VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

যোৰহাটত মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ ৮.৫৩ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন

এই পদক্ষেপসমূহে যোৰহাট জিলাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ উন্নয়নত নতুন গতিৰ সূচনা কৰিব ;ড°হিমন্ত বিশ্ব শৰ্মা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 15, 2022
in মুখ্য সংবাদ
যোৰহাটত মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ ৮.৫৩ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

আজি অসমৰ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত যোৰহাটত উপস্থিত হৈ ৮.৫৩ কোটি টকাৰ বিভিন্ন আঁচনি আৰু আন্তঃগাঁথনি প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত শিলান্যাস তথা ভূমি পূজন হোৱা প্ৰকল্পসমূহ হ’ল ‘লাচিত মৈদাম আৰু সাংস্কৃতিক প্ৰকল্প’, যোৰহাট আৰু কমাৰবন্ধাৰ মাজৰ পথ, ৰে’লৱে লাইনৰ ওপৰেৰে কমাৰবন্ধাত উৰণীয়া সেঁতু, যোৰহাটৰ সংহত উপায়ুক্ত কাৰ্যালয়, যোৰহাট জিলা ক্ৰীড়া কমপ্লেক্স, মৰিয়নিত বাপুজী মিনি ষ্টেডিয়াম,  অসম মহিলা বিশ্ববিদ্যালয়ৰ টীয়ক চৌহদ, গোমধৰ কোঁৱৰ সাংস্কৃতিক প্ৰকল্প, যোৰহাট জিলাৰ বৰ্তমানৰ তিনিটা আই টি আইক উৎকৃষ্ট কেন্দ্ৰলৈ উন্নীতকৰণৰ অৰ্থে গৱেষণাগাৰ , যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ কমপ্লেক্সত এখন স্বতন্ত্ৰ স্মৃতি উদ্যান , এ পি ডি চি এলৰ তিনিটা উপ ষ্টেচন আৰু তিতাবৰত এখন ৰেচম মহাবিদ্যালয় ।

প্ৰকল্পসমূহৰ শিলান্যাস কৰাৰ লগতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাজ্যখনৰ  মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই মত পোষণ কৰে যে এই পদক্ষেপসমূহে যোৰহাট জিলাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত এক নতুন গতিৰ সূচনা কৰিব ৷

Previous Post

আপুনি বাৰু জানেনে কি এই জিঅ’ গ্লাছ ?

Next Post

আজিও জীয়াই আছে নেকি ৮ কোটি বছৰ আগৰ জীৱন্ত জীৱাশ্ম ফ্ৰিল্ড শ্বাৰ্ক ?

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
আজিও জীয়াই আছে নেকি ৮ কোটি বছৰ আগৰ জীৱন্ত জীৱাশ্ম  ফ্ৰিল্ড শ্বাৰ্ক ?

আজিও জীয়াই আছে নেকি ৮ কোটি বছৰ আগৰ জীৱন্ত জীৱাশ্ম ফ্ৰিল্ড শ্বাৰ্ক ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7