VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

যোৱা বছৰ ভাৰতত সৰ্বাধিক বুকিং হোৱা চহৰৰ তালিকাত মুম্বাই, দিল্লী, গুৱাহাটী, গোৱা আৰু হায়দৰাবাদ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 27, 2023
in সমাজ
আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে  শীৰ্ষ ৰেটিং ?
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ বেছিভাগ মানুহেই হয়তো  যিকোনো প্ৰকাৰে জনপ্ৰিয় পৰ্যটনস্থলী ভ্ৰমণ কৰাটো পছন্দ কৰে। অৱশ্যে তাৰ মাজতে কিছুমান এনে লোকো আছে যি সেই ঠাইবোৰ ভ্ৰমণ কৰি ভাল পায় যিবোৰ পৰ্যটনস্থলী নহয় যদিও  সেই ঠাইবোৰ ভ্ৰমণৰ বাবে উপযুক্ত আাৰু  বৰ ধুনীয়া।

ভাৰতবৰ্ষৰ মানুহে প্ৰতিটো উৎসৱৰ বতৰত ভ্ৰমণ কৰি ভাল পায়। ‘সমাচাৰ নামা’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি অনলাইন আৱাস কোম্পানী ‘এয়াৰ.বি.এন.বিৰ তথ্য অনুসৰি ভাৰতৰ জনপ্ৰিয় পৰ্যটন স্থলীসমূহৰ লগতে পৰ্যটন স্থলীৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা ঠাই সমূহ  ভ্ৰমণৰ বাবেও  মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে।

কোম্পানীটোৰ  তথ্য অনুসৰি যোৱা বছৰ অৰ্থাৎ ২০২২ চনত ভাৰতৰ অন্যতম ৰাজ্য তামিলনাডু, ৰামেশ্বৰম আৰু ভেলোৰ, তেলেংগানাৰ মাধাপুৰ, মেঘালয়ৰ চেৰাপুঞ্জী আৰু মহাৰাষ্ট্ৰৰ পিম্পৰী-চিঞ্চৱাডে জনপ্ৰিয় পৰ্যটন স্থানৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল। বিশ্বৰ এক বৃহৎ সংখ্যক পৰ্যটক এই স্থানসমূহত উপস্থিত হয়। ২০২২ চনত যথেষ্ট বৃদ্ধি পাইছে বহিঃৰাজ্যলৈ যোৱা লোকৰ সংখ্যাও  । আশা কৰা হৈছে যে যোৱা বছৰৰ দৰে এইবাৰো বৃহৎ সংখ্যক পৰ্যটক বহিঃৰাজ্যলৈ যাব।

তথ্য অনুসৰি ভাৰতীয়সকলে সন্ধান কৰিছিল বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চহৰসমূহৰ। অনহাতে বহুতে আকৌ দলীয় ভ্ৰমণৰ পৰিৱৰ্তে একক ভ্ৰমণো  বাছি লৈছিল। আনহাতে ২০২২ বৰ্ষত জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত আটাইতকৈ জনপ্ৰিয় ভ্ৰমণ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছিল একক ভ্ৰমণে । আনহাতে বহুজনেই আকৌ কম জনপ্ৰিয় গন্তব্যস্থানলৈ যাত্ৰা কৰাৰ ফলত  স্থানীয় জনগোষ্ঠীসমূহৰ বাবে যথেষ্ট সুবিধা হৈছিল আৰু পৰ্যটন খণ্ডটোৰো কিছু হ’লেও উত্থান ঘটিছিল। ভাৰতীয়সকলে নিজৰ দেশৰ ভিতৰতে তামিলনাডু, মেঘালয়, মহাৰাষ্ট্ৰ, তেলেংগানাৰ দৰে ৰাজ্যলৈ যোৱাৰো পৰিকল্পনা কৰিছিল।

উল্লেখনীয় যে ২০২২ চনৰ তৃতীয় ত্ৰৈমাসিকত ভাৰতীয় পৰ্যটকসকলে বিদেশলৈ যোৱাৰ বিষয়ে সৰ্বাধিক তথ্য সংগ্ৰহ কৰা চহৰসমূহৰ ভিতৰত আছে ডুবাই, পেৰিছ, লণ্ডন, টৰন্টো আৰু নিউয়ৰ্কৰ দৰে চহৰসমূহ।আনহাতে  আতিথ্যৰ ক্ষেত্ৰত এয়াৰ.বি.এন.বি(Airbnb) ত শীৰ্ষ ৰেটিং পোৱা ভাৰতীয় চহৰকেইখন হ’ল  দিল্লী, কেৰালা, মহাৰাষ্ট্ৰ, গোৱা আৰু হিমাচল প্ৰদেশ।

কোম্পেনীটোৰ  জেনেৰেল মেনেজাৰ অমনপ্ৰীত বাজাজে কয় যে যোৱা বছৰৰ দৰে এইবাৰো মানুহ বিদেশ ভ্ৰমণলৈ যাব বুলি আশা কৰা হৈছে। লগতে আশা কৰা হৈছে যে বহুজনে হয়তো  ভাৰতৰ এনে স্থানসমূহো ভ্ৰমণ কৰিব, যিবোৰ জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে পৰিচিত নহয়। পৰিসংখ্যা অনুসৰি যোৱা বছৰ ভাৰতত সৰ্বাধিক বুকিং হৈছিল মুম্বাই, দিল্লী, গুৱাহাটী, গোৱা আৰু হায়দৰাবাদৰ।

Previous Post

বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য

Next Post

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 24, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 22, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 21, 2023
Next Post
২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে  ‘ওৱানপ্লাছ ‘

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7