VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰিব? ক’লে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 26, 2023
in অৰ্থনীতি
২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰিব?  ক’লে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

 

মাত্ৰ ৭ বছৰৰ অন্তত ২০০০ টকীয়া নোট প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল। ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ প্ৰভাৱে দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলাব নে নাই সেই সন্দৰ্ভতো জল্পনা-কল্পনা কৰা হৈছে ৷ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে সোমবাৰে কয় যে বজাৰৰ পৰা ২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ ফলত ভাৰতীয় অৰ্থনীতিত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। অৱশ্যে কিছু ‘অনিশ্চয়তা’ৰ সন্মুখীন হৈ দেশৰ অৰ্থনীতি আগবাঢ়িব লাগিব বুলিও তেওঁ কয়।

 

সোমবাৰে সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত শক্তিকান্তই কয় –“ মই আপোনালোকক স্পষ্টকৈ কৈছো যে বজাৰৰ পৰা ২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ ফলত দেশৰ অৰ্থনীতিত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে।“ অৱশ্যে অৰ্থনীতিৰ অনিশ্চয়তাক অস্বীকাৰ কৰা নাই ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ। তেওঁ কয় – “অন্ততঃ দুটা বা তিনিটা সমস্যা আছে। প্ৰথমটো হ’ল আন্তঃৰাষ্ট্ৰীয় অনিশ্চয়তা। দ্বিতীয়টো হ’ল ‘এল নিনো’ৰ ভৱিষ্যদ্বাণী। আন আন অনিশ্চয়তাৰ ভিতৰত বতৰ সম্পৰ্কীয় অন্যান্য পৰিঘটনাও আছে।”

 

কিন্তু এই অনিশ্চয়তাৰ মাজতো দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ ৫ শতাংশৰ তললৈ নমাই অনা হৈছে বুলি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে কয়। ২০১৬ চনৰ নৱেম্বৰ মাহত বিমুদ্ৰাকৰণৰ পিছত কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে ২০০০ টকীয়া নোট প্ৰৱৰ্তন কৰে। শেহতীয়াকৈ দেশৰ শীৰ্ষ বেংকে ইয়াক প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। কোৱা হয় যে অহা ছেপ্টেম্বৰ মাহলৈকে নোট জমা বা বিনিময় কৰিব পাৰি। তাৰ বাবে কোনো প্ৰ-পত্ৰ বা পৰিচয় পত্ৰৰ প্ৰয়োজন নাই। কিন্তু বিৰোধী দলসমূহে এই সিদ্ধান্তক সমালোচনা কৰি ২০০০ টকীয়া নোট প্ৰৱৰ্তন কৰাটো মূৰ্খামি বুলি কয় যদিও চৰকাৰে মানি ল’বলৈ অস্বীকাৰ কৰে। বিৰোধী দলসমূহেও দাবী কৰে যে ইয়াক আমদানি আৰু বজাৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তই ভাৰতীয় মুদ্ৰাৰ স্থিতিশীলতাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰিছে।

Previous Post

গোটেই নিশা পাৰ্টি কৰি পিছদিনা ইডেনত ২৫০ ৰান সংগ্ৰহঃ বিৰাট কোহলীৰ গোপন কাহিনী ফাদিল সতীৰ্থৰ

Next Post

নদী কাটি অবৈধভাৱে কৃত্ৰিম হ্ৰদ নিৰ্মাণ কৰাৰ অপৰাধত পুনৰ জৰিমনা নেইমাৰক

Related Posts

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
অৰ্থনীতি

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

August 21, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ
অৰ্থনীতি

লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ

August 3, 2023
পিন নোহোৱাকৈ কেনেকৈ লেনদেন কৰিব ইউপিআইৰে ধন ?
অৰ্থনীতি

পিন নোহোৱাকৈ কেনেকৈ লেনদেন কৰিব ইউপিআইৰে ধন ?

July 14, 2023
প্ৰশান্ত মহাসাগৰীয় উষ্ণ বায়ুৰ ফলত হ্ৰাস পাব বৰষুণ , চাউলৰ পৰা আলুলৈকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা
অৰ্থনীতি

প্ৰশান্ত মহাসাগৰীয় উষ্ণ বায়ুৰ ফলত হ্ৰাস পাব বৰষুণ , চাউলৰ পৰা আলুলৈকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা

June 19, 2023
কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী
অৰ্থনীতি

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী

June 9, 2023
Next Post
নদী কাটি অবৈধভাৱে কৃত্ৰিম হ্ৰদ নিৰ্মাণ কৰাৰ অপৰাধত পুনৰ জৰিমনা নেইমাৰক

নদী কাটি অবৈধভাৱে কৃত্ৰিম হ্ৰদ নিৰ্মাণ কৰাৰ অপৰাধত পুনৰ জৰিমনা নেইমাৰক

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7