VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কুকুৰাৰ ডাকত টোপনি ভংগ, আৰক্ষীৰ ওচৰত গোচৰ তৰিলে চিকিৎসকেঃ ক’ত ঘটিল এই ঘটনা ??

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 3, 2022
in মুখ্য সংবাদ
কুকুৰাৰ ডাকত টোপনি ভংগ, আৰক্ষীৰ ওচৰত গোচৰ তৰিলে চিকিৎসকেঃ ক’ত ঘটিল এই ঘটনা ??
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

কুকুৰাৰ ডাকত পুৱা বিছনা পৰিত্যাগ কৰাটো এতিয়াও হয়তো বহু মানুহৰ অভ্যাস ৷ কুকুৰাৰ ডাকক লৈ আছে বহু প্ৰৱচন ৷ কিন্তু কুকুৰাই ডাক দিয়াৰ বাবেই কেতিয়াবা আৰক্ষীৰ ওচৰত গোচৰ দিয়া আপুনি শুনিছেনে ? যদি নাই শুনা তেতিয়াহ’লে আমি আপোনাক অৱগত কৰিব বিচাৰিছো তেনে এটা ঘটনা ৷ অসময়ত ডাক দিয়াৰ বাবেই  কুকুৰাৰ গৰাকীৰ   বিৰুদ্ধে গোচৰ তৰিছে এজন চিকিৎসকে ৷ এই ঘটনা সংঘটিত হৈছে ইন্দোৰত ৷

ঘটনাৰ বিবৰণী অনুসৰি মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা এজন চিকিৎসকে চুবুৰীয়াৰ কুকুৰাৰ ডাকত সাৰ পোৱাৰ বাবে আৰক্ষীৰ ওচৰলৈ যায়। অভিযোগ অনুসৰি প্ৰতিদিনে পুৱা ওচৰৰ ঘৰৰ পোহনীয়া কুকুৰাৰ ডাকে তেওঁক জগাই দিয়ে ৷ পেছাগত কাৰণত  তেওঁ গভীৰ নিশা ঘৰলৈ উভতি আহে ৷  গতিকে পুৱা সোনকালে সাৰ পালে গোটেই দিনটোৰ কামত ব্যাঘাত জন্মিব পাৰে। যাৰ ফলত ৰোগীৰ চিকিৎসাত প্ৰভাৱ পৰিব পাৰে।

চিকিৎসক গৰাকীয়ে কয়-, “প্ৰতিদিনে ৰোগী চোৱাৰ পিছত ঘৰলৈ উভতি আহোতে নিশা দেৰি হয়। সাধাৰণতে নিশা শোতেওদেৰি হয়। দেৰিকৈ শোৱাৰ বাবে পুৱা সোনকালে উঠিবলৈ কঠিন। কিন্তু চুবুৰীয়া এঘৰ মহিলাৰ ঘৰৰ পোহনীয়া কুকুৰাৰ ডাকত সোনকালে  সাৰ পাবলগীয়া হয় ৷  পুৱা হোৱাৰ লগে লগে  জোৰে জোৰে কুকুৰাই চিঞৰিবলৈ আৰম্ভ কৰে । মহিলাগৰাকীক বহুবাৰ ফোন কৰি এই কথা কোৱা হৈছে ৷ কিন্তু কোনো গুৰুত্ব নিদিলে ৷ কেৱল মোৰ কামেই নহয় মোৰ শৰীৰৰো ক্ষতি হৈছে ৷”

প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দুয়োপক্ষৰ সৈতে কথা পাতি বিষয়টো নিষ্পত্তি কৰাৰ প্ৰয়াস কৰা হ’ব। কিন্তু তাৰ পিছতো যদি সমস্যাৰ সমাধান নহয় তেন্তে ফৌজদাৰী বিধি আইন (CrPC)ৰ ১৩৩ নং ধাৰাত গোচৰ ৰুজু কৰা হ’ব।

Previous Post

মোদী চৰকাৰৰ প্ৰতিবেদনত বিজেপিৰ অস্বস্তি, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যৰ বিধায়কে খৰচ নকৰিলে পূঁজিৰ ধন

Next Post

ভাৰতত জন্মগ্ৰহণ কৰা সুন্দৰ পিচাইক ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ‘পদ্মভূষণ’ প্ৰদান

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
ভাৰতত জন্মগ্ৰহণ কৰা সুন্দৰ পিচাইক ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ‘পদ্মভূষণ’ প্ৰদান

ভাৰতত জন্মগ্ৰহণ কৰা সুন্দৰ পিচাইক ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ‘পদ্মভূষণ’ প্ৰদান

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7