VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য

এটা সময়ত চিগাৰেট, মদ ,মাংসৰ প্ৰতি আসক্ত হৈ পৰিছিল এইগৰাকী অভিনেতা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 27, 2023
in মনোৰঞ্জন
বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত বহুল ভাৱে চৰ্চিত হৈছে দক্ষিণ ভাৰতীয় চিনেমাৰ দেৱতা বুলি অভিহিত ৰজনীকান্তৰ এটা বক্তব্য । তেওঁ নিজেই এই কথা প্ৰকাশ কৰিছে যে এটা সময়ত তেওঁ চিগাৰেট, মদ ,মাংসৰ প্ৰতি আসক্ত হৈ পৰিছিল।

২৬ জানুৱাৰীত তামিল নাট ‘চাৰুকেছি’ উদযাপনৰ সময়ত ৭২ বছৰীয়া ৰজনীকান্তক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল। উক্ত অনুষ্ঠানত অভিনেতা গৰাকীয়ে  নাটখনৰ পৰিচালক তথা অভিনেতা ৱাই. জি. মহেন্দ্ৰনৰ প্ৰশংসা কৰাৰ লগতে তেওঁক ধন্যবাদ জ্ঞাপন কৰে ।

ৰজনীকান্তে কয় যে তেওঁ ৱাই জি মহেন্দ্ৰনৰ ওচৰত সদায় ঋণী হৈ থাকিব কাৰণ  তেওঁৱেই অভিনেতা গৰাকীক পত্নী লতাৰ সৈতে চিনাকি কৰাই দিছিল।  যেতিয়া তেওঁ এজন কণ্ডাক্টৰ আছিল তেতিয়া তেওঁ  প্ৰতিদিনেই  মদ আৰু  চিগাৰেট সেৱন কৰিছিল ৷ তেওঁৰ  দিনটো  আৰম্ভ হৈছিল আমিষ খাদ্যৰে। দিনটোত অন্ততঃ দুবাৰকৈ আমিষ খাদ্য খাইছিল তেওঁ। তেওঁ পুনৰ কৈছিল যে আগতে নিৰামিষভোজী মানুহক দেখি তেওঁৰ বেয়া লাগিছিল। কিন্তু  এতিয়া তেওঁ এই কথা উপলব্ধি কৰে যে মদ, চিগাৰেট আৰু আমিষ খাদ্য এই তিনিওটাই এটা মাৰাত্মক সংমিশ্ৰণ।

ৰজনীকান্তে  বিশ্বাস কৰে যে এই তিনিওটা দীৰ্ঘদিন সেৱন কৰা ব্যক্তি ৬০ বছৰ বয়সৰ পিছত সুস্থ হৈ থাকিব নোৱাৰে।তেওঁৰ জীৱনটো প্ৰেমেৰে সজাই তেওঁক  সলনি কৰিছিল তেওঁৰ পত্নীয়ে। অনুশাসনৰ মাজেদি  জীৱনটো কেনেকৈ জীয়াই থাকিব লাগে শিকাইছিল সেয়াও তেওঁক শিকাইছিল পত্নী লতাই ৷

১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত লতা ৰঙাচাৰীৰ সৈতে ৰজনীকান্তৰ বিবাহ হয় । উল্লেখনীয়  যে চেন্নাইৰ ইথিৰাজ কলেজ ফৰ উইমেনৰ ছাত্ৰী লতা ৰঙাচাৰীয়ে  বিবাহৰ পূৰ্বে কলেজৰ এখন আলোচনীৰ বাবে ৰজনীকান্তৰ এটি  সাক্ষাৎকাৰ লৈছিল।

ৰজনীকান্ত আৰু লতাৰ দুগৰাকী কন্যা ঐশ্বৰ্য ৰজনীকান্ত আৰু সৌন্দৰ্য ৰজনীকান্ত। সৌন্দৰ্য্যই তামিল চলচ্চিত্ৰ উদ্যোগত পৰিচালক, প্ৰযোজক আৰু গ্রাফিক্স ডিজাইনাৰ হিচাপে কাম কৰে।

জনপ্ৰিয় অভিনেতাগৰাকীক  শেষবাৰৰ বাবে দেখা গৈছিল ২০২১ চনত মুক্তি পোৱা তামিল ছবি ‘আন্নথে’ত। তেওঁৰ আগন্তুক ছবি ‘জেলাৰ’ যি চলিত বৰ্ষতে মুক্তি  লাভ কৰিব বুলি আশা কৰা হৈছে যদিও  বৰ্তমান  ছবিখনৰ  আনুষ্ঠানিক মুক্তিৰ তাৰিখ  প্ৰকাশ কৰা হোৱা নাই।

Previous Post

ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’

Next Post

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

Related Posts

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো  কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?
মনোৰঞ্জন

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?

March 31, 2023
অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত  অভিনয় কৰিব বাণী কাপুৰে
মনোৰঞ্জন

অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত অভিনয় কৰিব বাণী কাপুৰে

March 30, 2023
পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?
মনোৰঞ্জন

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

March 29, 2023
কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ
মনোৰঞ্জন

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

March 28, 2023
ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত
মনোৰঞ্জন

ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত

March 27, 2023
কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?
মনোৰঞ্জন

কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?

March 25, 2023
Next Post
আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে  শীৰ্ষ ৰেটিং ?

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7