VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কলাক্ষেত্ৰৰ ড°বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত মঞ্চস্থ হ’ব মহিলা অভীনিত ভাওনা ‘দানবীৰ ৰজা হৰিশ্চন্দ্ৰ’

২৪ ডিচেম্বৰ শনিবাৰে বিয়লি ৩ বজাত  শিৱসাগৰৰ পুণ্ডৰীকাক্ষ মহিলা নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰিব 'দানবীৰ ৰজা হৰিশ্চন্দ্ৰ'

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 2, 2022
in সমাজ
কলাক্ষেত্ৰৰ ড°বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত মঞ্চস্থ হ’ব মহিলা অভীনিত ভাওনা ‘দানবীৰ ৰজা হৰিশ্চন্দ্ৰ’
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

শংকৰী কলাকৃষ্টিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত  বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পাল কৰা এক স্বেচ্ছাসেৱী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘বৃহত্তৰ গুৱাহাটী মহিলামঞ্চ সাংস্কৃতিক সংস্থা’৷ সংস্থাটোৱে অসমীয়া সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত বহু ঠাইত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি  আহিছে ৷

বৰ্তমান সময়ত শংকৰী কলাকৃষ্টিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব প্ৰদান কৰি বহুতেই অহোপুৰুষাৰ্থ কৰি আছে যদিও গুৰুজনাৰ আপুৰুগীয়া সৃষ্টি ভাওনা পৰিবেশনৰ কিছু সীমাবদ্ধতা থাকে। ‘বৃহত্তৰ গুৱাহাটী মহিলামঞ্চ সাংস্কৃতিক সংস্থা’ই গুৱাহাটীৰ বিভিন্ন প্ৰেক্ষাগৃহত প্ৰদৰ্শনীমূলকভাৱে বিগত পাঁচটা বছৰৰ  মহিলাসকলৰ দ্বাৰা অভীনিত ভাওনা পৰিবেশন কৰি আহিছে।মহিলামঞ্চৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া  মতে মহিলা সকলৰ সুৰক্ষা আৰু সুবিধাৰ সীমাবদ্ধতাৰ কাৰণে নামঘৰ অথবা মুকলি ঠাইৰ পৰিৱৰ্তে প্ৰেক্ষাগৃহ বাচনি কৰি লোৱা হয়।

‘অসম সাংস্কৃতিক সঞ্চালকালয়’ৰ সহযোগত  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এইবাৰ পঞ্চম বাৰৰ বাবে মহিলামঞ্চৰ উদ্যোগত , ড°শিখা বেজবৰুৱা গোস্বামীৰ ব্যৱস্থাপনাত এইবাৰো মঞ্চস্থ হ’ব এখন সৰ্বাংগসুন্দৰ মহিলা ভাওনা।অহা ২৪ ডিচেম্বৰ শনিবাৰে বিয়লি ৩ বজাত  ড°বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত শিৱসাগৰৰ পুণ্ডৰীকাক্ষ মহিলা নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰিব নাট:দানবীৰ ৰজা হৰিশ্চন্দ্ৰ।নাটখনি পৰিচালনা কৰিব বাস্তৱ মিণ্টু গগৈয়ে।

নিৰ্দিষ্ট সময়ৰ আগতেই সীমিত আসন গ্ৰহণ কৰি নাটখনি উপভোগ কৰিবলৈ সমূহ নট্যপ্ৰেমী তথা ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে মহিলামঞ্চৰ সাধাৰণ সম্পাদিকা ভিকুইলিনা দলৈ তথা আন আন বিষয়ববীয়া সকলে  ।

Previous Post

উলম্ব লিফ্টৰ ভাৰতৰ প্ৰথমখন সাগৰীয় ৰে’ল দলং

Next Post

কিয় আৰু কেতিয়া পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস ?

Related Posts

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
Next Post
কিয় আৰু কেতিয়া পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস ?

কিয় আৰু কেতিয়া পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7