VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৱশেষত আত্মসমর্পন ৰেগিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাহুল ছেত্ৰীৰ, ক’ত আছিল লুকাই !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 5, 2022
in মুখ্য সংবাদ
অৱশেষত আত্মসমর্পন ৰেগিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাহুল ছেত্ৰীৰ, ক’ত আছিল লুকাই !!
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

 

ডিব্ৰুগড় বিশ্ববিদ্যায়লয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে আজি আত্মসমর্পন কৰিছে ৷ লেখাপানী আৰক্ষী থানাত আজি পুৱাই ৰাহুলে  আত্মসমর্পণ কৰে ৷ ইয়াৰ পাছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷ যোৱা ২৭ নৱেম্বৰৰ পৰা ৰাহুল ছেত্ৰী পলাতক অৱস্থাত আছিল ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আনন্দ শর্মা নামৰ ছাত্ৰজনক ৰেগিঙৰ নামত শাৰিৰীক আৰু মানসিক নির্যাতন চলাইছিল ৰাহুল ছেত্ৰীয়ে ৷ যাৰ বাবে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ ছাত্ৰজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ৰাজহাড়ঁ ভাগি যোৱাৰ বাবে তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় ৷ ইয়াৰ বিপৰীতে ৰেগিং কাণ্ডত জড়িত কেইবাজনো ছাত্ৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও মূল অভিযুক্ত ৰাহুল ছেত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ আৰক্ষীয়ে ৰাহুলক পলাতক ঘোষণা কৰাৰ লগতে তেওঁৰ সন্ধান দিওতালৈ ৫০ হেজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল ৷ ইয়াৰ পাছতে আজি পুৱা ৰাহুলে লেখাপানী আৰক্ষী থানাত আত্মসমর্পন কৰে ৷ গ্ৰেপ্তাৰ কৰাৰ পাছত ৰাহুলক ডিব্ৰুগড় সদৰ আৰক্ষী থানাত জেৰা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ৷ ইপিনে, বিগত ৯ দিন ধৰি ৰাহুল ছেত্ৰীয়ে অৰুণাচলত আত্মগোপন কৰি আছিল বুলি আৰক্ষীৰ সূত্ৰই সদৰী কৰিছে ৷

 

Previous Post

আই.আই.টি.ৰ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিলে ৪কোটি টকা দৰমহাৰ চাকৰিৰ নিযুক্তি

Next Post

নগাঁৱৰ বেবেজীয়াৰ প্ৰাক্তন শিক্ষয়িত্ৰী-সমাজকৰ্মী-ধৰ্মপৰায়ণ মহিলা মীৰা শৰ্মাৰ পৰলোক

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
নগাঁৱৰ বেবেজীয়াৰ প্ৰাক্তন শিক্ষয়িত্ৰী-সমাজকৰ্মী-ধৰ্মপৰায়ণ মহিলা মীৰা শৰ্মাৰ পৰলোক

নগাঁৱৰ বেবেজীয়াৰ প্ৰাক্তন শিক্ষয়িত্ৰী-সমাজকৰ্মী-ধৰ্মপৰায়ণ মহিলা মীৰা শৰ্মাৰ পৰলোক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7