VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অতি সোনকালে হোৱাটছএপ ব্যৱহাৰকাৰীয়ে লাভ কৰিব আন এক সুবিধা

হোৱাটছএপ ব্যৱহাৰকাৰীয়ে লক কৰিব পাৰিব ব্যক্তিগত বাৰ্তা

voicedesk by voicedesk
April 4, 2023
in অৰ্থনীতি
অতি সোনকালে  হোৱাটছএপ ব্যৱহাৰকাৰীয়ে লাভ কৰিব আন এক সুবিধা
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

এইবাৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকললৈ আন এক সুখবৰ ৷ এইবাৰ ব্যাৱহাৰকাৰী সকলে  লক কৰিব পাৰিব ব্যক্তিগত বাৰ্তাসমূহ৷ অতি শীঘ্ৰেই এপটোৱে ব্যৱহাৰকাৰীসকলক প্ৰদান কৰিব আন এক সুবিধা ৷জানিব পৰা মতে অতি কম সময়ৰ ভিৰতে হোৱাটছএপ ব্যৱহাৰকাৰীয়ে লক কৰিব পাৰিব নিজৰ ব্যক্তিগত বাৰ্তাসমূহ ৷

কোনো ব্যৱহাৰকাৰীয়ে যদি হোৱাটছএপত নিজৰ ব্যক্তিগত বাৰ্তা আৰু ফট’ নাইবা ভিডিঅ’সমূহ লক কৰিবলৈ বিচাৰে তেন্তে অতিশীঘ্ৰেই  এই প্লেটফৰ্মৰ আগন্তুক ‘লক চাট’ বৈশিষ্ট্যই  সেই কাম কৰাৰ সুযোগ প্ৰদান কৰিব ব্যৱহাৰকাৰীক।

মাজে মাজে কিছু নতুন নতুন বৈশিষ্ট্য গ্ৰাহক সকলৰ মাজলৈ লৈ অহা ইনষ্টেণ্ট মেছেজিং প্লেটফৰ্মসমূহৰ ভিতৰত হোৱাটছএপ অন্যতম। অৱশ্যে বৰ্তমান সময়লৈকে যদিও এপটোৱে ব্যৱহাৰকাৰীক এপটো নিজেই লক কৰাৰ সুযোগ দিয়ে তথাপি ই ব্যক্তিগত বাৰ্তালাপ বা চাটসমূহ লক কৰিব নোৱাৰে। কিন্তু এই সুবিধা হয়তো অতি সোনকালেই উপলব্ধ হ’ব৷

শেহতীয়া প্ৰতিবেদন অনুসৰি হোৱাটছএপ ডেভেলপাৰসকলে এইবাৰ এটা নতুন বৈশিষ্ট্যৰ ওপৰত কাম কৰি আছে যিয়ে ব্যৱহাৰকাৰীক ফিংগাৰপ্ৰিণ্ট বা পাছকোড ব্যৱহাৰ কৰি ব্যক্তিগত বাৰ্তাসমূহ লক কৰিবলৈ সুযোগ দিব। দেখাত ব্যৱহাৰকাৰীসকলে এই লক কৰা বাৰ্তাসমূহ এটা পৃথক অংশত চাব পাৰিব আৰু পাছকোড নথকা কোনো লোকৰ বাবে এই বাৰ্তাসমূহ চোৱা হয়তো অসম্ভৱ হ’ব।

যদি কোনোবাই আপোনাৰ ফোন ব্যৱহাৰ  কৰিবলৈ বা চাবলৈ  চেষ্টা কৰে আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াতো একাধিকবাৰ বিফল হয়, তেন্তে তেওঁলোকে ইয়াক খুলিব বিচাৰিলে প্ৰথমতেই ব্যক্তিগত বাৰ্তাসমূহ আতৰাব লাগিব।

এপটোৰ ব্যৱহাৰকাৰীসকলৰ গোপনীয়তা বৃদ্ধি কৰাৰ উপৰিও, নতুন বৈশিষ্টসমূহে স্বয়ংক্ৰিয়ভাৱে ডিভাইচ গেলেৰীত সংৰক্ষণ নকৰাকৈ ব্যক্তিগত বাৰ্তালাপৰ সৈতে ফটো নাইবা ভিডিঅ’ সমূহ লুকুৱাবলৈও সহায় কৰিব ।

এণ্ড্ৰইডৰ বাবে হোৱাটছএপ বিটাৰ শেহতীয়া সংস্কৰণ (v2.23.8.2)ত দেখা পোৱা গৈছে যে এই নতুন কাৰ্য্যক্ষমতা এপটোৰ ভৱিষ্যত সংস্কৰণত উপলব্ধ হ’ব। উল্লেখযোগ্য যে যোৱা মাহত হোৱাটছএপে এপটোৰ উইণ্ড’জ সংস্কৰণৰ বাবে কল লিংক, এণ্ড্ৰইড টেবলেটৰ বাবে স্প্লিট ভিউ ইন্টাৰফেচ, নতুন গ্ৰুপ অংশগ্ৰহণকাৰীক অনুমোদন দিয়াৰ ক্ষমতা, ষ্টেটাছ আপডেট হিচাপে ভইচ নোট পোষ্ট কৰা আদি কেইবাটাও নতুন বৈশিষ্ট্য মুকলি কৰিছিল।

Previous Post

পাকিস্তানক পৰাস্ত কৰিবলৈ নিউজিলেণ্ডে ব্যৱহাৰ কৰিব পাকিস্তানৰ অস্ত্ৰ

Next Post

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7