VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

কি আছিল মহাবীৰৰ শৈশৱৰ নাম ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 4, 2023
in সমাজ
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

আজি মহাবীৰ জয়ন্তী।  মহাবীৰ জৈন হ’ল জৈন  ধৰ্মৰ ২৪তম আৰু অন্তিমগৰাকী তীৰ্থংকৰ। যি জৈন ধৰ্মৰ পঞ্চশীল নীতি মন্ত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

সত্য, অহিংসাৰ নীতিৰে মানুহক পোহৰৰ বাট দেখুওৱা  মহাবীৰ জৈনে বিশ্বাস কৰিছিল যে আমি নিজৰ প্ৰতি যিদৰে আচৰণ কৰোঁ, আনৰ প্ৰতিও একে ধৰণৰ চিন্তাধাৰা থাকিব লাগে। এইটোৱেই তেওঁৰ আটাইতকৈ ফলপ্ৰসূ মূলমন্ত্ৰ।

মহাবীৰ জয়ন্তী প্ৰতি বছৰে চ’ত মাহৰ শুক্ল পক্ষৰ ত্ৰয়োদশী তিথিত পালন কৰা হয়। জৈন ধৰ্মৰ ২৪ তম তীৰ্থংকৰ মহাবীৰ জৈনৰ জন্ম হৈছিল বিহাৰৰ কুণ্ডগ্ৰামত।

মহাবীৰৰ শৈশৱৰ নাম আছিল বৰ্ধমান।

কোৱা হয় যে ৩০ বছৰ বয়সত তেওঁ ৰাজপ্ৰসাদৰ আনন্দ ত্যাগ কৰি সত্যৰ সন্ধানত অৰণ্যৰ ফালে গৈছিল। ঘন অৰণ্যত বাস কৰি থাকোঁতে তেওঁ বাৰ বছৰ ধৰি কঠোৰ তপস্যা কৰিছিল আৰু তাৰ পিছত ৰিজুবালুকা নদীৰ পাৰৰ ছাল গছৰ তলত জ্ঞান লাভ কৰিছিল।  মহাবীৰে সমাজৰ উন্নতি আৰু জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰচাৰ কৰিছিল।

মহাবীৰ জয়ন্তীৰ তাৎপৰ্য

মহাবীৰ জয়ন্তীক বিশেষকৈ  জৈন পন্থাৰ লোকসকলৰ বাবে অতি বিশেষ বুলি গণ্য কৰা হয়। মহাবীৰ জয়ন্তীৰ দিনা জৈন ধৰ্মৰ লোকসকলে প্ৰভাত ফেৰী, অনুষ্ঠান আৰু শোভাযাত্ৰা উলিয়ায়।

মহাবীৰে মানুহৰ বাবে মোক্ষ লাভৰ বাবে পাঁচটা নিয়ম স্থাপন কৰিছিল ৷

এই নিয়ম সমূহক আমি পঞ্চশীল নীতি বুলি জানো। এই পাঁচটা নীতি হ’ল অহিংসা, অস্তেয়, ব্ৰহ্মচাৰ্য, সত্য আৰু অপৰিগ্ৰহ।

মহাবীৰ জয়ন্তীৰ দিনা ভগৱান মহাবীৰক পূজা কৰা হয় আৰু তেওঁক স্মৰণ কৰি তেওঁ দিয়া নীতিসমূহ পালন কৰাৰ প্ৰয়াস কৰা হয়। লগতে এই উপলক্ষে ধৰ্মীয় অনুষ্ঠানৰো আয়োজন কৰা হয়।

মহাবীৰৰ চিন্তা

  • নিজকে জয় কৰক। কাৰণ লাখ শত্ৰুক জয় কৰাতকৈ এই এটা বস্তুৱেই ভাল।
  • প্ৰতিটো আত্মা নিজৰ মাজতে আনন্দময় আৰু সৰ্বজ্ঞানী। সুখ আমাৰ ভিতৰত আছে, বাহিৰত বিচাৰিবলৈ চেষ্টা নকৰিবা।
  • প্ৰতিটো জীৱৰ ওপৰত দয়া কৰক। ঘৃণাই কেৱল ধ্বংসৰ দিশেহে লৈ যায়।
  • সত্যৰ পোহৰেৰে আলোকিত হৈ জ্ঞানী মানুহে মৃত্যু জয় কৰে।
  • ঈশ্বৰৰ কোনো সুকীয়া অস্তিত্ব নাই। কেৱল আপোনাৰ সকলো প্ৰচেষ্টা সঠিক দিশত ৰাখিলেই আপুনি দেৱতাক বিচাৰি পাব পাৰে।
Previous Post

অতি সোনকালে হোৱাটছএপ ব্যৱহাৰকাৰীয়ে লাভ কৰিব আন এক সুবিধা

Next Post

নগাঁৱৰ ৰাইদঙীয়াত ১৩ দিনীয়া বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

Related Posts

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস
সমাজ

ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস

March 23, 2023
Next Post
নগাঁৱৰ ৰাইদঙীয়াত ১৩ দিনীয়া বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

নগাঁৱৰ ৰাইদঙীয়াত ১৩ দিনীয়া বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7