VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতত জন্মগ্ৰহণ কৰা সুন্দৰ পিচাইক ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ‘পদ্মভূষণ’ প্ৰদান

‘পদ্মভূষণ’ লাভ কৰি সুন্দৰ পিচাইয়ে ক’লে, ‘ভাৰত মোৰ এটা অংশ, মই য’লৈকে যাওঁ ইয়াক কঢ়িয়াই  লৈ ফুৰো'

voicedesk by voicedesk
December 3, 2022
in অৰ্থনীতি
ভাৰতত জন্মগ্ৰহণ কৰা সুন্দৰ পিচাইক ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ‘পদ্মভূষণ’ প্ৰদান
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

ভাৰতত জন্মগ্ৰহণ কৰা সুন্দৰ পিচাইক ভাৰতৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সন্মানিত কৰা হয়।গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে শুকুৰবাৰ অৰ্থাৎ ২ ডিচেম্বৰ তাৰিখে  আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ পৰা পদ্মভূষণ বঁটা লাভ কৰে।

এই সন্মান গ্ৰহণ কৰি তেওঁ ক’লে যে ভাৰত তেওঁৰ এটা অংশ ৷ তেওঁ  য’লৈকে যায় এই সত্বাক কঢ়িয়াই  লৈ ফুৰে  ৷ কাৰণ ই  এটা  সুন্দৰ বঁটা  নহয় যে  তেওঁ  ইয়াক ক’ৰবাত সুৰক্ষিত কৰি থ’ব ।  ভাৰতত জন্মগ্ৰহণ কৰা সুন্দৰ পিচাইক ভাৰতৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দেশৰ  তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সন্মানিত কৰা হয় ৷ ছান ফ্ৰান্সিস্কোত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত পিচাইয়ে আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত তৰণজিৎ সিং সন্ধুৰ পৰা এই বঁটা গ্ৰহণ কৰে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ‘বাণিজ্য আৰু উদ্যোগ’ শাখাত পিচাইৰ লগতে  মাইক্ৰ’ছফ্টৰ সত্য নাডেলা, টাটা গ্ৰুপৰ এন চন্দ্ৰশেখৰণ, ভাৰত বায়’টেকৰ   কৃষ্ণা আৰু সুচিত্ৰ এলা আৰু  চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চাইৰাছ পুনাৱাল্লাক   এই বঁটা প্ৰদান কৰে।

গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে এই সন্মান লাভ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয় যে  এই অপৰিসীম সন্মানৰ বাবে ভাৰত চৰকাৰ আৰু ভাৰতবাসীৰ প্ৰতি তেওঁৰ  গভীৰ কৃতজ্ঞতা। তেওঁ লগতে কয় যে তেওঁক  গঢ় দিয়া দেশখনে এইদৰে সন্মান জনোৱাটো অবিশ্বাস্যভাৱে অৰ্থপূৰ্ণ।আনহাতে তেওঁ এই আস্বাস দিয়ে যে  গুগল আৰু ভাৰতৰ মাজত থকা মহান অংশীদাৰিত্ব অব্যাহত ৰাখিবলৈ তেওঁ  আগ্ৰহী কাৰণ   একেলগে কাম কৰি তেওঁলোকে প্ৰযুক্তিৰ সুবিধা অধিক লোকৰ মাজলৈ লৈ যাব পাৰিব ৷

 

Previous Post

কুকুৰাৰ ডাকত টোপনি ভংগ, আৰক্ষীৰ ওচৰত গোচৰ তৰিলে চিকিৎসকেঃ ক’ত ঘটিল এই ঘটনা ??

Next Post

পিন্ধে ৭.৫ কোটি টকাৰ সোণ, গাড়ী-মোবাইল সকলোতে লগাই লৈছে স্বর্ণঃকোন এই দুই বন্ধু ??

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
পিন্ধে ৭.৫ কোটি টকাৰ সোণ, গাড়ী-মোবাইল সকলোতে লগাই লৈছে স্বর্ণঃকোন এই দুই বন্ধু ??

পিন্ধে ৭.৫ কোটি টকাৰ সোণ, গাড়ী-মোবাইল সকলোতে লগাই লৈছে স্বর্ণঃকোন এই দুই বন্ধু ??

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7