VOICE 24x7
Friday, September 22, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আগন্তুক পাঁচ বছৰলৈ ৰাজনীতিৰ পৰা নিৰ্বাসিত ইমৰাণ খান, ঘোষণা পাকিস্তানৰ নিৰ্বাচন আয়োগৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 9, 2023
in ৰাজনীতি
আগন্তুক পাঁচ বছৰলৈ ৰাজনীতিৰ পৰা নিৰ্বাসিত ইমৰাণ খান,  ঘোষণা পাকিস্তানৰ নিৰ্বাচন আয়োগৰ
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক শনিবাৰে ইছলামবাদৰ এখন বিশেষ আদালতে টোছাখানা গোচৰত তিনি বছৰৰ কাৰাদণ্ড বিহে ৷পাকিস্তানৰ নিৰ্বাচন আয়োগে মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে  পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰান খানে অহা পাঁচ বছৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাকে ধৰি কোনো ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। আনকি, পিটিআইৰ শীৰ্ষ পদত তেওঁ অধিষ্ঠিত হৈ থকাকলৈয়ো অনিশ্চয়তাৰ সৃষ্টি হৈছে ৷

 

ইছলামবাদ আদালতে শাস্তি ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে পঞ্জাৱ প্ৰদেশৰ ৰাজধানী লাহোৰৰ জামান পাৰ্ক অঞ্চলৰ নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ইমৰাণ খানক। বৰ্তমান তেওঁৰ ঠিকনা পাক পঞ্জাৱৰ এট’ক জেল। পাকিস্তানৰ বিখ্যাত ৰাজনীতিবিদসকলক এসময়ত তাত  বন্দী কৰা ৰখা হৈছিল। এসময়ত দুৰ্নীতিৰ দোষী সাব্যস্ত হোৱাৰ পিছত প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীক আটক দুৰ্গত কাৰাবন্দী কৰি ৰখা হৈছিল। পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ১৯৯৯ চনত পঞ্জাৱৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে আটক দুৰ্গত কাৰাবন্দী হৈছিল, দুৰ্নীতিৰ বাবে। সেই দৃষ্টিকোণৰ পৰা ইমৰাণ দেশৰ প্ৰথমজন প্ৰাক্তন প্ৰধানমন্ত্ৰী, যাক আটক জেলত ৰখা হৈছে।

 

তিনি বছৰৰ কাৰাদণ্ডৰ উপৰি ইমৰাণক এক লাখ টকা জৰিমনাও বিহা হৈছিল। এইবাৰ পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। বিভিন্ন মতামত সমীক্ষাত দেখা গ’ল যে মুছলিম লীগ নৱাজ-পাকিস্তান পিপলছ পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত আৰ্থিক অৱস্থাৰ দুৰ্বলতাৰ বাবে ইমৰাণৰ জনপ্ৰিয়তা পুনৰ বৃদ্ধি পাইছে। কিন্তু নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ এই নিষেধাজ্ঞাই পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীৰ  ‘প্ৰত্যাৱৰ্তন’ কাৰ্যতঃ অসম্ভৱ কৰি তুলিলে ৷

 

আটক জেল অধীক্ষক আৰু পঞ্জাৱৰ অতিৰিক্ত গৃহ সচিবক আনুষ্ঠানিকভাৱে আবেদন জনোৱাৰ পিছতো ইমৰাণ খানৰ অধিবক্তাক তেওঁক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে পিটিআইয়ে। ফলত উচ্চ ন্যায়ালয়লৈ যাবলৈ প্ৰয়োজনীয় নথি-পত্ৰত তেওঁৰ স্বাক্ষৰ কৰিব পৰা নাই । ৯ মে’ত দুৰ্নীতিৰ গোচৰত ইমৰানক গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁৰ দলৰ প্ৰতিবাদী কাৰ্যসূচীত অশান্তিৰ সৃষ্টি হৈছে । চৰকাৰী সম্পত্তি ভাঙি পেলোৱাৰ লগতে সেনাৰ কীৰ্তিচিহ্নত আক্ৰমণৰ অভিযোগো উত্থাপন হৈছিল। এইবাৰ অৱশ্যে আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটা নাছিল।

 

Previous Post

চাৰি বছৰৰ পাছত দেখিব ‘ড্ৰিম গাৰ্ল’ পূজাৰ চমক, প্ৰচাৰৰ বাবে আয়ুষ্মানৰ কি নতুন কৌশল?

Next Post

তিনি দশকৰ শত্ৰুতা পাহৰি ‘মেইটেই আগ্ৰাসন’ ৰোধ কৰিবলৈ নগাৰ কাষ চাপিলে কুকি

Related Posts

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ
ৰাজনীতি

বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ

September 11, 2023
চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ
ৰাজনীতি

চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

August 30, 2023
Next Post
তিনি দশকৰ শত্ৰুতা পাহৰি ‘মেইটেই আগ্ৰাসন’ ৰোধ কৰিবলৈ নগাৰ কাষ চাপিলে কুকি

তিনি দশকৰ শত্ৰুতা পাহৰি 'মেইটেই আগ্ৰাসন' ৰোধ কৰিবলৈ নগাৰ কাষ চাপিলে কুকি

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7