VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস

ভাৰতীয় ইতিহাসত কি আজিৰ দিনটোৰ বিশেষত্ব ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 23, 2023
in সমাজ
ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতি বছৰে ২৩ মাৰ্চ তাৰিখে  শ্বহীদ দিৱস পালন কৰা হয় । প্ৰতি বছৰে  দেশৰ বাবে প্ৰাণ আহুতি দিয়া সাহসী লোক সকলক শ্ৰদ্ধাঞ্জলি জনাই সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এই শ্বহীদ দিৱসৰ  বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷  ।

অৱশ্যে উল্লেখনীয় যে  ভাৰতত দুটা ভিন ভিন দিনত অৰ্থাৎ বছৰত দুবাৰকৈ  পালন কৰা হয় এই  শ্বহীদ দিৱস।

মূলতঃ ১৯৩১চনৰ ২৩ মাৰ্চ তাৰিখে ভাৰতীয় স্বাধীনতা আন্দোলনৰ তিনিজন নিৰ্ভীক নেতা ভগত সিং, শিৱৰাম ৰাজগুৰু আৰু সুখদেৱ থাপাৰক ইংৰাজে ফাঁচী দিয়া দিনটোতেই সমগ্ৰ দেশে উদযাপন কৰে এই শ্বহীদ দিৱস ।

আনহাতে  ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছেএ জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰাৰ বাবে সেই দিনটোতো জাতিৰ পিতাক শ্ৰদ্ধা জনাই শ্বহীদ দিৱস পালন কৰি অহা হৈছে ৷

জানোঁ আহক শ্বহীদ দিৱসৰ কিছু আমোদজনক তথ্য:-

  • ১৯২৯ চনৰ ৮ এপ্ৰিলত ‘ইন্কিলাব জিন্দাবাদ’ শ্লোগান দি কেন্দ্ৰীয় বিধানসভালৈ বিস্ফোৰক নিক্ষেপ কৰাৰ বাবে ভগত সিং আৰু তেওঁৰ সঙ্গীসকলক ১৯৩১ চনত ফাঁচী দিয়া হৈছিল।

 

  • ভগত সিং, সুখদেৱ, ৰাজগুৰুৰ ছাঁই চুতলেজ নদীৰ পাৰত সিঁচৰতি হৈ পৰিছিল।

 

  • ১৯৪৮ চনৰ ৩০ জানুৱাৰীত বিৰলা হাউচত নাথুৰাম গডছেএ মহাত্মা গান্ধীক হত্যা কৰিছিল।

 

  • আমোদজনক কথা  যে ভাৰতত বিভিন্ন কাৰণত ১৯ মে’, ২১ অক্টোবৰ, ১৭ নৱেম্বৰ, আৰু ২৪ নৱেম্বৰতো শ্বহীদ দিৱস পালন কৰা হয়।

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?

Related Posts

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?
সমাজ

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?

June 6, 2023
ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
Next Post
কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?

কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7