VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঋণ লওতালৈ সুখবৰ , সম্প্ৰতি বৃদ্ধি নহয় ৰেপ’ৰেটঃ ঘোষণা ৰিজার্ভ বেংকৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 6, 2023
in অৰ্থনীতি
ঋণ লওতালৈ সুখবৰ , সম্প্ৰতি বৃদ্ধি নহয় ৰেপ’ৰেটঃ ঘোষণা ৰিজার্ভ বেংকৰ
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

সম্প্ৰতি বৃদ্ধি নাপায় ৰেপো ৰেট ৷ বৃহস্পতিবাৰে পুৱা ৰিজাৰ্ভ বেংকে সদৰী কৰিছে এই কথা ৷ অৰ্থাৎ, বর্তমানৰ ৰেপ’ ৰেট ৬.৫ শতাংশ অব্যাহত থাকিব । ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ ফলস্বৰূপে গ্ৰাহকে ঘৰৰ ঋণ, গাড়ী ঋণ আৰু অন্যান্য ঋণৰ ওপৰত অতিৰিক্ত সুত দিব নালাগে ৷

 

শেহতীয়া ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰভাৱে ভাৰতৰ অৰ্থনীতিতো প্ৰভাৱ পেলাইছে। বহুতে আশংকা কৰিছিল যে সেই পৰিৱেশত ৰেপোৰ হাৰ বৃদ্ধি পাব। ২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষত ৰিজাৰ্ভ বেংকেও এনে ইংগিত দিছিল। সেই ক্ষেত্ৰত যিকোনো ঋণৰ সুতৰ হাৰ বেছি হ’লহেঁতেন। অৱশ্যে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে বৃহস্পতিবাৰে কয় যে এতিয়াৰ বাবে ৰেপো ৰেট বৃদ্ধি কৰা হোৱা নাই।

 

ৰিজাৰ্ভ বেংকে যোৱা মে’ মাহৰ পৰা ক্ৰমান্বয়ে ২৫০ বেচিছ পইণ্টেৰে ৰেপ’ ৰেট বৃদ্ধি কৰিছে। কিন্তু কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি বিশ্বৰ বজাৰৰ অনিশ্চয়তাৰ প্ৰতি লক্ষ্য ৰাখি বজাৰত চাহিদা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। ঋণ লোৱাসকলৰ আস্থা লাভ কৰাৰ কথাও মনত ৰখা হৈছে। ফেব্ৰুৱাৰী মাহতো দেশত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.৪৪ শতাংশ। এই হাৰ জানুৱাৰী মাহৰ তুলনাত কিছু কম যদিও ৰিজাৰ্ভ বেংকৰ লক্ষ্যতকৈ বহু বেছি। ইয়াৰ উপৰিও প্ৰতিকূল বতৰৰ  বাবে খাদ্যৰ দামও বৃদ্ধি পাইছে। বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তই কিছু সকাহ দিব বুলি ধাৰণা কৰা হৈছে।

Previous Post

‘হনুমানৰ দৰে অসুৰৰ বিৰুদ্ধে মোকাবিলা কৰক’! বিজেপিৰ প্ৰতিষ্ঠা দিৱসত মোদীৰ বাৰ্তা

Next Post

এক কিলোগ্ৰাম জেলেপীৰ দাম ২০ হেজাৰ টকা, কোনে প্ৰস্তুত কৰিছে এই বিশেষ জেলেপী !

Related Posts

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী
অৰ্থনীতি

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী

June 9, 2023
আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ
অৰ্থনীতি

আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ

June 8, 2023
৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?
অৰ্থনীতি

৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?

June 7, 2023
কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
অৰ্থনীতি

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

May 18, 2023
Next Post
এক কিলোগ্ৰাম জেলেপীৰ দাম ২০ হেজাৰ টকা, কোনে প্ৰস্তুত কৰিছে এই বিশেষ জেলেপী !

এক কিলোগ্ৰাম জেলেপীৰ দাম ২০ হেজাৰ টকা, কোনে প্ৰস্তুত কৰিছে এই বিশেষ জেলেপী !

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7