VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উলম্ব লিফ্টৰ ভাৰতৰ প্ৰথমখন সাগৰীয় ৰে’ল দলং

ভাৰতৰ মূল ভূখণ্ডক ৰামেশ্বৰম দ্বীপৰ সৈতে সংযোগ কৰিব এই পাম্বন ব্ৰিজে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 2, 2022
in অৰ্থনীতি
উলম্ব লিফ্টৰ ভাৰতৰ প্ৰথমখন  সাগৰীয় ৰে’ল  দলং
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰথমখন  উলম্ব লিফ্টৰ  ৰে’লৱে সাগৰীয় দলঙৰ কাম প্ৰায় ৮৪% সম্পূৰ্ণ হৈছেগৈ ৷ জানিবপৰা মতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত দলংখন  সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা

ভাৰতীয় ৰে’লৱেয়ে সময়ে সময়ে  ৰে’ল পথ সমূহৰ  নিৰ্মাণ কৰি দেশখনৰ বিভিন্ন  দুৰ্গম অঞ্চলসমূহৰ সৈতে সংযোগ বৃদ্ধিৰ কাম কৰি আহিছে। শেহতীয়াকৈ কাশ্মীৰৰ বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলংখনৰ কাম সম্পূর্ণ কৰি সংস্থাটোৰ দ্বাৰা এতিয়া আন এক  প্রকল্পৰ কাম সম্পূর্ণ হোৱাৰ  প্ৰায় উপক্রম হৈছে ৷  ভাৰতীয় ৰে’লৱেয়ে বিশেষভাৱে নিৰ্মাণ কৰা তামিলনাডুৰ ৰামেশ্বৰম আৰু ধনুষকোড়ী ৰে’ল  সংযোগী পাম্বন দলঙৰ প্ৰায় ৮৪ শতাংশ কাম সম্পূৰ্ণ কৰিছে।

উল্লেখনীয় যে এইখন হ’ব ভাৰতৰ প্ৰথমখন উলম্ব লিফ্ট ৰে’ল দলং। এই দলংখন সম্পূৰ্ণ হোৱাৰ পিছত পথটোত গতি আৰু পৰিমাণ বৃদ্ধিৰ লগে লগে ৰে’লৱেয়ে আৰু  অধিক ওজন কঢ়িয়াবলৈ সুবিধা কৰি দিব। ইয়াৰ উপৰিও ওখ হোৱাৰ  বাবে  এই দলংখনেৰে  জাহাজ আৰু ষ্ট্ৰীমাৰো  পাৰ হ’ব পাৰিব।

আজি কিছুদিন পূৰ্বে টুইটাৰত এই সন্দৰ্ভত এক আপডেট দি  ৰে’ল মন্ত্ৰালয়ে জনাইছিল  যে ভাৰতৰ ১ম উলম্ব লিফ্ট ৰে’লৱে সাগৰীয় দলং হ’ল ভাৰতৰ মূল ভূখণ্ডক ৰামেশ্বৰম দ্বীপৰ সৈতে সংযোগ কৰা পাম্বন দলং ৷  আপডেটসমূহ যোগ কৰাৰ সময়ত মন্ত্ৰালয়ে কৈছিল যে ইয়াৰ ৮১ শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ ৷ অৱশ্যে দলংখনৰ নিৰ্মাণ কেতিয়া সমাপ্ত হ’ব তাৰ নিৰ্দিষ্ট সময়সূচী নিৰ্ধাৰণ কৰা হোৱা নাছিল ।অৱশ্যে বৰ্তমান সময়ত ইয়াৰ প্ৰায় ৮৪% কাম সমাপ্ত হৈছে ৷

এই দলংখনৰ বাবে  ব্যয় কৰা হৈছে প্ৰায় ২৫০ কোটি টকা। ২ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ দলংখনৰ ৬৩ মিটাৰ দৈৰ্ঘ্যৰ এটা অংশ ডেকৰ সমান্তৰাল হৈ থকাৰ সময়তে ওপৰলৈ উঠি যাব যাতে জাহাজসমূহৰ প্ৰৱেশৰ সুবিধা হয়। এই দলংখনৰ দৈৰ্ঘ্য ৬,৭৭৬ ফুট (২০৬৫ মিটাৰ) আৰু সমুদ্ৰপৃষ্ঠৰ পৰা ১২.৫ মিটাৰ। উল্লেখনীয় যে পৰিকল্পিত অটোম’বাইল নিৰ্মাণৰ বাবেই দুখন জাহাজে একেলগে এই দলংখন পাৰ হ’ব পাৰিব।

ভাৰতীয় ৰে’লৱেই বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি  নিউ পাম্বন দলঙৰ কাম প্ৰায় ৮৪ শতাংশ সম্পূৰ্ণ হৈছে।ৰে’লৱেয়ে  জনোৱা মতে, দলংখনৰ ট্ৰেক স্থাপনৰ কাম চলি আছে আৰু উলম্ব লিফ্ট স্পেন গাৰ্ডাৰৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে।

 

Previous Post

যোৰহাট টীয়কৰ পীড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত, বৃহত্তৰ পীড়াকটা বাসী ৰাইজৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা

Next Post

কলাক্ষেত্ৰৰ ড°বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত মঞ্চস্থ হ’ব মহিলা অভীনিত ভাওনা ‘দানবীৰ ৰজা হৰিশ্চন্দ্ৰ’

Related Posts

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
অৰ্থনীতি

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

May 18, 2023
বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত  ভাৰতীয় মূলৰ  ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা
অৰ্থনীতি

বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত ভাৰতীয় মূলৰ ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা

May 4, 2023
দেউলীয়া হোৱাৰ দিশে  স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান
অৰ্থনীতি

দেউলীয়া হোৱাৰ দিশে স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান

May 3, 2023
কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি
অৰ্থনীতি

কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি

May 3, 2023
Next Post
কলাক্ষেত্ৰৰ ড°বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত মঞ্চস্থ হ’ব মহিলা অভীনিত ভাওনা ‘দানবীৰ ৰজা হৰিশ্চন্দ্ৰ’

কলাক্ষেত্ৰৰ ড°বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত মঞ্চস্থ হ'ব মহিলা অভীনিত ভাওনা ‘দানবীৰ ৰজা হৰিশ্চন্দ্ৰ’

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7