুদ্ৰাস্ফীতি, ইউক্ৰেইনৰ যুদ্ধ আৰু তীব্ৰ প্ৰতিযোগিতাই ‘নেটফ্লিক্স’ৰ গ্ৰাহকৰ বৃদ্ধিৰ ওপৰত পেলাইছে প্ৰভাৱ

June 24, 2022
বিশ্ববজাৰত এক মিশ্ৰিত প্ৰৱণতাৰ মাজত অপৰিৱৰ্তিত হৈ আছে তেলৰ মূল্য
অৰ্থনীতি

বিশ্ববজাৰত এক মিশ্ৰিত প্ৰৱণতাৰ মাজত অপৰিৱৰ্তিত হৈ আছে তেলৰ মূল্য

June 22, 2022
১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব ‘টিডিএছ’ৰ নতুন  নিয়ম
অৰ্থনীতি

১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব ‘টিডিএছ’ৰ নতুন নিয়ম

June 21, 2022
Next Post
সাঁতোৰবিদ মিখাইল ৰোমানচুক, বন্দুকৰ সলনি যি খেলেৰে দেখুৱালে যে ইউক্ৰেইনৰ লোকসকল দুৰ্বল নহয়

সাঁতোৰবিদ মিখাইল ৰোমানচুক, বন্দুকৰ সলনি যি খেলেৰে দেখুৱালে যে ইউক্ৰেইনৰ লোকসকল দুৰ্বল নহয়

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7