VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চাৰি বছৰৰ পাছত দেখিব ‘ড্ৰিম গাৰ্ল’ পূজাৰ চমক, প্ৰচাৰৰ বাবে আয়ুষ্মানৰ কি নতুন কৌশল?

voicedesk by voicedesk
August 9, 2023
in মনোৰঞ্জন
চাৰি বছৰৰ পাছত দেখিব ‘ড্ৰিম গাৰ্ল’ পূজাৰ চমক, প্ৰচাৰৰ বাবে আয়ুষ্মানৰ  কি নতুন কৌশল?
0
SHARES
43
VIEWS
Share on FacebookShare on Twitter

সকলো অপেক্ষাৰ অন্ত পালায় মুকলি কৰা হ’ল  “ড্ৰিম গাৰ্ল” ছবিৰ টিজাৰ । অহা ২৫ আগষ্টত ছবিগৃহত মুক্তি পাব ছবিখনে । ইয়াৰ পূৰ্বে ছবিখনৰ মুখ্য অভিনেতা আয়ুষ্মান খুৰানাই ছবিখনৰ প্ৰচাৰৰ বাবে এক নতুন কৌশল গ্ৰহণ কৰিছে ।

 

 

এইবাৰ তেওঁ সাধাৰণ মানুহৰ লগত ফোনত কথা পাতিব। প্ৰাপ্ত তথ্য অনুসৰি  ছবিখনৰ প্ৰচাৰৰ বাবে দিল্লীৰ এটা কল চেণ্টাৰত কিছু সময় কটাব আয়ুষ্মানে। সেই সময়ত তেওঁ সকলোৰে লগত পূজাৰ মাতত কথা পাতিব। মুক্তিৰ দুসপ্তাহমান আগতে ছবিখনৰ প্ৰচাৰৰ বাবে নিৰ্মাতাসকলে এনে এক নতুন কৌশল গ্ৰহণ কৰিছে। অৱশ্যে কোনটো কল চেণ্টাৰলৈ যাব আয়ুষ্মান যাব এতিয়াও সিদ্ধান্ত লোৱা নাই বুলি জানিব পৰা গৈছে।

 

কিছুদিন পূৰ্বে মুক্তি পাইছিল ‘ড্ৰিম গাৰ্ল ২’ ছবিখনৰ প্ৰচাৰমূলক ট্ৰেইলাৰ। ছ’চিয়েল মিডিয়া পেজত ছবিখনৰ প্ৰচাৰৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰে আয়ুষ্মানে। ২০১৯ চনত মুক্তি লাভ কৰিছিল ‘ড্ৰিম গাৰ্ল’। আয়ুষ্মানে পূজা ৰূপে দৰ্শক আৰু সমালোচকৰ হৃদয় জয় কৰিছিল। ছবিখনৰ বক্স অফিচত অবিশ্বাস্য সফলতাৰ পিছত নিৰ্মাতাসকলে ঘোষণা কৰে ‘ড্ৰিম গাৰ্ল ২’। ‘ড্ৰিম গাৰ্ল’ ছবিখনত আছিল অভিনেত্ৰী নুছৰত ভাৰুচা। অৱশ্যে ছবিখনৰ ছিকুৱেলত আয়ুষ্মানৰ বিপৰীতে দেখা যাব অভিনেত্ৰী অনন্যা পাণ্ডেক। ২৫ আগষ্টত মুক্তি পাব ড্ৰিম গাৰ্ল ২।

Previous Post

মাহিলী দৰমহা আছিল ৪৫ হাজাৰ, অৱসৰপ্ৰাপ্ত ষ্ট’ৰ কিপাৰৰ কোটি টকাৰ সম্পত্তি দেখি হতভম্ব আৰক্ষী

Next Post

আগন্তুক পাঁচ বছৰলৈ ৰাজনীতিৰ পৰা নিৰ্বাসিত ইমৰাণ খান, ঘোষণা পাকিস্তানৰ নিৰ্বাচন আয়োগৰ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
আগন্তুক পাঁচ বছৰলৈ ৰাজনীতিৰ পৰা নিৰ্বাসিত ইমৰাণ খান,  ঘোষণা পাকিস্তানৰ নিৰ্বাচন আয়োগৰ

আগন্তুক পাঁচ বছৰলৈ ৰাজনীতিৰ পৰা নিৰ্বাসিত ইমৰাণ খান, ঘোষণা পাকিস্তানৰ নিৰ্বাচন আয়োগৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7