VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অভিষেক-ঐশ্বৰ্যই বিবাহ বিচ্ছেদ হ’ব বুলি চলিছে চর্চা, টুইটাৰত কি লিখিলে অভিষেকে !!

voicedesk by voicedesk
April 8, 2023
in মনোৰঞ্জন
অভিষেক-ঐশ্বৰ্যই বিবাহ বিচ্ছেদ হ’ব বুলি চলিছে চর্চা, টুইটাৰত কি লিখিলে অভিষেকে !!
0
SHARES
46
VIEWS
Share on FacebookShare on Twitter

বচ্চন পৰিয়ালত ঘটা যিকোনো ঘটনা বহিঃজগতলৈ  তাংক্ষণিকভাৱে বিয়পি পৰে। কিছুদিন ধৰি বলীউডৰ ভিতৰত চর্চা চলি আহিছে  যে অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ সম্পৰ্কত ফাট মেলিছে ৷  তেওঁলোকৰ বিবাহৰ ১৫ বছৰ হ’ল। বিবাহৰ পিছৰে পৰা তেওঁলোকৰ বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনা কেইবাবাৰো চলি আহিছে যদিও তেওঁলোকৰ সম্পৰ্ক অবিচ্ছেদ্য হৈয়েই আছে । আকৌ অভিষেক-ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদৰ কথা চর্চা  চলিছে । এই জল্পনা-কল্পনাৰ মাজতে জুনিয়ৰ বচ্চনে টুইটাৰত পত্নীৰ বিষয়ে কি ক’লে জানেনে ?

 

আম্বানি পৰিয়ালৰ অনুষ্ঠানত কন্যাৰ সৈতে অভিনেত্ৰীগৰাকী উপস্থিত আছিল । দুদিনৰ এদিনতো লগত  নাছিল অভিষেক। ইয়াৰ ভিতৰত সেই অনুষ্ঠানত ঐশ্বর্য্যক প্ৰাক্তন প্ৰেমিক  ছলমানৰ সৈতে একেলগে দেখা গৈছিল।

শেহতীয়াকৈ বচ্চনৰ পৰিয়ালৰ এজন সদস্যই আম্বানীৰ অনুষ্ঠানত ঐশ্বৰ্য আৰু তেওঁৰ কন্যা আৰাধ্যাৰ এখন ছবি পোষ্ট কৰি লিখিছিল, “মোৰ প্ৰিয় মানুহ”।সেই টুইটৰ প্ৰতি সঁহাৰি জনাই অভিষেকে লিখিছিল, “মোৰো প্ৰিয় মানুহ।” অভিনেতাজনে তিনিটা শব্দৰ বাক্যশাৰীয়ে বিবাহ বিচ্চেদক লৈ চলি অহা সকলো জল্পনা-কল্পনাৰ অন্ত পেলালে ৷

 

২০১৪ চনত দুয়োৰে বিবাহ বিচ্ছেদৰ খবৰ বিয়পি পৰিছিল ৷  সেই সময়ত অভিষেকে টুইট কৰি লিখিছিল, ‘মোৰ বিবাহ বিচ্ছেদ হৈছে । এই খবৰটো মোক জনোৱাৰ বাবে ধন্যবাদ! দ্বিতীয়বাৰৰ বাবে কেতিয়া বিয়া হ’ম সেইটোও কওকচোন?” প্ৰথমবাৰৰ বাবে নহয়, তেওঁৰ হাস্যৰসৰ সদায় শলাগ লোৱা হৈছে। যিমানেই সমালোচনা বা কটুক্তিৰ সন্মুখীন নহওক কিয়, খং হেৰুৱাৰ পৰিৱৰ্তে তেওঁ পৰিস্থিতিটো শীতল মগজুৰে চম্ভালি আহিছে।

Previous Post

অতিৰিক্ত ঘাম ওলোৱাৰ বাবে দূর্বল অনুভৱ কৰে নেকি ? গৰমৰ দিনত কোন তিনিবিধ পানীয়ই আপোনাৰ শৰীৰ শীতল কৰি তুলিব ?

Next Post

দুৱাৰ নভঙাকৈয়ে চুৰি কৰি নিলে ৪ কোটি টকাৰ আইফোন , চোৰৰ কার্য দেখি আচৰিত হৈ পৰিল আৰক্ষীয়ো

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
দুৱাৰ নভঙাকৈয়ে চুৰি কৰি নিলে  ৪ কোটি টকাৰ আইফোন , চোৰৰ কার্য দেখি  আচৰিত হৈ পৰিল আৰক্ষীয়ো

দুৱাৰ নভঙাকৈয়ে চুৰি কৰি নিলে ৪ কোটি টকাৰ আইফোন , চোৰৰ কার্য দেখি আচৰিত হৈ পৰিল আৰক্ষীয়ো

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7