VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে কিমান টকা খৰচ হ’ব জানেনে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 29, 2023
in অৰ্থনীতি
স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে  কিমান টকা খৰচ হ’ব জানেনে ?
0
SHARES
36
VIEWS
Share on FacebookShare on Twitter

আয়কৰ বিভাগে আধাৰ কাৰ্ডক পেন কাৰ্ডৰ সৈতে সংযোগ কৰাৰ নিৰ্দেশ দিছে। ভাৰতীয় নাগৰিকৰ সুবিধাৰ্থে এই দুখন পৰিচয় পত্ৰ সংযোগৰ সময়সীমা বৃদ্ধি কৰা হৈছে। কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি পেন আৰু আধাৰ সংযোগৰ অন্তিম তাৰিখ আছিল ৩১ মাৰ্চ। বৰ্তমান এই সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে। কেৱল এয়াই নহয়, কম্পিউটাৰ আৰু টেবলেটৰ লগতে স্মাৰ্টফোনৰ পৰাও পেন আৰু আধাৰ কাৰ্ডৰ দ্ৰুত লিংকিং কৰিব পাৰিব।

 

অৱশ্যে স্মার্টফোনৰ পৰা এই কাম কৰাটো বিনামূলীয়া নহয়। ফোনৰ পৰা সংযোগ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অনলাইনযোগে ১০০০ টকা ভৰিব লাগিব ৷  কিন্তু সময়মতে পৰিচয় পত্ৰ দুখন সংলগ্ন নকৰিলে ৩০ জুনৰ পাছত পেন কাৰ্ড বাতিল হ’ব পাৰে।

 

স্মাৰ্টফোনৰ পৰা সংযোগ কৰিবলৈ হ’লে আপোনাৰ ফোনত ইণ্টাৰনেট সংযোগ থকাটো বাধ্যতামূলক। ইয়াৰ পিছত ইনকাম টেক্স ই-ফাইলিং পৰ্টেলত পেন নম্বৰৰ সৈতে নিজা একাউণ্ট তৈয়াৰ কৰক। যদি আপোনাৰ ইতিমধ্যে পৰ্টেলত এটা একাউণ্ট আছে, আপোনাৰ ব্যৱহাৰকাৰী আইডি আৰু পাছৱার্ডৰ সৈতে সেই একাউণ্টত লগ ইন কৰক।

 

একাউণ্টত প্ৰৱেশ কৰাৰ পিছত স্মাৰ্টফোনৰ পৰ্দাত এটা বাৰ্তা ওলাব। ইয়াত লিখা থাকিব, ‘পেন আৰু আধাৰ লিংক কৰক।’ যদি এই লিখনী আপোনাৰ মোবাইলৰ স্ক্ৰীণত দেখা নাযায়, তেন্তে আন উপায়ো আছে। ‘Prপ্ৰফাইল ছেটিংছলৈ গৈ লিংক আধাৰ অপচনত ক্লিক কৰক। ইয়াৰ পিছত আধাৰ কাৰ্ড অনলাইনত ১০০০ টকা দি পেন কার্ডৰ সৈতে লিংক কৰিব পাৰিব।

 

Previous Post

মেক্সিকোত শৰণার্থী শিবিৰত অগ্নিকাণ্ডত ৩৯ জন লোকৰ মৃত্যু,কেনেকৈ সংঘটিত হ’ল অগ্নিকাণ্ড !!

Next Post

আৰক্ষীৰ সন্মুখৰ পৰাই পুনৰ পলাই গ’ল খালিস্তানী নেতা অমৃতপাল, সন্ধান বিচাৰি ঘৰে ঘৰে তালাচী চলাব পঞ্জাবত

Related Posts

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
অৰ্থনীতি

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

May 18, 2023
বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত  ভাৰতীয় মূলৰ  ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা
অৰ্থনীতি

বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত ভাৰতীয় মূলৰ ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা

May 4, 2023
দেউলীয়া হোৱাৰ দিশে  স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান
অৰ্থনীতি

দেউলীয়া হোৱাৰ দিশে স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান

May 3, 2023
কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি
অৰ্থনীতি

কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি

May 3, 2023
Next Post
আৰক্ষীৰ সন্মুখৰ পৰাই  পুনৰ পলাই গ’ল  খালিস্তানী নেতা অমৃতপাল, সন্ধান বিচাৰি ঘৰে ঘৰে তালাচী চলাব পঞ্জাবত

আৰক্ষীৰ সন্মুখৰ পৰাই পুনৰ পলাই গ’ল খালিস্তানী নেতা অমৃতপাল, সন্ধান বিচাৰি ঘৰে ঘৰে তালাচী চলাব পঞ্জাবত

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7