VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

কি হ’ব দেশবাসীৰ অৱস্থা ?

প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৫০টকাকৈ বৃদ্ধি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 7, 2022
in অৰ্থনীতি
কি হ’ব দেশবাসীৰ অৱস্থা ?
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

এসপ্তাহৰ ভিতৰকৈ দুবাৰকৈ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে পুনৰ প্ৰচণ্ড মাধমাৰ শোধালে  জনতাৰ মূৰত ৷ ঘৰুৱা চিলিণ্ডাৰৰ পুনৰ ৫০টকাকৈ মূল্যবৃদ্ধি হোৱাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে সাধাৰণ ৰাইজৰ ৷ আনহাতে ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়েও জুৰুলা কৰিছে ব্যৱসায়ী সকলক  ৷ ৫০টকা বৃদ্ধি পাই  প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’লগৈ ১০৪৮টকা আৰু ১০২টকা বৃদ্ধিৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’লগৈ ২৩৫৫টকা ৷ এতিয়া প্ৰশ্ন হ’ল প্ৰতিমূহুৰ্ততে পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰখনৰ এয়াই নেকি পৰিৱৰ্তন ? খাতি খোৱা ৰাইজৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ শোধাই শাসনাধিস্থিত চৰকাৰ খনে আনিছে নেকি এই পৰিৱৰ্তন ? এতিয়া মাথোন  এটাই চিন্তা মূল্যবৃদ্ধিৰ ভৰত অনাহাৰে দিন কটাব লাগিব নেকি দেশবাসীয়ে ? শ্ৰীলংকাতকৈও ভয়ংকৰ পৰিস্থিতিৰ সন্মূখীন হ’ব নেকি ভাৰত ?

Previous Post

অসম বিশ্ববিদ্যালয়ত উজ্জ্বলিল চাহ বাগিচাৰ মেধাৱী ছাত্ৰী লুহিতা

Next Post

বিবাহৰ উৰাবাতৰি সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আথিয়া চেত্ৰীৰ ?

Related Posts

জানোঁ আহক অসমত আজি  কিমান  হ’ল সোণৰ মূল্য ?
অৰ্থনীতি

জানোঁ আহক অসমত আজি  কিমান  হ’ল সোণৰ মূল্য ?

May 24, 2022
আজি দেশত পেট্ৰ’ল, ডিজেলৰ মূল্যঃ মুম্বাইত ইন্ধনৰ মূল্য  হ্ৰাস
অৰ্থনীতি

আজি দেশত পেট্ৰ’ল, ডিজেলৰ মূল্যঃ মুম্বাইত ইন্ধনৰ মূল্য হ্ৰাস

May 23, 2022
পুনৰ মূল্য বৃদ্ধি চিএনজিৰ: খাতি খোৱা ৰাইজৰ হাহাকাৰ
অৰ্থনীতি

পুনৰ মূল্য বৃদ্ধি চিএনজিৰ: খাতি খোৱা ৰাইজৰ হাহাকাৰ

May 21, 2022
টুইটাৰ বিভ্ৰান্তিৰ ওপৰত এলন মাস্কৰ উদ্বেগ:”টেছলা মোৰ মনত ২৪/৭ আছে”
অৰ্থনীতি

টুইটাৰ বিভ্ৰান্তিৰ ওপৰত এলন মাস্কৰ উদ্বেগ:”টেছলা মোৰ মনত ২৪/৭ আছে”

May 20, 2022
হ্ৰাস পাইছে সোণৰ মূল্য
অৰ্থনীতি

হ্ৰাস পাইছে সোণৰ মূল্য

May 19, 2022
‘ষ্টেলাণ্টিছে’ অহা বছৰ ‘চিট্ৰ’ন’ ব্ৰেণ্ডৰ অধীনত ভাৰতত ইয়াৰ প্ৰথম ইভি মুকলি কৰিব
অৰ্থনীতি

‘ষ্টেলাণ্টিছে’ অহা বছৰ ‘চিট্ৰ’ন’ ব্ৰেণ্ডৰ অধীনত ভাৰতত ইয়াৰ প্ৰথম ইভি মুকলি কৰিব

May 18, 2022
Next Post
বিবাহৰ উৰাবাতৰি সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আথিয়া চেত্ৰীৰ ?

বিবাহৰ উৰাবাতৰি সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আথিয়া চেত্ৰীৰ ?

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7