VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?

১ মে’ৰ পৰা গ্ৰামাৰলিৰ চিইঅ’ হিচাপে দায়িত্ব ল’ব ৰাহুল ৰয়-চৌধুৰীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 23, 2023
in অৰ্থনীতি
কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ভাৰত বাসীৰ বাবে আন এক সু-খবৰ ৷ অনলাইন টেক্সট এডিটিং প্লেটফৰ্ম ‘গ্ৰামাৰলি’ৰ চি.ই.অ’ হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় মূলৰ ৰাহুল ৰয়-চৌধুৰীক।ছান ফ্ৰান্সিস্কোত অৱস্থিত প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়৷বৰ্তমান কোম্পানীটোৰ ‘গ্ল’বেল প্ৰডাক্ট হে’ড’ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাহুল ৰয়-চৌধুৰীয়ে ১ মে’ৰ পৰা গ্ৰামাৰলিৰ চিইঅ’ হিচাপে দায়িত্ব ল’ব।বৰ্তমান কোম্পানীটোৰ ‘গ্ল’বেল প্ৰডাক্ট হে’ড’ হিচাপে কৰ্মৰত ভাৰতীয় মূলৰ এই কাৰ্যবাহীগৰাকীয়ে অহা ১ মে’ৰ পৰা গ্ৰহণ কৰিব চিইঅ’ৰ গুৰু দায়িত্ব ।

এই  সন্দৰ্ভত ৰাহুল ৰয়-চৌধুৰীয়ে কয় যে যোগাযোগ উন্নত কৰি জীৱন উন্নত কৰাৰ এই অভিযানৰ ওপৰত গভীৰ বিশ্বাস থকাৰ বাবেই তেওঁ দুবছৰ পূৰ্বে ‘গ্ৰামাৰলি’ত যোগদান কৰিছিল। ১ মে’ৰ পৰা ‘গ্ৰেমাৰলি’ৰ চিইঅ’ হিচাপে নতুন দায়িত্বভাৰেৰে সেৱা আগবঢ়াবলৈ পাই তেওঁ  গৌৰৱ অনুভৱ কৰিছে ৷

কোন এইজন ৰাহুল ৰায়-চৌধুৰী?

উল্লেখনীয় যে ২০২১ চনৰ মে’ মাহত ‘গ্ৰামাৰলি’ত যোগদান কৰাৰ পূৰ্বে ৰাহুল ৰয়-চৌধুৰীয়ে ১৪ বছৰ ধৰি গুগলত কাম কৰিছিল য’ত তেওঁ প্ৰডাক্ট মেনেজমেণ্টৰ উপ-সভাপতিকে ধৰি একাধিক পদত কাৰ্যনিৰ্বাহ কৰিছিল।২০০৭ চনৰ পৰা ২০০৯ চনৰ ভিতৰত বেংগালুৰুৰ গুগলৰ কাৰ্যালয়ত প্ৰডাক্ট মেনেজাৰ হিচাপে দুবছৰ কটোৱাৰ পিছত তেওঁ কেলিফৰ্ণিয়ালৈ গুচি যায়।

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ উপৰিও নিউয়ৰ্কৰ হেমিল্টন কলেজৰ পৰা গণিতৰ স্নাতক ৰাহুল ৰয়-চৌধুৰী।

ভাৰতীয় সকলৰ বাবে অতি গৌৰৱৰ কথা যে নিযুক্তিৰ লগে লগে ৰাহুল ৰয়-চৌধুৰীৰ নাম  ভাৰতীয় মূলৰ আন আন শীৰ্ষ কাৰ্যবাহী বিষয়া সকলৰ তালিকাত অন্তৰ্ভূক্ত হৈছে বৰ্তমান সময়ত  যিসকলে বিশ্বৰ বৃহৎ নিগমসমূহৰ সহায়ত গুৰু দায়িত্ব পালন  কৰি আছে।

Previous Post

ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস

Next Post

বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চিত এটি খবৰ

Related Posts

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
অৰ্থনীতি

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

May 18, 2023
বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত  ভাৰতীয় মূলৰ  ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা
অৰ্থনীতি

বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত ভাৰতীয় মূলৰ ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা

May 4, 2023
দেউলীয়া হোৱাৰ দিশে  স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান
অৰ্থনীতি

দেউলীয়া হোৱাৰ দিশে স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান

May 3, 2023
কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি
অৰ্থনীতি

কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি

May 3, 2023
Next Post
বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চিত এটি খবৰ

বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চিত এটি খবৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7