VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আৰক্ষীৰ সন্মুখৰ পৰাই পুনৰ পলাই গ’ল খালিস্তানী নেতা অমৃতপাল, সন্ধান বিচাৰি ঘৰে ঘৰে তালাচী চলাব পঞ্জাবত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 29, 2023
in মুখ্য সংবাদ
আৰক্ষীৰ সন্মুখৰ পৰাই  পুনৰ পলাই গ’ল  খালিস্তানী নেতা অমৃতপাল, সন্ধান বিচাৰি ঘৰে ঘৰে তালাচী চলাব পঞ্জাবত
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

 

পঞ্জাৱত পুনৰ আৰক্ষীৰ সন্মুখৰ পৰা পলায়ন কৰে খালিস্তানী নেতা অমৃতপাল সিং আৰু তেওঁৰ সংগী পাপলপ্ৰীতে। মঙলবাৰে সন্ধিয়া খালিস্তানী নেতাজন আৰু তেওঁৰ সংগী হোছিয়াৰপুৰৰ পৰা পলায়ন কৰে। অৱশ্যে অমৃতপালে পলায়ন কৰিবলৈ সক্ষম হ’লেও তেওঁৰ সংগী দুজনক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰে।

 

আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে যে অমৃতপাল ফাগৱাৰাৰ পৰা পথেৰে হোছিয়াৰপুৰলৈ আহিছিল। বগা ৰঙৰ ইনোভা গাড়ী এখনত  তেওঁ আহি আছিল। সেই তথ্য পোৱাৰ পিছতে আৰক্ষীয়ে গাড়ীখন অনুসৰন কৰে ৷  আন এখন গাড়ীয়ে ইনোভা গাড়ীখনৰ পিছে পিছে গৈ আছিল। হোছিয়াৰপুৰলৈ যোৱা বাটত আৰক্ষীৰ চেক পষ্ট বহুওৱা হৈছে অমৃতপালৰ গাড়ীখন মসৃণভাৱে চেক পোষ্টটোৰ কাষেৰে পাৰ হৈ মেহটিয়ানাৰ এখন গুৰদ্বাৰাৰ ওচৰত ৰৈ যায় ৷

 

হোছিয়াপুৰ চিআইডিৰ সূত্ৰ অনুসৰি অমৃতপাল, পাপলপ্ৰীত আৰু আন এজন সংগীয়ে গাড়ীখন গুৰুদ্বাৰাৰ সমীপতে এৰি পলায়ন কৰে। আৰক্ষীয়ে তালাচী চলাই অমৃতপালৰ দুই সংগীক আটক কৰে। দুয়ো অমৃতপালৰ গাড়ীৰ পিছে পিছে গৈ আছিল। ধৃত ব্যক্তি দুজন প্ৰকৃততে পঞ্জাৱৰ বাসিন্দা যদিও উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত বাস কৰে।

 

আৰক্ষীৰ মতে ‘পাঞ্জাৱ ৱাৰিছ দে’ৰ মুৰব্বী অমৃতপাল হোছিয়াৰপুৰত আত্মগোপন কৰি আছে। মঙলবাৰৰ নিশাৰ পৰা সমগ্ৰ হোছিয়াৰপুৰ নিৰাপত্তাৰক্ষীয়ে ঘেৰি ধৰিছে। আৰক্ষীৰ এক সূত্ৰৰ মতে, হোছিয়াৰপুৰৰ মৰনৈগ্ৰাম গাঁৱত লুকাই থাকিব পাৰে খালিস্তানী নেতাজন। গাঁওখন মেহটিয়ানাৰ গুৰদ্বাৰাৰ পৰা অলপ দূৰৈত অৱস্থিত । সেয়ে মঙলবাৰে নিশাৰ পৰা সেই গাঁৱখনৰ প্ৰতিটো ঘৰত প্ৰৱেশ কৰি তালাচী আৰম্ভ কৰিছে ৷

 

সোমবাৰে পোহৰলৈ আহে অমৃতপালৰ এটা ভিডিঅ’। প্ৰকাশিত চিচিটিভি ফুটেজত দেখা গৈছে যে পূব দিল্লীৰ মধু বিহাৰত অমৃতপালে পথৰ কাষেৰে খোজ কাঢ়ি গৈ আছে। মূৰত পাগুৰি পৰিধান কৰা নাছিল । চিচিটিভিৰ ফুটেজত দেখা পোৱা ব্যক্তিজন অমৃতপাল বুলিও আৰক্ষীয়ে নিশ্চিত কৰিছে।

 

বিগত ১১ দিন ধৰি পলাতক হৈ আছে অমৃতপাল আৰু তেওঁৰ সংগী।বাৰে বাৰে আৰক্ষীৰ চকুত ধূলি লৈ পলায়ন কৰিবলৈ সক্ষম হৈছে খালিস্তানী নেতাজন। তেওঁ নিজৰবাস্থান সলনি কৰি থাকে। যোৱা ১১ দিনত তেওঁক কেতিয়াবা হাৰিয়ানাত, কেতিয়াবা দিল্লীত, কেতিয়াবা উত্তৰ প্ৰদেশত, কেতিয়াবা পঞ্জাৱত দেখা গৈছে।

Previous Post

স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে কিমান টকা খৰচ হ’ব জানেনে ?

Next Post

কৰ্ণাটকত ১০ মে’ত নির্বাচন, ১৩ মে’ত ঘোষণা হ’ব ফলাফল , নির্বাচন আয়োগৰ ঘোষণা

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
কৰ্ণাটকত ১০ মে’ত নির্বাচন, ১৩ মে’ত  ঘোষণা হ’ব ফলাফল , নির্বাচন আয়োগৰ ঘোষণা

কৰ্ণাটকত ১০ মে’ত নির্বাচন, ১৩ মে’ত ঘোষণা হ’ব ফলাফল , নির্বাচন আয়োগৰ ঘোষণা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7