VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপুনি বাৰু জানেনে কি এই জিঅ’ গ্লাছ ?

ভাৰ্চুৱেল জগতত পাৰস্পৰিক ক্ৰিয়া-কলাপ বৃদ্ধিৰ বাবে থ্ৰীডি অৱতাৰ ব্যৱহাৰ কৰে জিঅ’গ্লাছে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 15, 2022
in অৰ্থনীতি
আপুনি বাৰু জানেনে কি এই জিঅ’ গ্লাছ ?
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

২০২২বৰ্ষত ৰিলায়েন্সৰ বাৰ্ষিক সাধাৰণ সভাত প্ৰথমবাৰৰ বাবে  প্ৰৱৰ্তন কৰা হৈছিল জিঅ’গ্লাছ। যি হ’ল কোম্পানীটোৰ প্ৰথম স্মাৰ্ট গ্লাছ। যাৰ লক্ষ্য হৈছে থ্ৰীডি অৱতাৰ, হ’ল’গ্ৰাফিক কন্টেন্ট আৰু সাধাৰণ ভিডিঅ’ কনফাৰেন্সিঙৰ অভিজ্ঞতাক অধিক ইন্টাৰেক্টিভ কৰি তোলা। ৭৫ গ্ৰাম ওজনৰ এই  জিঅ’ গ্লাছে ভাৰ্চুৱেল জগতত পাৰস্পৰিক ক্ৰিয়া-কলাপ বৃদ্ধিৰ বাবে থ্ৰীডি অৱতাৰ ব্যৱহাৰ কৰে। য’ত গ্ৰাহকে  ব্যক্তিগতকৃত অডিঅ’ আৰু ৩ডি  হ’ল’গ্ৰামৰ দৰে সুবিধাসমূহো  লাভ কৰিব পাৰিব ৷আনহাতে এপ্লিকেচন উদ্যোগ আৰু ই-লাৰ্নিং, মিডিয়া আৰু মনোৰঞ্জন, গেমিং আৰু শ্বপিং আদি খণ্ডৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব এই জিঅ’ গ্লাছ ।লগতে  স্মাৰ্টফোনৰ সৈতেও সংযোগ কৰিব পৰা এই ডিভাইচৰ যোগেদি  এক আচৰিত ভাৰ্চুৱেল জগতৰ অভিজ্ঞতা লাভ কৰিব পাৰিব ব্যৱহাৰকাৰী সকল ।

ভাৰতৰ কেইবাখনো ৰাজ্যৰ সৈতে বুধবাৰে  মধ্যপ্ৰদেশতো উপলব্ধ হ’ল জিঅ’ৰ ৫জি সেৱা।মধ্যপ্ৰদেশৰ  মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত বুধবাৰে উজ্জয়িনৰ মহাকাল লোকত এই ৫জি সেৱা আৰম্ভ কৰা হয়। য’ত  মুখ্যমন্ত্ৰী গৰাকীয়ে এযোৰ  চশমা পৰিধান কৰা দেখা গ’ল। উল্লেখনীয়  যে এইযোৰ সেই  একেই  গ্লাছ যিযোৰ অক্টোবৰ মাহত দেশত ৫জি সেৱা আৰম্ভ হোৱাৰ সময়ত পিন্ধিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

এতিয়াৰ পৰা  মহাকাল লোকলৈ অহা লাখ লাখ ভক্তই উপভোগ কৰিব পাৰিব ৫জি নেটৱৰ্কৰ লগতে ৱাইফাইৰ সুবিধা। ৫জি সেৱা  মুকলি অনু্‌ষ্ঠান উপলক্ষে শিৱৰাজ সিং চৌহানে কয় যে বুধবাৰৰ দিনটো  ৰাজ্যখনৰ ইতিহাসত এক ঐতিহাসিক দিন।কাৰণ  এয়া কেৱল ৫জিৰেই  আৰম্ভণি নহয়, আত্মনিৰ্ভৰ ভাৰতৰো আৰম্ভণি। তেওঁ লগতে কয় যে মধ্যপ্ৰদেশত সুশাসনৰ বাবে ৫জি সেৱা ব্যৱহাৰ কৰা হ’ব। সুশাসন, অপৰাধ প্ৰতিৰোধ, চাইবাৰ অপৰাধ প্ৰতিৰোধ আৰু কৃষি-কৃষক যাতায়ত ব্যৱস্থাপনা আদি সকলো ব্যৱস্থাতে ৫জি সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

Previous Post

দিল্লীৰ বনাঞ্চলত উদ্ধাৰ হোৱা হাড়ঁ শ্ৰদ্ধাৰ আছিল নে ? আৰক্ষীয়ে লাভ কৰিছে ফৰেনচিক প্ৰতিবেদন

Next Post

যোৰহাটত মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ ৮.৫৩ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন

Related Posts

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
অৰ্থনীতি

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

August 21, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
Next Post
যোৰহাটত মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ ৮.৫৩ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন

যোৰহাটত মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ ৮.৫৩ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7