VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

”মিভি মডেল ই’ স্মাৰ্টৱাচ মুকলি কৰি স্মাৰ্টৱাচ খণ্ডত প্ৰৱেশ ‘মিভি’ৰ

বৰ্তমান গ্ৰাহকসকলে এই স্মাৰ্টৱাচ ক্ৰয় কৰিব পাৰিব মাত্ৰ ১,২৯৯ টকাত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 1, 2022
in অৰ্থনীতি
”মিভি মডেল ই’ স্মাৰ্টৱাচ মুকলি কৰি স্মাৰ্টৱাচ খণ্ডত প্ৰৱেশ ‘মিভি’ৰ
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

এইবাৰ ভাৰতৰ এটি ঘৰুৱা কোম্পানী ‘মিভি’য়ে মিভি মডেল ই স্মাৰ্টৱাচ মুকলি কৰি স্মাৰ্টৱাচ খণ্ডত প্ৰৱেশ কৰিছে। কোম্পানীটোৰ প্ৰথমটো স্মাৰ্টৱাচৰ মূল্য  কম হোৱাৰ উপৰিও  ইয়াত বহুতো স্বাস্থ্যসম্পৰ্কীয় বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হৈছে।

‘অমৰ ওজালা’ নামৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বিশাল মৈথিলৰ এক প্ৰতিবেদন অনুসৰি ‘মিভি মডেল ই’ৰ ডায়েল দেখাত  বৰ্গাকাৰৰ   আৰু ইয়াক মেটালিক ফিনিচিং দিয়া হৈছে।আনহাতে  ইয়াত ৫০০ নিট উজ্জ্বলতাৰ সৈতে ১.৬৯ ইঞ্চিৰ টিএফটি এইচডি ডিছপ্লে আছে আৰু ই ৫০টাতকৈও অধিক ক্লাউড ৱাচ ফেচ সমৰ্থন কৰে। মিভি এপৰ জৰিয়তে এই ঘড়ী  চাব পাৰিব।

এই ‘মিভি মডেল ই’  নীলা, ক’লা, সেউজীয়া, ধূসৰ, ৰঙা আৰু ক্ৰীম ৰং আদি বিভিন্ন ৰঙত তৈয়াৰ  কৰা হৈছে। আজিৰ পৰা কোম্পানীটোৰ ৱেবছাইট আৰু ফ্লিপকাৰ্টত গ্ৰাহক সকলৰ বাবে উপলব্ধ হ’ব এই ঘড়ীটো । ‘মিভি মডেল ই’ৰ মূল্য ৩,৯৯৯ টকা, কিন্তু ইনট্ৰেক্টৰী অফাৰ হিচাপে বৰ্তমান ইয়াক গ্ৰাহকসকলে ১,২৯৯ টকাত ক্ৰয় কৰিব পাৰিব।

জানিব পৰা মতে এইঘড়ীটোৱে ১২০টাতকৈও অধিক স্প’ৰ্টছ মোড সমৰ্থন কৰে। ঘড়ীটোৱে হাৰ্ট ৰেট ট্ৰেকিং, SpO2 মণিটৰ, স্লিপ ট্ৰেকাৰ, আৰু পিৰিয়ড ট্ৰেকাৰৰ দৰে স্বাস্থ্য সম্পৰ্কীয় কামবোৰো কৰিব পাৰে । আনহাতে এই ঘড়ীটোৰ সহায়ত ষ্টেপ কাউণ্টিঙো কৰিব পাৰি।

এই  ক্ষেত্ৰত ব্যৱহাৰকাৰী সকলে মিভি এপৰ জৰিয়তে ইয়াৰ সকলো কাৰ্য্যকলাপ অনুসৰণ কৰিব পাৰিব। ইয়াত আছে কেমেৰা/সংগীত নিয়ন্ত্ৰণ, স্মাৰ্ট জাননী, বতৰ আপডেট, কল নাকচ বা নিস্তব্ধ কৰাৰ ক্ষমতা আদিকে ধৰি  বহুতো বৈশিষ্ট্য।

ইয়াৰ বেটাৰীৰ সন্দৰ্ভত কোম্পানীটোৱে দাবী কৰিছে যে  ইয়াক এবাৰ  চাৰ্জ কৰিলে ৭ দিনৰ বেটাৰী বেকআপ পোৱা যায়। একে সময়তে ইয়াৰ সৈতে ২০ দিনলৈকে ষ্টেণ্ডবাই টাইম উপলব্ধ। আনহাতে পানী প্ৰতিৰোধৰ বাবে এই বিশেষ মডেলত  উপলব্ধ আই পি ৬৮ ।

 

Previous Post

‘পেলেচ অন হুইলছ’ ভাৰতৰ প্ৰথমখন বিলাসী ৰে’ল

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে  ‘ওৱানপ্লাছ ‘
অৰ্থনীতি

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

January 27, 2023
ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’
অৰ্থনীতি

ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’

January 27, 2023
পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি
অৰ্থনীতি

পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি

January 25, 2023
কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?
অৰ্থনীতি

কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?

January 24, 2023
আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে
অৰ্থনীতি

আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে

January 18, 2023
এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব  বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে
অৰ্থনীতি

এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে

January 18, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7